নদী হত্যাৰ পাছত এইবাৰ বন ধ্বংস প্ৰকৃতি বিৰোধী NHPCৰ। দুলুং সংৰক্ষিত বনাঞ্চলত উন্নয়নৰ নামত ব্যাপক হাৰত বনধ্বংস NHPCৰ। কেইবা হাজাৰ গছ কটাৰ পৰিকল্পনা।