• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পত্নীক সুধিছিল, ‘সি মোক দেউতা মাতিব পৰা হৈছেনে?’ সন্তানক আৰু একোলা লোৱা নহ’ল ছাদ্দামৰ, ৰে’ল দুৰ্ঘটনাত থানবান হৈ গ’ল এখন ঘৰ

পত্নীক সুধিছিল, ‘সি মোক দেউতা মাতিব পৰা হৈছেনে?’ সন্তানক আৰু একোলা লোৱা নহ’ল ছাদ্দামৰ, ৰে’ল দুৰ্ঘটনাত থানবান হৈ গ’ল এখন ঘৰ

3 years ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

58 minutes ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

2 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

2 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

3 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

16 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

16 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

16 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

17 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

17 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

17 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

18 hours ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পত্নীক সুধিছিল, ‘সি মোক দেউতা মাতিব পৰা হৈছেনে?’ সন্তানক আৰু একোলা লোৱা নহ’ল ছাদ্দামৰ, ৰে’ল দুৰ্ঘটনাত থানবান হৈ গ’ল এখন ঘৰ

editor by editor
June 3, 2023
in জীৱনশৈলী, ভাৰত
0
পত্নীক সুধিছিল, ‘সি মোক দেউতা মাতিব পৰা হৈছেনে?’ সন্তানক আৰু একোলা লোৱা নহ’ল ছাদ্দামৰ, ৰে’ল দুৰ্ঘটনাত থানবান হৈ গ’ল এখন ঘৰ
0
SHARES
7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কোনোৱে যাত্ৰা কৰিছিল পেটৰ টানত, কোনোবা গৈছিল চিকিৎসাৰ বাবে, কোনোবা যাত্ৰা কৰিছিল ক্ষন্তেক বিনোদনৰ বাবে। কোনেনো জানিছিল এইদৰে হঠাৎ নামি আহিব কাল অমানিশা। যিয়ে যি কামতেই ওলাই নাযাওক কিয় দুৰ্ঘটনাৰ ভয়াৱহতাৰ পৰিণতি সকলোৰে একেই। শাৰী শাৰী মৃতদেহ, যিসকলক জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তেওঁলোকেও সেই পৰিস্থিতিৰ কথা বৰ্ণনা কৰি শিঁয়ৰি উঠিছে। আহত অধিকাংশৰেই অৱস্থা সংকটজনক।

আহত অৱস্থাত উদ্ধাৰ হোৱা ছাদ্দাম নামৰ যুৱকজনৰ পত্নীয়ে দিছে ঘটনাৰ শিহঁৰণকাৰী বৰ্ণনা। ছাদ্দামে বহিঃৰাজ্যত কাম কৰে। কিছুদিন পূৰ্বে তেওঁৰ এটি সন্তান জন্ম পাইছে। সন্তানটোক চাবৰ বাবেই কামৰ পৰা কিছুদিন ছুটি লৈ ঘৰলৈ আহি আছিল ছাদ্দাম। কিন্তু এটা কালনিশাই শেষ কৰিলে সকলো আশা। কাল অমানিশাত ছাদ্দামো গ’লগৈ উভতি নহাৰ বাটেৰে।

পশ্চিমবংগৰ পূব বৰ্ধমানত ঘৰ ছাদ্দাম শেখৰ। পৰিয়ালটোক চলাবৰ বাবেই ছাদ্দামে বিগত কেইবাবছৰ ধৰি বহিঃৰাজ্যত কাম কৰি আছিল। কিছুদিন আগতেই এটি সন্তান জন্মহোৱাত সন্তানৰ মোহতেই ঘৰলৈ আহি আছিল ছাদ্দাম। পত্নী আৰু সন্তানৰ সৈতে কেইটামান দিন কটাব, সেই উদ্দেশ্যেই আনন্দমনেৰে ঘৰলৈ আহি আছিল ছাদ্দাম। ঘৰলৈ আহি থাকোতে ট্ৰেইনৰ পৰা পত্নীক কৰা শেষৰটো ফোনত ছাদ্দামে আনন্দত কৈছিল, ‘তোমালোকৰ সৈতে ভাল সময় অলপ কটাম। এইবাৰ বেছিদিন নাথাকো, আমাৰ সন্তানটোৱে কথা ক’ব পৰা হ’লে আকৌ আহিম। সি মোক দেউতা বুলি মাতিব, জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তি মই তাতেই পাম।’

সেই কথাবোৰ ফলিয়াবলৈ নিয়তিয়ে যেন সুযোগেই নিদিলে। সন্তানক বুকুত সামৰি লোৱাৰ হেঁপাহ সামৰি দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ছাদ্দামে। কৰ্মসূত্ৰে কেৰালাত আছিল ছাদ্দাম। ঘৰলৈ অহাৰ বাটতেই ২৫ বছৰীয়া ছাদ্দাম শ্বেখে মৃত্যুক সাবটি লৈছে। কোলাত সন্তানক লৈ ছাদ্দামৰ পত্নীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত দিছে এই দুঃসংবাদ। পত্নীয়ে বাৰে বাৰে কৈছে, ‘মই তেওঁ অহালৈ প্ৰত্যেকবাৰেই বৰ আশাৰে ৰৈ থাকো। কিন্তু এইবাৰতো মোৰ অপেক্ষা শেষ নহ’ব। মই জীৱনটো তেওঁলৈ ৰৈ থাকিলেও তেওঁ আৰু নাহিব, মই কেনেকৈ এই কথা মানি লওঁ। কণমানিটোৱেওটো নুবুজিব এই কথা! কেনেকৈ তাৰ বাপেক তাক চাবলৈ আহিয়েই চিৰদিনৰ বাবে গুচি গ’ল।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?
জীৱনশৈলী

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

August 20, 2026
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন
ৰাজনীতি

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

August 20, 2026
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’
অসম

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

August 20, 2026
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

August 20, 2026
Next Post
ৰে’লত চাহ বিক্ৰি কৰি যেনেতেনে পৰিয়ালটোক চলাইছিল পিনাকীয়ে! অভিশপ্ত শুকুৰবাৰে কাল অমানিশা নমাই আনিলে পিনাকীৰ পৰিয়াললৈকো

ৰে’লত চাহ বিক্ৰি কৰি যেনেতেনে পৰিয়ালটোক চলাইছিল পিনাকীয়ে! অভিশপ্ত শুকুৰবাৰে কাল অমানিশা নমাই আনিলে পিনাকীৰ পৰিয়াললৈকো

জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিলে ৰুতুৰাজে… বিবাহৰ বান্ধোনত বান্ধ খালে দুই ক্ৰিকেটাৰ ৰুতুৰাজ-উৎকৰ্ষা

জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিলে ৰুতুৰাজে... বিবাহৰ বান্ধোনত বান্ধ খালে দুই ক্ৰিকেটাৰ ৰুতুৰাজ-উৎকৰ্ষা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.