• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিমান দুৰ্ঘটনাৰ ৪০ দিনৰ পিছত আমাজনত জীৱন্তে উদ্ধাৰ চাৰিটি শিশু, কেনেদৰে ৪০ দিন ধৰি সহবাস কৰিলে আমাজানৰ ঘন জংঘলত? বিশ্বক আচৰিত কৰা এক সঁচা ঘটনা

বিমান দুৰ্ঘটনাৰ ৪০ দিনৰ পিছত আমাজনত জীৱন্তে উদ্ধাৰ চাৰিটি শিশু, কেনেদৰে ৪০ দিন ধৰি সহবাস কৰিলে আমাজানৰ ঘন জংঘলত? বিশ্বক আচৰিত কৰা এক সঁচা ঘটনা

3 years ago
দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

7 hours ago
আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

7 hours ago
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

7 hours ago
চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

8 hours ago
ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

9 hours ago
৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

10 hours ago
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

11 hours ago
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

12 hours ago
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

12 hours ago
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

13 hours ago
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

14 hours ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিমান দুৰ্ঘটনাৰ ৪০ দিনৰ পিছত আমাজনত জীৱন্তে উদ্ধাৰ চাৰিটি শিশু, কেনেদৰে ৪০ দিন ধৰি সহবাস কৰিলে আমাজানৰ ঘন জংঘলত? বিশ্বক আচৰিত কৰা এক সঁচা ঘটনা

editor by editor
June 10, 2023
in বিবিধ, বিশ্ব
0
বিমান দুৰ্ঘটনাৰ ৪০ দিনৰ পিছত আমাজনত জীৱন্তে উদ্ধাৰ চাৰিটি শিশু, কেনেদৰে ৪০ দিন ধৰি সহবাস কৰিলে আমাজানৰ ঘন জংঘলত? বিশ্বক আচৰিত কৰা এক সঁচা ঘটনা
0
SHARES
12.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
ৰহস্যৰে ভৰপূৰ আমাজন বৰ্ষাৰণ্য। ঘন জংঘলেৰে ভৰা আমাজন ইমান বেছি ভয়ংকৰ যে, তাত জীৱ এটা মুহুৰ্ত জীয়াই থকাটোও অসম্ভৱ। হিংস্ৰ জন্তুৰ লগতে বৰ্ষাৰণ্যখনত থকা বিষাক্ত উদ্ভিদে যিকোনো মুহুৰ্ততে কাঢ়িব পাৰে জীৱৰ প্ৰাণ। সেই ভয়ংকৰ অভয়াৰণ্যতে প্ৰায় ৪০ দিনৰ পূৰ্বে অৰ্থাত

১ মে’ত কলম্বিয়াত সংঘটিত হৈছিল এক ভয়ংকৰ বিমান দুৰ্ঘটনা। উৰণৰ কিছু সময়ৰ পিছতেই যান্ত্ৰিক বিজুতি ঘটা বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ৩ জনকৈ ব্যক্তিয়ে। সন্ধানহীন হৈ আছিল চাৰিটাকৈ শিশু। যাৰ ভিতৰত আছিল ১৩, ৯, ৪ বছৰীয়া শিশুৰ লগতে মাত্ৰ ১১ মহীয়া এটি শিশু। উদ্ধাৰ হৈছিল মাতৃ,পাইলট আৰু এজন স্থানীয় নেতাৰ মৃতদেহ।

আমাজনৰ জংঘলত উদ্ধাৰ হৈছিল মৃতদেহ আৰু বিমানৰ ধ্বংসাৱেশ। ইয়াৰ পি্ছতে সন্দেহ কৰা হৈছিল যে, আমাজনৰ ঘন জংঘলতেই আছে নিৰুদ্দিষ্ট শিশুকেইটি। দুৰ্ঘটনাৰ পিছতেই কলম্বিয়াৰ ৰাষ্ট্ৰপতিয়ে এটা বৃহত সেনা বাহিনীৰ দলক নিৰুদ্দিষ্ট চাৰি শিশুৰ সন্ধানৰ বাবে দ্বায়িত্ব অৰ্পন কৰে। লগত স্নীফাৰ ডগ লৈ আমাজনৰ ঘন জংঘলত চলিল সেনাৰ উদ্ধাৰ অভিযান। অভিযানত সহায় কৰিলে আমাজন জংঘলৰ প্ৰতি সমক্য জ্ঞান থকা ৭০ গৰাকী জনজাতীয় লোকে। ঘন জংঘলৰ মাজত সেনাৰ অভিযানত চলি আছিল যদিও প্ৰাথমিক পৰ্যায়ত কোনো ধৰণৰ সফলতা লাভ কৰা নাছিল সেনাৰ দলে। কিন্তু জংঘলৰ মাজত লাহে লাহে উদ্ধাৰ হোৱা গাখীৰৰ বটল. শিশুৰ পদচিহ্ন, ডাইপাৰ, আধাখোৱা ফলে জংঘলত শিশুৰ উপস্থিতিৰ উমান দিছিল।

জংঘলত থকা হিংস্ৰ জীৱ-জন্তু, সাপ আদিৰ লগতে বিষাক্ত উদ্ভিদৰ আৰু হঠাতে অহা বৰষুণ এই অভিযানত যথেষ্ঠ বাধাৰ সৃষ্টি কৰিছিল যদিও নিজ লক্ষ্যত অটল আছিল কলম্বিয়ান সেনা। সেনাই জংঘলৰ মাজত নিৰুদ্দিষ্ট শিশুৰ আত্মীয়ৰ বাৰ্তাও বজাই শুনাইছিল। যাতে শিশু সকলে উদ্ধাৰ অভিযানৰ ওমান পায়। জংঘলৰ মাজে মাজে চলা অভিযানৰ অন্তত অৱশেষত জংঘলৰ মাজত আৰক্ষীয়ে উদ্ধাৰ কৰে নিৰুদ্দিষ্ট চাৰিটিকৈ শিশু। ৰাষ্ট্ৰপতি গষ্টাৱো পেট্ৰ’য়ে সংবাদ মাধ্যমক জনায় এই কথা। বৰ্তমান চিকিত্সা চলি আছে উদ্ধাৰ হোৱা চাৰি শিশুৰ।

কিন্তু আমাজনৰ ঘন জংঘলত কেনেদৰে এই কণমানি চাৰি শিশুয়ে ৪০ দিনলৈ সহাৱস্থান কৰাটো কোোনো চমতকাৰতকৈ কম নহয়। এই সন্দৰ্ভত এতিয়াও কোনো তথ্য পোহৰলৈ অহা নাই যদিও শিশুকেইটিৰ ককাকে জনোৱা মতে জনজাতীয় হোৱাৰ বাবে শিশু কেইটিয়ে মাছ চিকাৰ কৰা অথবা খাদ্য সংগ্ৰহ কৰা পূৰ্বতে জানিছিল। আৰু যিয়ে তেঁওলোকক জীয়াই থকাত সহায় কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ
বিনোদন

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

August 10, 2026
আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য
জীৱনশৈলী

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

August 10, 2026
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!
জীৱনশৈলী

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

August 10, 2026
চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!
অসম

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

August 10, 2026
Next Post
৮ বছৰে সৰু ৰোহনপ্ৰীতৰ সৈতে বিচ্ছেদ প্ৰায় খাটাং! নেহাৰ জন্মদিনত কিয় দেখা নগ’ল ৰোহনপ্ৰীতক?

৮ বছৰে সৰু ৰোহনপ্ৰীতৰ সৈতে বিচ্ছেদ প্ৰায় খাটাং! নেহাৰ জন্মদিনত কিয় দেখা নগ’ল ৰোহনপ্ৰীতক?

কৰমণ্ডল দুৰ্ঘটনাত মৃতদেহ চিনাক্ত কৰিবলৈ এইবাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ! কৃত্ৰিম বুদ্ধিমত্তাৰে এতিয়ালৈ কিমান দেহ চিনাক্ত কৰা হৈছে?

কৰমণ্ডল দুৰ্ঘটনাত মৃতদেহ চিনাক্ত কৰিবলৈ এইবাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ! কৃত্ৰিম বুদ্ধিমত্তাৰে এতিয়ালৈ কিমান দেহ চিনাক্ত কৰা হৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.