নুমলীগড়ৰ কালিয়নী নদীত অবাধ বালি খনন। ‘বালি মাফিয়া-বন বিভাগৰ মিতিৰালি।’ নীৰৱ ভূমিকাত নুমলীগড় খণ্ড বন বিষয়াৰ কাৰ্যালয়। গোলাঘাট বন বিভাগৰ কাৰ্যালয়ও নিৰ্লিপ্ত।