• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃহস্পতিবাৰে সম্পন্ন হৈছিল বিয়া…শুকুৰবাৰে হাৰ্ট এটেকত দৰাৰ মৃত্যু

বৃহস্পতিবাৰে সম্পন্ন হৈছিল বিয়া…শুকুৰবাৰে হাৰ্ট এটেকত দৰাৰ মৃত্যু

3 years ago
ডিমেনচিয়াৰ আশংকা কমাবলৈ গঢ়ি তোলক এই অভ্যাস

ডিমেনচিয়াৰ আশংকা কমাবলৈ গঢ়ি তোলক এই অভ্যাস

3 minutes ago
চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

32 minutes ago
এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

1 hour ago
মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

2 hours ago
কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

2 hours ago
সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

3 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

4 hours ago
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

19 hours ago
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

19 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

19 hours ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

20 hours ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বৃহস্পতিবাৰে সম্পন্ন হৈছিল বিয়া…শুকুৰবাৰে হাৰ্ট এটেকত দৰাৰ মৃত্যু

editor by editor
January 28, 2023
in অসম, জীৱনশৈলী
0
বৃহস্পতিবাৰে সম্পন্ন হৈছিল বিয়া…শুকুৰবাৰে হাৰ্ট এটেকত দৰাৰ মৃত্যু
0
SHARES
24k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হৃদয়বিদাৰক! বিয়াৰ পিছদিনাই দৰাৰ মৃত্যু৷ ৰাম মজুমদাৰৰ বিবাহ হৈছিল বৃহস্পতিবাৰে৷ দেওবাৰে অভ্যৰ্থনা অনুষ্ঠানৰ পৰিকল্পনা আছিল৷ শুকুৰবাৰে নিশা দৰাৰ হাৰ্টএটেক৷ পত্নী চুমু মণ্ডলক এৰি থৈ গ’ল ৰাম মজুমদাৰে৷

ঘটনা অনুসৰি বৰপেটাৰোড খৈৰাবাৰীৰ চৰণ মজুমদাৰ পুত্ৰ ৰাম মজুমদাৰে বৃহস্পতিবাৰে বিজনীৰ বিষ্ণুপুৰৰ উলুবাৰী গাঁওৰ চুমু মণ্ডলৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল৷
কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস সুখৰ সংসাৰ আৰম্ভ কৰাৰ পূৰ্বে নিয়তিয়ে কাঢ়ি লৈ গ’ল দৰা ৰাম মজুমদাৰক। শুক্ৰবাৰে নিশা শুই থকা অৱস্থাত উশাহ নিশাহ লোৱাত কষ্ট পোৱাত হাস্পাতালত ভৰ্তি কৰোৱাৰ পিছতে চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷

দেওবাৰে বিবাহ উপলক্ষে আয়োজন কৰা হৈছিল অভ্যৰ্থনাৰ বাবে সকলো যা যোগাৰ। কিন্তু সেয়া আৰু হৈ নুঠিল৷ অভ্যৰ্থনাৰ পৰিবৰ্তে জ্বলি উঠিল চিতা৷ উক্ত ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলত এক শোকৰ ছাঁ বিৰাজ কৰা পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!
জীৱনশৈলী

এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

July 2, 2026
মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ
জীৱনশৈলী

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

July 2, 2026
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?
জীৱনশৈলী

আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

July 2, 2026
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল
জীৱনশৈলী

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

July 1, 2026
Next Post
কোন হ’ব ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক? ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে…

কোন হ’ব ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক? ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে...

মা মা বুলি পুত্ৰই উচুপি উঠিছে! সঁহাৰি দিয়া নাই কলিজা আইতাই…

মা মা বুলি পুত্ৰই উচুপি উঠিছে! সঁহাৰি দিয়া নাই কলিজা আইতাই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.