• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

3 years ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

11 minutes ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

বলীউডকো প্ৰত্যাহ্বান জনাইছে অসমীয়া ছবি ‘চুপা চুপি’য়ে! গঢ়িছে নতুন ৰেকৰ্ড

48 minutes ago
শনিয়ে নিৰ্ধাৰণ কৰিব কৰ্ম আৰু কুবেৰে মুকলি কৰিব ভাগ্য! ধনী হোৱাৰ সহজ উপায় জানক

শনিয়ে নিৰ্ধাৰণ কৰিব কৰ্ম আৰু কুবেৰে মুকলি কৰিব ভাগ্য! ধনী হোৱাৰ সহজ উপায় জানক

1 hour ago
আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

2 hours ago
হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!

হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!

3 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ৰে’লৱেত ওলাইছে চাকৰি, ৪০৯৮ পদৰ বাবে কৰক আবেদন

4 hours ago
কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

5 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

অহা সপ্তাহত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, ভাংগাই দিলে ভৱিষ্যদ্বাণী!

6 hours ago
অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

6 hours ago
ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

9 hours ago
গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

9 hours ago
বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

editor by editor
April 28, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?
0
SHARES
534
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ তেওঁ আদিপুৰুষ। বিশ্ব ব্ৰহ্মাণ্ডই তেওঁৰ ঘৰ। মৰ্ত্যত শিৱ স্বয়ম্ভূৰ প্ৰকাশ লিংগৰৰূপত। কোৱা হয় যে মূৰ্তিৰূপে শিৱৰ পূজা নিষিদ্ধ। সেয়ে অধিকাংশ মন্দিৰতেই মূলত শিৱলিংগ দেখা যায়। কোৱা হয় যে দেশৰ ১২ টা মন্দিৰৰ শিৱলিংগত স্বয়ং দেৱাদিদেবৰ বাস কৰে। সেইসমূহকেই জ্যোতিৰ্লিঙ্গ বুলি কোৱা হয়। অধিকাংশ মন্দিৰতেই শিৱলিংগ দেখা যায় যদিও প্ৰধানকৈ ১২ টা মন্দিৰতহে জ্যোতিৰ্লিংগ আছে। দ্বাদশ জ্যোতিৰ্লিংগ আছে শ্ৰী সোমনাথত। গুজৰাটৰ সৌৰাষ্ট্ৰত এই শিৱলিংগটো আছে। তাতেই মহাদেৱক সোমেশ্বৰ নামেৰে পূজা কৰা হয়। লোকবিশ্বাস মতে মহাদেৱৰ এই বিশেষ ৰূপৰ পূজা কৰিলে জন্মজনিত দুঃখৰ পৰা মুক্তি লাভ কৰিব পাৰি। ভক্তিভাৱে যিসকলে এই জ্যোতিৰ্লিংগক আৰাধনা কৰে তেওঁ মৃত্যুৰ পাছত শিৱৰ মাজতেই লীন হয় বুলি লোকবিশ্বাস।

মহাদেৱৰ দ্বিতীয় জ্যোতিৰ্লিংগটো আছে অন্ধ্ৰপ্ৰদেশৰ শৈলপৰ্বতত। তাত মহাদেৱক মল্লিকাৰ্জুন নামেৰে আৰাধনা কৰা হয়। পুৰাণমতে মহাদেৱৰ এই বিশেষৰূপে পূৰ্বপুৰুষৰ মুক্তিলাভ কৰাটো সহায় কৰে। কথিত আছে যে এই মন্দিৰত পূজা কৰিলে ৰাজ ঐশ্বৰ্য্যৰ অধিকাৰী হ’ব পাৰে। ইয়াৰপাছতেই মহাদেৱৰ তৃতীয় জ্যোতিৰ্লিংগ আছে মধ্যপ্ৰদেশৰ উজ্জ্বয়িনীত। তাত মহাদেৱ প্ৰকাশ মহাকালৰূপে পৰিচিত। অৰ্থাৎ তাত মহাদেৱক প্ৰকাশ মহাকালৰূপে আৰাধনা কৰা হয়। মহাকালৰ অৰ্থ হৈছে অধিপতি। উজ্জ্বয়িনীৰ মহাকালেশ্বৰত শিৱক অধিপতিৰ দেৱতাৰূপেই পূজা-অৰ্চনা কৰা হয়। এইদৰে মহাদেৱক আৰাধনা কৰিলে অকালমৃত্যুৰ পৰা ৰক্ষা পোৱা যায় বুলি বিশ্বাস। মহাদেৱৰ এই ৰূপক উপাসনা কৰাসকলে দীৰ্ঘায়ু লাভ কৰে বুলিও বহুতেই দাবী কৰে।

ইয়াৰোপৰি মধ্যপ্ৰদেশৰ আৰু এক স্থানত জ্যোতিৰ্লিংগৰ দৰ্শন পোৱা যায়। ওংকাৰেশ্বৰ নামেৰে তেওঁ মান্ধাতা পৰ্বতত বিৰাজ কৰে। শিৱৰ এই ৰূপৰ অৰ্চনা কৰিলে বিশেষ পূণ্যলাভ কৰে বুলি ভক্তসকলে দাবী কৰে। ওংকাৰেশ্বৰত পূজা অৰ্চনা কৰিলে চতুৰ্বেদ অধ্যয়নৰ ফলো পোৱা যায়। ইয়াৰ পাছতেই আছে মহাদেৱৰ পঞ্চম জ্যোতিৰ্লিংগ। যি খুবেই দুৰ্গম এক স্থানত অৱস্থিত। উত্তৰাখণ্ডৰ কেদাৰ পৰ্বতত তেওঁ কেদাৰেশ্বৰ নামেৰে পূজিত হয়। এই যাত্ৰাপথ খুবেই দুৰ্গম যদিও প্ৰতিবছৰে অগণন ভক্তই ইয়ালৈ যাত্ৰা কৰে। কিন্তু এই স্থানত এবাৰ ভৰি থলেই পূণ্যলাভ হয় বুলি বহুতেই দাবী কৰে।

এই ১২ জ্যোতিৰ্লিংগৰ ভিতৰত কেদাৰনাথ দৰ্শন কৰিলেহে মোক্ষলাভ হয়। এই স্থান দৰ্শন কৰিলে শিৱলোকো প্ৰাপ্তি কৰে। তালিকাত ইয়াৰ পাছতেই আছে ভীমশংকৰ। মহাৰাষ্ট্ৰৰ পুনেত এই ভিমশংকৰ অৱস্থিত। এই জ্যোতিৰ্লিংগ দৰ্শন কৰিলে মহাশোক নাশ হয়। ইয়াৰ পাছতেই আছে কাশীশ্বৰ। উত্তৰপ্ৰদেশৰ বানাৰস চহৰখনকেই আস্ত শিৱক্ষেত্ৰ বুলি জনা যায়। তাতেই অধিষ্ঠিত হৈ আছে বিশ্বেশ্বৰ মহাদেৱ। কথিত আছে যে বাবা বিশ্বনাথে ভক্তৰ সকলো জাগতিক চাহিদা পূৰণ কৰে। এই স্থানত শিৱক দৰ্শন কৰিলে ৰাজ ঐশ্বৰ্যৰ অধিকাৰী হয়।

গোদাবৰী নৈৰ পাৰতো আছে এক জ্যোতিৰ্লিংগ। শ্ৰী ত্ৰম্বকেশ্বৰ মহাদেৱৰ মন্দিৰ নামেৰে এক মন্দিৰত আছে এই জ্যোতিৰ্লিংগ। এই স্থানত পূজা কৰিলে বিবাহ ঘাটিত সমস্যা থাকিলে দূৰ হয়। ইয়াৰ পাছতেই আছে ঝাৰখণ্ডৰ বাবা বৈদ্যনাথৰ মন্দিৰ। ঘনাই ৰোগ হোৱা লোকে এই মন্দিৰ দৰ্শন কৰিব লাগে বুলি লোকবিশ্বাস। প্ৰায়সংখ্যক শিৱভক্তই জীৱনত একোবাৰকৈ হ’লেও দ্বাদশ শিৱলিংগ দৰ্শন কৰিবলৈ ইচ্ছা কৰে। কিন্তু মহাদেৱৰ কৃপা নহ’লে সেই ইচ্ছা অপূৰ্ণ হৈ থাকি যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!
জীৱনশৈলী

জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

July 3, 2026
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?
বিনোদন

বলীউডকো প্ৰত্যাহ্বান জনাইছে অসমীয়া ছবি ‘চুপা চুপি’য়ে! গঢ়িছে নতুন ৰেকৰ্ড

July 3, 2026
শনিয়ে নিৰ্ধাৰণ কৰিব কৰ্ম আৰু কুবেৰে মুকলি কৰিব ভাগ্য! ধনী হোৱাৰ সহজ উপায় জানক
জীৱনশৈলী

শনিয়ে নিৰ্ধাৰণ কৰিব কৰ্ম আৰু কুবেৰে মুকলি কৰিব ভাগ্য! ধনী হোৱাৰ সহজ উপায় জানক

July 3, 2026
আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে
বিশ্ব

আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

July 3, 2026
Next Post
এক ৰহস্যময় অঞ্চল! য’ত মাটিৰ পৰা মহাকাশৰ দূৰত্ব মাত্ৰ দুঘণ্টাৰ ৰাস্তা

এক ৰহস্যময় অঞ্চল! য’ত মাটিৰ পৰা মহাকাশৰ দূৰত্ব মাত্ৰ দুঘণ্টাৰ ৰাস্তা

নিদ্ৰাহীনতাৰ সমস্যাত ভূগিছে? নিশা শোৱাৰ আগে আগে খোৱা গাখীৰ কাপত কি কি মিহলাই খাব?

নিদ্ৰাহীনতাৰ সমস্যাত ভূগিছে? নিশা শোৱাৰ আগে আগে খোৱা গাখীৰ কাপত কি কি মিহলাই খাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.