• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰয়াত গেংষ্টাৰ আতিকৰ দখলীকৃত ভূমিত নিৰ্মাণ কৰা হ’ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ, প্ৰয়াগৰাজত ৭৬ গৃহহীন পৰিয়ালে পাব ঘৰ

3 years ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

21 minutes ago
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

39 minutes ago
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

20 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

21 hours ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

22 hours ago
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

24 hours ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 day ago
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰয়াত গেংষ্টাৰ আতিকৰ দখলীকৃত ভূমিত নিৰ্মাণ কৰা হ’ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ, প্ৰয়াগৰাজত ৭৬ গৃহহীন পৰিয়ালে পাব ঘৰ

editor by editor
April 28, 2023
in ভাৰত, ৰাজনীতি
0
প্ৰয়াত গেংষ্টাৰ আতিকৰ দখলীকৃত ভূমিত নিৰ্মাণ কৰা হ’ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ, প্ৰয়াগৰাজত ৭৬ গৃহহীন পৰিয়ালে পাব ঘৰ
0
SHARES
189
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গেংষ্টাৰ তথা ৰাজনীতিক আতিক আহমেদ দুৰ্বৃত্তৰ গুলীত নিহত হোৱাৰ পাছতেই এতিয়া আতিকৰ ভুমি চৰকাৰে দখল কৰিছে। আতিকৰ সেই ভূমিত চৰকাৰে নিৰ্মাণ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজৰ লুকাৰগঞ্জ এলেকাত আতিক আৰু তেওঁৰ সহযোগীৰ দখলত থকা প্ৰায় ১৭৩১ বৰ্গ মিটাৰ ভূমি পুনৰুদ্ধাৰ কৰিছে কৰিছে উত্তৰপ্ৰদেশ চৰকাৰে। উত্তৰ প্ৰদেশ প্ৰশাসনে সেই ভূমিত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ বাবে গৃহ নিৰ্মাণ কৰিব।

পৰবৰ্তী বাজেট অধিৱেশনৰ পূৰ্বেই প্ৰশাসনে এই কাম শেষ কৰিব বুলিও জনাইছে। প্ৰয়াগৰাজ উন্নয়ন সচিব অজিত কুমাৰ সিংহই জনোৱা অনুসৰি এই বিশেষ আৱাসসমূহত প্ৰায় ৭৬ টা পৰিয়াল থাকিব পাৰিব। প্রাথমিকভাৱে এটা ব্লকত ৩৬ টা ঘৰ নিৰ্মাণ কৰা হৈছে। আনটো ব্লকত আৰু ৪০ টা ঘৰ নিৰ্মাণ কৰা হ’ব। ইতিমধ্যে এই বাসগৃহৰ বাবে ৬০০০ দৰিদ্ৰ লোকে আৱেদনো কৰিছে। ৬০০০ আৱেদনকাৰীৰ ৭৬ টা পৰিয়ালক বাছনি কৰি বাসগৃহ প্ৰদান কৰিব যোগী চৰকাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

March 11, 2026
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ
ক্ৰীড়া

March 10, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

Next Post
বোৱাৰী লাভাৰ ছাগলী বেপাৰী! ছাগলী কিনিবলৈ আহি পলোৱাই নিলে জাহাংগীৰৰ সুন্দৰী পত্নীক

সুদখোৰ সাৱধান! টকা ধাৰত দি অবৈধভাৱে সুদ লোৱা লোক হ’ব গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন