• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিনেত্ৰী ৰুবিনা দিলাকৰ বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ ট্ৰাকৰ! মূৰ আৰু কঁকালত আঘাত পাইছে অভিনত্ৰী ৰুবিনাই

অভিনেত্ৰী ৰুবিনা দিলাকৰ বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ ট্ৰাকৰ! মূৰ আৰু কঁকালত আঘাত পাইছে অভিনত্ৰী ৰুবিনাই

3 years ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

50 minutes ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

2 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

3 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

3 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

4 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

5 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

6 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

14 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

15 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

15 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অভিনেত্ৰী ৰুবিনা দিলাকৰ বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ ট্ৰাকৰ! মূৰ আৰু কঁকালত আঘাত পাইছে অভিনত্ৰী ৰুবিনাই

editor by editor
June 11, 2023
in জীৱনশৈলী, বিনোদন, ভাৰত, স্বাস্থ্য
0
অভিনেত্ৰী ৰুবিনা দিলাকৰ বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ ট্ৰাকৰ! মূৰ আৰু কঁকালত আঘাত পাইছে অভিনত্ৰী ৰুবিনাই
0
SHARES
910
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত কেইটামান দিনধৰি দেশত ধাৰাবাহিকভাৱে সংঘটিত হৈছে এটাৰ পাছক আনটো দুৰ্ঘটনা। এইবাৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছে অভিনেত্ৰী ৰুবিনা দিলাকৰ বাহনৰ। বেয়াকৈ ভাঙি পৰিছে বিগ বছ ১৪ বিজয়ী অভিনেত্ৰী ৰুবিনাৰ বাহনখন। এই দুৰ্ঘটনাত অভিনেত্ৰী ৰুবিনাই মূৰ আৰু কঁকালত বেয়াকৈ আঘাত পোৱাৰ কথাও টুইটযোগে প্ৰকাশ কৰিছে। ৰুবিনাৰ স্বামী অভিনৱ শুক্লাই টুইটযোগে দিছে এই খবৰটো। দুৰ্ঘটনাত পতিত হোৱাৰ লগে লগেই ৰুবিনাক হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান শাৰীৰিক অৱস্থা কেনে সেই সন্দৰ্ভত নিজেই এটা টুইট কৰিছে অভিনেত্ৰী ৰুবিনাই।

টুইটত অভিনেত্ৰী ৰুবিনাই লিখিছে, ‘ঘটনাটো ইমানেই আকস্মিকভাৱে হ’ল যে মই একো ধৰিবই নোৱাৰিলো। মূৰ আৰু কঁকালত আঘাত পাইছো। সকলো পৰীক্ষা নিৰীক্ষা ইতিমধ্যে হৈ গৈছে। বৰ্তমান মোৰ স্বাস্থ্য ভালেই আছে। ট্ৰাক চালকৰ বিৰুদ্ধে মই আইনী ব্যৱস্থাও লৈছো। সকলোকে কওঁ ৰাস্তাত ঘূৰা ফুৰা কৰি থাকোতে সাৱধানে চলিব। নিজৰ সুৰক্ষাৰ বাবেই আইন মানি চলিব।’

ইফালে ৰুবিনাৰ স্বামী অভিনৱ শুক্লাইয়ো টুইটত লিখিছে, ‘আমাৰ সৈতে যি হৈছে সেয়া কাৰোৰে সৈতেই নহওক। বৰ্তমান ৰুবিনা ভালে আছে।’ দুৰ্ঘটনাৰ পাছত মুম্বাই আৰক্ষীৰ ওচৰত এখন আৱেদনো কৰিছে তাৰকা দম্পত্তিয়ে। কেইটামান দিন পূৰ্বে মুম্বাই-পুনে হাইৱেত এই দুৰ্ঘটনা হৈছিল ৰুবিনাৰ। সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী ৰুবিনাই এই দুৰ্ঘটনাত বৰ বেছি আঘাত পোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?
ভাৰত

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

July 16, 2026
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন
জীৱনশৈলী

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

July 16, 2026
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?
বিনোদন

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

July 16, 2026
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!
জীৱনশৈলী

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

July 16, 2026
Next Post
IPLৰ ফাইনেলৰ পাছত টেষ্ট বিশ্বকাপ, আহমেদাবাদৰ পৰা লণ্ডনলৈ খেল চাবলৈ পালেগৈ ৰাঘৱ-পৰিণীতি

IPLৰ ফাইনেলৰ পাছত টেষ্ট বিশ্বকাপ, আহমেদাবাদৰ পৰা লণ্ডনলৈ খেল চাবলৈ পালেগৈ ৰাঘৱ-পৰিণীতি

আয়কৰ জমা দিয়াৰ ডেডলাইন মিছ নকৰিব! মিছ কৰিলেই দিব লাগিব ইমান জৰিমনা…

আয়কৰ জমা দিয়াৰ ডেডলাইন মিছ নকৰিব! মিছ কৰিলেই দিব লাগিব ইমান জৰিমনা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.