• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বোৱাৰী লাভাৰ ছাগলী বেপাৰী! ছাগলী কিনিবলৈ আহি পলোৱাই নিলে জাহাংগীৰৰ সুন্দৰী পত্নীক

বোৱাৰী লাভাৰ ছাগলী বেপাৰী! ছাগলী কিনিবলৈ আহি পলোৱাই নিলে জাহাংগীৰৰ সুন্দৰী পত্নীক

3 years ago
সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

19 minutes ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO Update: প্ৰভিডেণ্ট ফাণ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন, এইখিনি ধন জমা কৰিব লাগিব পিএফ একাউণ্টত!

51 minutes ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

1 hour ago
সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

3 hours ago
জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

5 hours ago
প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

7 hours ago
ৰক বেণ্ডৰ ড্ৰামাৰ Paiceক কিয় জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিয়ে কৈছিল ‘You are my god’

ৰক বেণ্ডৰ ড্ৰামাৰ Paiceক কিয় জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিয়ে কৈছিল ‘You are my god’

7 hours ago
ডিমেনচিয়াৰ আশংকা কমাবলৈ গঢ়ি তোলক এই অভ্যাস

বয়সৰ লগে লগে বাঢ়ি আহে ডিমেনচিয়াৰ আশংকা! গঢ়ি তোলক এই অভ্যাস

8 hours ago
চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

9 hours ago
এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

9 hours ago
মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

বোৱাৰী লাভাৰ ছাগলী বেপাৰী! ছাগলী কিনিবলৈ আহি পলোৱাই নিলে জাহাংগীৰৰ সুন্দৰী পত্নীক

editor by editor
April 28, 2023
in অপৰাধ, অসম, জীৱনশৈলী
0
বোৱাৰী লাভাৰ ছাগলী বেপাৰী! ছাগলী কিনিবলৈ আহি পলোৱাই নিলে জাহাংগীৰৰ সুন্দৰী পত্নীক
0
SHARES
4.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বোৱাৰী LOVER ছাগলী বেপাৰী। ছাগলী কিনিবলৈ আহি বোৱাৰীৰ সৈতে পিৰিতি। স্বামীৰ অগোচৰে ছাগলী বেপাৰীৰ সৈতে বোৱাৰীৰো হলিগলি। তাৰ পিছত ঘটিল এই কাহিনী। আচলতে হৈছে কি? দুদিনমান তল পৰিছিলহে আকৌ আহিছে বোৱাৰীৰ নতুন প্ৰেম কাহিনী৷ যুৱতীকো যেন পিছ পেলাইছে কলিযুগৰ বোৱাৰীয়ে৷ এইজন ৰাজু৷ ঘৰ ফকিৰগঞ্জৰ হাজিপাৰাত৷ ৰাজু পেছাত ছাগলী বেপাৰী৷ কিন্তু ৰাজুৰ ছাগলীতকৈ বোৱাৰীৰ ওপৰতহে চকু বেছি৷ আৰু ৰাজুৰ চকু পৰিল জাহাংগীৰ আলমৰ ৩২ বছৰীয়া পত্নীৰ ওপৰত৷ এইজন জাহাংগীৰ আৰু এইগৰাকী জাহাংগীৰৰ সুন্দৰী পত্নী৷ বোৱাৰীগৰাকী ৪ সন্তানৰ মাতৃ, তাৰে তিনিটি ছোৱালী এটি ল’ৰা৷ স্বামী জাহাংগীৰ থাকে গুৱাহাটীত৷ সন্তানৰ সৈতে ঘৰত অকলে থাকে পত্নী৷ আৰু সেই সুযোগতে জাহাংগীৰৰ ঘৰত ৰাজুৰ চলিল সঘন অহা-যোৱা৷ আৰু তেনেকৈয়ে আৰম্ভ হ’ল দুয়োৰে প্ৰেম-ভালপোৱা।

স্বামী থাকে গুৱাহাটীত, সন্তানত থাকে স্কুলত, পত্নী অকলে থাকে ঘৰত৷ আৰু সেই সুযোগতে ৰাজুই চলাই গ’ল প্ৰেমলীলা৷ কেইমাহ মান তেনেকৈ চলিল দুয়োৰে প্ৰেম-ভালপোৱা৷ দিন যাই মানে বাঢ়ি আহিল দুয়োৰে পিৰিতিৰ মজা৷ চলিব নোৱৰা হ’ল এজনে আনজনৰ অবিহনে৷ কিন্তু এনেকৈ কিমান দিন? সেয়ে গ’লগৈ ৰাজুৰ সৈতে গ’লগৈ জাহাংগীৰৰ পত্নী। লাজ-মান কাটি কৰি, সন্তান-স্বামীৰ কথা পাহৰি ছাগলী বেপাৰী ৰাজুৰ সৈতে পলাল বোৱাৰীগৰাকী। লগত লৈ গ’ল পুত্ৰ সন্তানটিৰ লগতে স্বামীয়ে থবলৈ দিয়া ৮০ হাজাৰ নগদ টকা৷ পত্নী পলোৱাৰ পাছতে পাছতে হাহাকাৰ লাগিল স্বামীৰ৷ পত্নী-সন্তান ফটো লৈ কান্দিছে জাহাংগীৰে৷ যেনেকৈ নহওক পত্নী-সন্তানক লাগে স্বামী জাহাংগীৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!
জীৱনশৈলী

সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

July 2, 2026
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!
জীৱনশৈলী

EPFO Update: প্ৰভিডেণ্ট ফাণ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন, এইখিনি ধন জমা কৰিব লাগিব পিএফ একাউণ্টত!

July 2, 2026
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?
জীৱনশৈলী

বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

July 2, 2026
সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক
জীৱনশৈলী

সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

July 2, 2026
Next Post
সুদখোৰ সাৱধান! টকা ধাৰত দি অবৈধভাৱে সুদ লোৱা লোক হ’ব গ্ৰেপ্তাৰ

সুদখোৰ সাৱধান! টকা ধাৰত দি অবৈধভাৱে সুদ লোৱা লোক হ’ব গ্ৰেপ্তাৰ

মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.