• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

8 months ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

35 minutes ago
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

2 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

2 hours ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

3 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

4 hours ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

21 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

21 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

22 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

23 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

24 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

1 day ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

editor by editor
February 22, 2026
in জীৱনশৈলী
0
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহ কাইলৈৰ পৰা আৰম্ভ হ’ব৷ মাৰ্চ মাহ আৰম্ভ হ’বলৈ মাজত আৰু বেছি দিন নাই৷ এইবাৰৰ মাৰ্চ মাহ জ্যোতিষমতে কেইবাটাও গুৰুত্বপূৰ্ণ পৰিবৰ্তনৰ সাক্ষী হব৷ প্ৰেম, সৌন্দৰ্য, ভোগবিলাসৰ কাৰক গ্ৰহ শুক্ৰই একাধিক নক্ষত্ৰ আৰু ৰাশিত অৱস্থান পৰিবৰ্তন কৰিব৷ এই ডাবল গোচৰৰ প্ৰভাৱ চাৰিটা ৰাশিৰ জাতকৰ জীৱনত ইতিবাচক লৈ আহিব৷

বৰ্তমান শুক্ৰই অৱস্থান কৰিছে মীন ৰাশিত৷ আগন্তুক ৪ মাৰ্চ পৰ্যন্ত শুক্ৰ থাকিব পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত৷ ইয়াৰপাছতেই উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব৷ আৰু ২৬ মাৰ্চত শুক্ৰই মীন ত্যাগ কৰি মেষ ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰ ধাৰাবাহিক পৰিবৰ্তনৰ ফলত চাৰি ৰাশিৰ ভাগ্য পৰিবৰ্তনৰ ইংগিত দিছে জ্যোতিষশাস্ত্ৰই৷ কোন ৪ৰাশিৰ ভাগ্য উজলিব?

বৃষ ৰাশি

শুক্ৰৰ এই বিশেষ গোচৰ বৃষ ৰাশিৰ জাতকৰ প্ৰেম আৰু দাম্পত্য জীৱনলৈ নতুন উচ্ছ্বাস আনি দিব পাৰে৷ কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা পাব৷ আনকি পদোন্নতিৰো সম্ভাৱনা আছে৷ শিল্প, সাহিত্য বা সৃজনশীল পেছাৰ সৈতে যুক্তসকলে বিশেষ সাফল্য পাব পাৰে৷ বিনিয়োগৰ পৰা লাভ আহিব পাৰে৷ মানসিক দৃঢ়তা বাঢ়িব আৰু সম্পৰ্ক অধিক গভীৰ হব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ ক্ষেত্ৰত এই গোচৰে কেৰিয়াৰত উন্নতিৰ ইংগিত দিছে৷ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ প্ৰশংসা পোৱাৰ সম্ভাৱনা আছে৷ নতুন চাকৰিৰ অফাৰ বা পদোন্নতিৰ সুযোগ পাব পাৰে৷ বিদেশযাত্ৰাৰ সম্ভাৱনাও আছে৷ মিডিয়া, গ্লেমাৰ, ডিজাইনিং বা শিল্পকলাৰ সৈতে যুক্তসকলে এই সময়ত বিশেষভাৱে লাভৱান হব পাৰে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ বাবে এই সময় শুভ বুলি ধাৰণা কৰা হৈছে৷ ৰৈ থকা কাম সম্পূৰ্ণ হব পাৰে৷ নতুন সুযোগৰ দুৱাৰ খুলিব৷ আৰ্থিক দিশৰ পৰা লাভৰ সম্ভাৱনা আছে৷ সঞ্চয়ৰ দিশত নজৰ দিয়ক৷ সঠিক পৰিকল্পনাৰে বিনিয়োগ কৰিলে ভাল ফল পাব পাৰে৷ গুৰুত্বপূৰ্ণ কামত সাফল্য পাব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ পেছাগত আৰু ব্যক্তিগত জীৱনত ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷ সমাজত সন্মান বাঢ়িব৷ প্ৰেমৰ সম্পৰ্কত ৰোমান্স আৰু বুজাপৰা বাঢ়িব৷ আৰ্থিক ক্ষেত্ৰতো উন্নতিৰ ইংগিত আছে৷ নতুন উদ্যোগ আৰম্ভ কৰিলে সাফল্যৰ সম্ভাৱনা প্ৰৱল৷

জ্যোতিষমতে শুক্ৰৰ এই নক্ষত্ৰ আৰু ৰাশি পৰিবৰ্তন প্ৰেম, অৰ্থ আৰু সৃজনশীলতাৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়৷ ব্যক্তিগত জন্মছক অনুসৰি ফল ভিন্ন হব পাৰে৷ কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!
জীৱনশৈলী

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

October 20, 2026
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
জীৱনশৈলী

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

October 20, 2026
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!
জীৱনশৈলী

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

October 19, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

October 19, 2026
Next Post
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.