• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮ বছৰে সৰু ৰোহনপ্ৰীতৰ সৈতে বিচ্ছেদ প্ৰায় খাটাং! নেহাৰ জন্মদিনত কিয় দেখা নগ’ল ৰোহনপ্ৰীতক?

৮ বছৰে সৰু ৰোহনপ্ৰীতৰ সৈতে বিচ্ছেদ প্ৰায় খাটাং! নেহাৰ জন্মদিনত কিয় দেখা নগ’ল ৰোহনপ্ৰীতক?

3 years ago
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

15 minutes ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

3 hours ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

3 hours ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

3 hours ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

4 hours ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

4 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

5 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

5 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

6 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

6 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

8 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৮ বছৰে সৰু ৰোহনপ্ৰীতৰ সৈতে বিচ্ছেদ প্ৰায় খাটাং! নেহাৰ জন্মদিনত কিয় দেখা নগ’ল ৰোহনপ্ৰীতক?

editor by editor
June 10, 2023
in জীৱনশৈলী
0
৮ বছৰে সৰু ৰোহনপ্ৰীতৰ সৈতে বিচ্ছেদ প্ৰায় খাটাং! নেহাৰ জন্মদিনত কিয় দেখা নগ’ল ৰোহনপ্ৰীতক?
0
SHARES
13.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মায়ানগৰীৰ অন্যতম চৰ্চিত জুঁটিৰেই বিবাহ বিচ্ছেদৰ দিশেৰে। অভিনেত্ৰী নেহা কক্কৰৰ জন্মদিনৰ ছবি ভাইৰেল হোৱাৰ পাছতেই নেটদুনীয়াত চলিছে বিশেষ চৰ্চাটো। বিগত ৬ জুনৰ নিশা ১২ বজাত অভিনেত্ৰীগৰাকীয়ে নিজ বাসগৃহত উদযাপন কৰিছিল বাৰ্থডে পাৰ্টীৰ। ৩৫ বছৰত ভৰি দিলে অভিনেত্ৰী নেহাই। আত্মীয়-স্বজনৰ ভীৰত সকলোৱে সন্ধান কৰিছিল এখন বিশেষ মুখৰ। নেহা কক্কৰৰ স্বামী ৰোহনপ্ৰীত উপস্থিত নাছিল সেই অনুষ্ঠানত। প্ৰায় প্ৰতিসময়তে একেলগে থকা ৰোহন এইবাৰ কিয় উপস্থিত নাথাকিল নেহাৰ বাৰ্থডে পাৰ্টীত?

জন্মদিনৰ কেইবাখনো ছবি নেহাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। কেক কটাৰ পৰা খাদ্যগ্ৰহণলৈ সকলো ছবিয়েই শ্বেয়াৰ কৰিছে নেহাই। অনুষ্ঠানত উপস্থিত সকলোকে ধন্যবাদ জনাই হৃদয়স্পৰ্শী পোষ্ট দিছে নেহাই। কিন্তু এই ছবিসমূহৰ মাজত ক’তোৱেই দেখা নগ’ল ৰোহনপ্ৰিতক। ৰোহনেও পত্নী নেহাক ওপজা দিনৰ শুভেচ্ছা জনাই কোনোধৰণৰ প’ষ্ট শ্বেয়াৰ নকৰিলে।

চণ্ডীগড়ত পোনতে দেখা হৈছিল নেহা আৰু ৰোহনপ্ৰীত। দেখা মাত্ৰকেই প্ৰেম। নেহাতকৈ ৮ বছৰৰ সৰু ৰোহনপ্ৰীত। কিন্তু প্ৰেমে নামানে বয়সৰ বাধা। গায়ক নেহা প্ৰথম দেখাতেই প্ৰেমত পৰিল ৰোহনপ্ৰীতৰ। প্ৰেমেই পাছলৈ বিবাহ। ২০২০ চনৰ অক্টোবৰ মাহত ধুমধামেৰে বিবাহৰ অনুষ্ঠান আয়োজন কৰে নেহা আৰু ৰোহনপ্ৰীতৰ পৰিয়ালে। বিবাহৰ পাছতেই ৰোহনপ্ৰীতৰ সৈতে এটা মিউজিক ভিডিঅ’ কৰি কটাক্ষৰো চিকাৰ হৈছিল নেহা। গানটোৰ নাম আছিল ‘খ্যায়াল ৰখা কৰ’, সেই গানৰ প্ৰচাৰত আছিল নেহা অন্তঃসত্ত্বা হোৱাৰ আভাস। বিয়াৰ মাত্ৰ ২ মাহ পিছতেই সন্তানসম্ভৱা নেহা বুলি সকলোতে প্ৰচাৰ চলাৰ পাছতেই গানটোৱে মুক্তি লাভ কৰে। গীতটোতহে নেহাই অন্তঃসত্ত্বা হোৱাৰ অভিনয় কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?
জীৱনশৈলী

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 14, 2026
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক
জীৱনশৈলী

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

October 14, 2026
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!
জীৱনশৈলী

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

October 14, 2026
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

October 14, 2026
Next Post
কৰমণ্ডল দুৰ্ঘটনাত মৃতদেহ চিনাক্ত কৰিবলৈ এইবাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ! কৃত্ৰিম বুদ্ধিমত্তাৰে এতিয়ালৈ কিমান দেহ চিনাক্ত কৰা হৈছে?

কৰমণ্ডল দুৰ্ঘটনাত মৃতদেহ চিনাক্ত কৰিবলৈ এইবাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ! কৃত্ৰিম বুদ্ধিমত্তাৰে এতিয়ালৈ কিমান দেহ চিনাক্ত কৰা হৈছে?

অভিনেত্ৰী ৰুবিনা দিলাকৰ বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ ট্ৰাকৰ! মূৰ আৰু কঁকালত আঘাত পাইছে অভিনত্ৰী ৰুবিনাই

অভিনেত্ৰী ৰুবিনা দিলাকৰ বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ ট্ৰাকৰ! মূৰ আৰু কঁকালত আঘাত পাইছে অভিনত্ৰী ৰুবিনাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.