• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱতি নিশালৈ বৰমালা হাতত লৈ ৰৈ ৰৈ কইনা ভাগৰিল! দৰা নাহিল, আহিল খবৰ, ড্ৰাগছ খাই হাস্পতালত চিকিৎসাধীন…

পুৱতি নিশালৈ বৰমালা হাতত লৈ ৰৈ ৰৈ কইনা ভাগৰিল! দৰা নাহিল, আহিল খবৰ, ড্ৰাগছ খাই হাস্পতালত চিকিৎসাধীন…

3 years ago
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

1 minute ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

23 minutes ago
পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

44 minutes ago
কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

1 hour ago
গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?

গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?

2 hours ago
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

2 hours ago
১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

3 hours ago
এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

3 hours ago
এপ্ৰিলে সুসময় কঢ়িয়াই আনিব এইসকল লোকৰ বাবে, অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব এই ৪ৰাশিৰ জাতক

এপ্ৰিলে সুসময় কঢ়িয়াই আনিব এইসকল লোকৰ বাবে, অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব এই ৪ৰাশিৰ জাতক

4 hours ago
হৰমুজ খুলিব লাগিব, ১৫টা চৰ্ত বান্ধি যুদ্ধ বিৰতিৰ অফাৰ ট্ৰাম্পৰ, ৰাজী হ’ব নে ইৰান?

হৰমুজ খুলিব লাগিব, ১৫টা চৰ্ত বান্ধি যুদ্ধ বিৰতিৰ অফাৰ ট্ৰাম্পৰ, ৰাজী হ’ব নে ইৰান?

4 hours ago
নিজৰ নিজৰ ঘৰলৈ আহিছে শনি-ৰাহু-কেতু, বিপুল অৰ্থলাভ, সোণালী সময় আহিছে ৫ৰাশিৰ জীৱনত

নিজৰ নিজৰ ঘৰলৈ আহিছে শনি-ৰাহু-কেতু, বিপুল অৰ্থলাভ, সোণালী সময় আহিছে ৫ৰাশিৰ জীৱনত

5 hours ago
লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পুৱতি নিশালৈ বৰমালা হাতত লৈ ৰৈ ৰৈ কইনা ভাগৰিল! দৰা নাহিল, আহিল খবৰ, ড্ৰাগছ খাই হাস্পতালত চিকিৎসাধীন…

editor by editor
May 5, 2023
in অসম, জীৱনশৈলী
0
পুৱতি নিশালৈ বৰমালা হাতত লৈ ৰৈ ৰৈ কইনা ভাগৰিল! দৰা নাহিল, আহিল খবৰ, ড্ৰাগছ খাই হাস্পতালত চিকিৎসাধীন…
0
SHARES
6.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
নলবাৰীত পুনৰ বিয়া বিতৰ্ক৷ বিয়াৰ নিশাই দৰাই ঠগিলে কইনাক৷ এইবাৰ মদৰ নিচাত দৰা ৰভাতলীত শুৱা কাহিনী নহয়৷ নিচাজাতীয় দ্ৰৱ্য সেৱন নিচাত কইনাৰ ঘৰলৈকে নাহিল দৰা৷ কইনাপক্ষৰ অভিযোগ অনুসৰি দৰাই মদ আৰু ড্ৰাগছ লৈ অসুস্থ হৈ ৰভাতলিত উপস্থিত নোহোৱা নহয়। ইচ্ছা কৰিয়েই দৰা উপস্থিত হোৱা নাছিল কইনাঘৰত। নাটক কৰিহে দৰা চিকিৎসালয়ত ভৰ্তী হোৱা বুলিও জনাইছে কইনাপক্ষই।

নলবাৰীৰ বাংনাবাৰীত সংঘটিত হৈছে এই ঘটনা। পুৱতি নিশালৈ দৰাৰ বাবে ৰৈ থাকিল কইনা। কিন্তু দৰা উপস্থিত নহ’ল কইনাঘৰত। প্ৰকৃততে বুধবাৰে নিশা কি হৈছিল বৰমাৰ বাংনাবাৰীত?

বজালীৰ বিতোপন লহকৰে নলবাৰীৰ বাংনাবাৰীৰ কইনা কস্তুৰী বৰ্মনক বিয়া কৰোৱাৰ কথা আছিল৷ কিন্তু ৰহস্যজনক ভাৱে দৰা বিতোপন লহকৰে নিশা কইনা কস্তুৰী বৰ্মনক বিয়া কৰাবলৈ নাহিল৷ দৰাৰ অপেক্ষত পুৱতি নিশালৈ ৰৈ থাকিও দৰা উপস্থিত নহ’ল কইনাঘৰত। মাজনিশালৈ বজালী পাঠশালাৰ দৰা বিতোপন লহকৰ কইনাৰ ঘৰত উপস্থিত নোহোৱাত কইনাৰ ঘৰত এক বিভ্ৰান্তিৰ পৰিৱেশৰ সৃষ্টি হয়৷ পিচত কইনা পক্ষই দৰাৰ খবৰ লোৱাত ৰহস্যজনক ভাৱে দৰাই চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বুলি দৰাৰ আত্মীয়ই কইনাপক্ষক জনায়৷

দৰা কইনাঘৰত উপস্থিত নোহোৱাৰ পাছতেই চেণ্ডেলৰ দোকানী দৰা বিতোপনৰ সৈতে কইনা কস্তুৰীক বিয়া নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কইনাৰ পিতৃ আত্মীয়ই৷
আনকি কইনাইয়ো ৰাজহুৱাভাৱে বিতোপনৰ সৈতে বিয়াত নবহাৰ কথা প্ৰকাশ কৰিছে। জানিব পৰা মতে দৰা বিতোপন লহকৰ দীৰ্ঘদিন ধৰি ড্ৰাগছ আসক্ত৷ বুধবাৰে নিশাও দৰাৰ সাজ পৰিধান কৰাৰ পূৰ্বে ড্ৰাগছ আসক্ত বিতোপন ঢলি পৰি চিকিৎসালয়ত চিকিৎসাধীন হোৱাৰ কথা দৰাৰ চুবুৰিয়াই জানিবলৈ দিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?
জীৱনশৈলী

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

March 25, 2026
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?
জীৱনশৈলী

PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

March 25, 2026
পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

March 25, 2026
কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

March 25, 2026
Next Post
‘দ্যা কেৰালা ষ্টৰী’ নিষিদ্ধ কৰাৰ কথা কৈ কংগ্ৰেছে সন্ত্ৰাসবাদক সমৰ্থন কৰিছে! বিস্ফোৰক দাবী প্ৰধানমন্ত্ৰীৰ

'দ্যা কেৰালা ষ্টৰী’ নিষিদ্ধ কৰাৰ কথা কৈ কংগ্ৰেছে সন্ত্ৰাসবাদক সমৰ্থন কৰিছে! বিস্ফোৰক দাবী প্ৰধানমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ডাঙৰ মামা, মন্ত্ৰী জয়ন্ত মল্ল সৰু মামা! জুবিন গাৰ্গৰ ৯৯ টা গীত মুখস্থ ৰখা কোন এই লটিফুল?

মুখ্যমন্ত্ৰী ডাঙৰ মামা, মন্ত্ৰী জয়ন্ত মল্ল সৰু মামা! জুবিন গাৰ্গৰ ৯৯ টা গীত মুখস্থ ৰখা কোন এই লটিফুল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.