অসম লাইভ২৪ঃ
অৱশেষত আত্মসমর্পণ পলাতক শিক্ষক কুমুদ ৰাজখোৱাৰ।
বিয়লি লখিমপুৰ সদৰ থানাত আত্মসমর্পণ কৰে ৰাজখোৱাই।
ডফলা কটা জনজাতি হাইস্কুলৰ শিক্ষক কুমুদ ৰাজখোৱা।
মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কাণ্ডত তেঁওক আৰক্ষীয়ে আটক কৰিবলৈ বিচাৰিছিল যদিও পলাতক হৈ আছিল।
সম্প্ৰতি লখিমপুৰ সদৰ থানাত আৰক্ষী আৰু চিআইডিয়ে জেৰা চলাইছে কুমুদ ৰাজখোৱাক।
উল্লেখ্য যে পুৱাৰে পৰা সদৰথানাত আন দুজন আটকাধীন শিক্ষক তথা প্ৰশ্ন কাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড প্ৰণৱ দত্তসহ আন এজন শিক্ষক প্ৰসন্ন দাসক আৰক্ষী আৰু চি আই ডিয়ে জেৰা কৰি আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ