কেবিনেটত মহাপ্ৰতাপী মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, একা ছেকা নহয়। দুটাকৈ ফাইলত মুখ্যমন্ত্ৰীয়ে চহী কৰাৰ পাছতো ভট্টাচাৰ্যৰ টেবুলতে পৰি ৰৈছে ফাইল। পিছে বিজেপিৰ ৰাজনৈতিক পাল্লাত কাৰ ভৰ বেছি সেয়া সময়ে ক’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















