• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰসংগঃ দ্য কেৰালা ষ্ট’ৰী; অনলাইনযোগে মতামত প্ৰকাশ কেবাগৰাকীও পৰিচালকৰ

প্ৰসংগঃ দ্য কেৰালা ষ্ট’ৰী; অনলাইনযোগে মতামত প্ৰকাশ কেবাগৰাকীও পৰিচালকৰ

3 years ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

7 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

7 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

7 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

8 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

8 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

9 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

10 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

11 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

11 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

12 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

13 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

প্ৰসংগঃ দ্য কেৰালা ষ্ট’ৰী; অনলাইনযোগে মতামত প্ৰকাশ কেবাগৰাকীও পৰিচালকৰ

editor by editor
May 9, 2023
in চিনেমা, বিনোদন, ভাৰত, ৰাজনীতি
0
প্ৰসংগঃ দ্য কেৰালা ষ্ট’ৰী; অনলাইনযোগে মতামত প্ৰকাশ কেবাগৰাকীও পৰিচালকৰ
0
SHARES
66
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মুক্তিৰ পিছৰে পৰা ‘দ্য কেৰালা ষ্টৰী’ সঘনে বাতৰিলৈ আহি আছে। পশ্চিম বংগ চৰকাৰে সোমবাৰে ‘দ্য কেৰালা ষ্টৰী’ বোলছবিখন নিষিদ্ধ কৰিছিল। তেতিয়াৰ পৰাই ৰাজ্যখনত ছবি উদ্যোগৰ স্বাধীনতা সম্পৰ্কে বিভিন্ন মহলত প্ৰশ্ন উত্থাপিত হৈছে। যোৱা সপ্তাহত দেশত ছবিখন মুক্তি পোৱাৰ পিছৰে পৰা বিতৰ্ক চলি আহিছে। কিছুমানে ছবিখনক “প্ৰচাৰ” বুলি উল্লেখ কৰিছে। অৰ্থাৎ এক বিশেষ ধৰণৰ উদ্দেশ্য প্ৰণোদিত চলচ্চিত্ৰ।

উল্লেখযোগ্য যে, বঙালী ছবি পৰিচালক অনিকেত চেটাৰ্জীয়ে ‘দ্য কেৰালা ষ্টৰী’ চাইছে। তেওঁৰ মতে, কোনো চিনেমা নিষিদ্ধ কৰা উচিত নহয়। “কাশ্মীৰ ফাইলচ্”এ হওঁক বা “দ্য কেৰালা ষ্টৰী” এ হওঁক, ই কাৰো বাবে বাঞ্ছনীয় নহয়। যিকোনো নিষেধাজ্ঞাই পৰোক্ষভাৱে ছবিখনক সহায় কৰে। দৰ্শকৰ কৌতূহল বৃদ্ধি পায়। ইয়াৰ উপৰিও, আজি চলচ্চিত্ৰ নিষিদ্ধ কৰি তাৰ প্ৰচাৰত বাধা দিব পাৰিবনে? দুদিনৰ পিছত ছবিখন অ’টিটিত প্ৰদৰ্শিত হ’ব। তেতিয়া মমতা বেনাৰ্জীৰ চৰকাৰে কি কৰিব?”

আনহাতে, পৰিচালক গৌতম ঘোষে ইয়াৰ বেয়া আৰু ভাল দুয়োটা বিষয়ৰ ওপৰত আলোকপাত কৰিছে। তেওঁ কয়, “অৰুণ জেটলীৰ কাৰ্যকালত, আমি চেঞ্চৰ বিষয়টো অধিক স্বতন্ত্ৰ কৰাৰ প্ৰস্তাৱ দিছিলো। তেওঁলোক বহুত সুখী আছিল। কিন্তু কিবা অজ্ঞাত কাৰণত ইয়াক পুনৰ আৰম্ভ কৰা হোৱা নাছিল। এই সন্দৰ্ভত গৌতম ঘোষে পুনৰ কয়, “আমাৰ প্ৰস্তাৱত কোৱা হৈছিল যে যদি ছবিখনৰ ফলত দেশৰ ধৰ্মীয় বা আইনী পৰিস্থিতি প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থাকে, তেন্তে চৰকাৰে সেই ছবিখনৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা ল’ব পাৰে।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’
বিনোদন

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

October 14, 2026
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!
জীৱনশৈলী

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

October 14, 2026
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ
নিয়োগ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

October 14, 2026
Next Post
কোটি টকাৰ ঘৰ সম্পত্তি! শেষ আশ্ৰয় এটা অন্ধকাৰ লকআপ! যাৱজ্জীৱন কাৰাদণ্ড হ’ব পাৰে চিকিৎসক দম্পতিৰ…

কোটি টকাৰ ঘৰ সম্পত্তি! শেষ আশ্ৰয় এটা অন্ধকাৰ লকআপ! যাৱজ্জীৱন কাৰাদণ্ড হ’ব পাৰে চিকিৎসক দম্পতিৰ…

‘কিমান দিননো জীয়াম? জীয়াই থকালৈকে একেলগেই কটাম, হাতে হাত ধৰি মৃত্যুলৈ বাট চাম৷’ অন্তঃসত্ত্বা প্রেমিকাক এৰি গৈছিল, ৭০ বছৰ পাছত ফেছবুকে একলগ কৰিলে প্ৰেমিক যুগলক…

‘কিমান দিননো জীয়াম? জীয়াই থকালৈকে একেলগেই কটাম, হাতে হাত ধৰি মৃত্যুলৈ বাট চাম৷’ অন্তঃসত্ত্বা প্রেমিকাক এৰি গৈছিল, ৭০ বছৰ পাছত ফেছবুকে একলগ কৰিলে প্ৰেমিক যুগলক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.