• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

8 months ago
পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

10 minutes ago
বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

40 minutes ago
ঠাণ্ডাৰ দিনকেইটাত উফিৰ সমস্যাত ভূগিছে নেকি? এইটো হেয়াৰ মাস্ক ব্যৱহাৰ কৰিলে সোনকালেই উপশম হ’ব এই সমস্যাৰ পৰা

আমলখি খোৱাৰ পিছত পানী খালে মিঠা কিয় লাগে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় অভিনেত্ৰীৰ মৃত্যু, বিনোদন জগতৰ পৰা আহিছে দুঃখবৰ!

2 hours ago
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

প্ৰাণৰ শংকাত ভূগিছে ঘনকান্তৰ পত্নী, ধেমাজিৰ পৰা গুৱাহাটী আহিবলৈ বিচাৰিছে আৰক্ষীৰ নিৰাপত্তা

3 hours ago
ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

3 hours ago
ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

4 hours ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

দেওবাৰৰ দিনটো কেনে যাব আপোনাৰ? ৪ ৰাশিৰ খুলিব ভাগ্যৰ তলা!

5 hours ago
শীঘ্ৰে বজাৰলৈ আহিব প্লাষ্টিক নোট, RBI য়ে দিছে আপডেট

শীঘ্ৰে বজাৰলৈ আহিব প্লাষ্টিক নোট, RBI য়ে দিছে আপডেট

5 hours ago
কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

7 hours ago
মৰমৰ কুকুৰটো সন্ধানহীন! কুকুৰটোৰ সন্ধান দিওতাক ৬.৭২ লাখ টকাৰ পুৰস্কাৰ!

মৰমৰ কুকুৰটো সন্ধানহীন! কুকুৰটোৰ সন্ধান দিওতাক ৬.৭২ লাখ টকাৰ পুৰস্কাৰ!

8 hours ago
বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু

বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

editor by editor
March 20, 2026
in অসম, ৰাজনীতি
0
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা
0
SHARES
87
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জাগীৰোড বিধান সভা সমষ্টিত মনোনয়ন দাখিল যাত্ৰাৰ পূৰ্বে পত্নী Aimeeসহ জাগীৰোডৰ গোভা দেওঁৰজা চাৰিভাই দেওঁশাল শিৱ থানত সেৱা জনাই আশিস গ্ৰহণ পিয়ুষ হাজৰিকাৰ৷

মহাদেৱৰ আশিস লৈ আৰম্ভ কৰিছে মনোনয়ন দাখিল যাত্ৰা৷

মনোনয়ন দাখিলৰ এই যাত্ৰাৰ পূৰ্বে পীয়ুষ হাজৰিকাই জাগীৰোডবাসীৰ আশীৰ্বাদৰ প্ৰতি কৃতজ্ঞতাও প্ৰকাশ কৰিছে৷

কৃতজ্ঞতা প্ৰকাশ কৰি পীয়ুষ হাজৰিকাই পৰিয়ালক লগত লৈ আগবাঢ়িছে মনোনয়ন পত্ৰ দাখিলৰ বাবে৷

জাগীৰোডবাসীক উদ্দেশ্যি পীয়ুষ হাজৰিকাই লিখিছে, জাগীৰোডবাসীৰ বাবে পুনৰ সেৱা আগবঢ়াবলৈ লাভ কৰা এই সুযোগৰ বাবে আজি মই কৃতজ্ঞ…🙏🏻 জাগীৰোডবাসীৰ সহায়-সহযোগিতাৰ বাবে আজি মোৰ বাবে বিশেষ হৈ পৰিছে এই দিন। আপোনালোকৰ মৰম-আশীৰ্বাদৰ বাবে মই কৃতজ্ঞ। অনাগত সময়ত জাগীৰোডৰ বাবে অবিৰত সেৱা আগবঢ়াই যাবলৈ মই চিৰ প্ৰতিজ্ঞ।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত
অসম

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

October 31, 2026
বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা
অসম

বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

October 31, 2026
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী
অসম

প্ৰাণৰ শংকাত ভূগিছে ঘনকান্তৰ পত্নী, ধেমাজিৰ পৰা গুৱাহাটী আহিবলৈ বিচাৰিছে আৰক্ষীৰ নিৰাপত্তা

October 31, 2026
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী
অসম

ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

October 31, 2026
Next Post
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.