• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মা মা বুলি পুত্ৰই উচুপি উঠিছে! সঁহাৰি দিয়া নাই কলিজা আইতাই…

মা মা বুলি পুত্ৰই উচুপি উঠিছে! সঁহাৰি দিয়া নাই কলিজা আইতাই…

3 years ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

3 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

3 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

4 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

5 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

6 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

7 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

7 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

8 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

9 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

10 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

11 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মা মা বুলি পুত্ৰই উচুপি উঠিছে! সঁহাৰি দিয়া নাই কলিজা আইতাই…

editor by editor
January 28, 2023
in অসম, গুৱাহাটী, স্বাস্থ্য
0
মা মা বুলি পুত্ৰই উচুপি উঠিছে! সঁহাৰি দিয়া নাই কলিজা আইতাই…
0
SHARES
46.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কলিজা আইতাৰ স্বাস্থ্যৰ উন্নতি ঘটা নাই৷ বিগত প্ৰায় এসপ্তাহ ধৰি হাস্পতালতেই চিকিৎসাধীন হৈ আছে কলিজা আইতা৷ ৰাজ্যবাসীয়ে কলিজা আইতাৰ আশুআৰোগ্য কামনা কৰিছে৷ আইতা বৰ্তমানো ভেণ্টিলেছনতেই আছে বুলি জনাইছে বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই৷ আজি অৰ্থাৎ শনিবাৰে কলিজা আইতাৰ কনিষ্ঠ পুত্ৰই মাতৃক দেখা কৰিবলৈ হাস্পতালত উপস্থিত হৈছে৷ কলিজা আইতাৰ সৰু পূত্ৰ (৮৭ বছৰীয়া)ই হাস্পতালতেই আইতাৰ খবৰ লবলৈ উপস্থিত হয়।

আইতাৰ সৰু পূত্ৰও শাৰীৰিক ভাবে অসুস্থ। তেওঁ নিজেও চিকিৎসাৰ বাবে বিগত এমাহ ধৰি বেংগালুৰুত আছিল। আইতাৰ চাৰিটা সন্তানৰ তিনিজনৰেই ইতিমধ্যে মৃত্যু হৈছে। বৰ পুত্ৰৰ মৃত্যুৰ পাছত আইতাই স্ব-ইচ্ছাৰেই এদিন আশ্রমলৈ আহিছিল। আইতা অসুস্থ হোৱাৰে পৰা সৰু পূত্ৰই প্ৰায় প্ৰতিদিনেই আইতাৰ খবৰ লৈ থকা বুলিও জনাইছে বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই। শনিবাৰে হাস্পতালত উপস্থিত হৈ কনিষ্ঠ পুত্ৰই আইতাক এই অৱস্থাত দেখি ‘মা মা’ বুলি উচুপি উঠে।

উল্লেখ্য যে, আইতাক কনিষ্ঠ পুত্ৰই নিজৰ লগতে ৰাখিব বিচাৰিছিল যদিও আইতাই বৃদ্ধাশ্ৰমতেই লগ সমনীয়া পাব বুলি এদিন আশ্রমলৈ গুচি আহিছিল। ডিচেম্বৰতো কনিষ্ঠ পুত্ৰই আহি মাকৰ খবৰ কৰি গৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?
জীৱনশৈলী

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

July 16, 2026
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য
অসম

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

July 16, 2026
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি
জীৱনশৈলী

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

July 15, 2026
শৰীৰৰ ষ্টেমিনা কিয় কমে?
জীৱনশৈলী

শৰীৰৰ ষ্টেমিনা কিয় কমে?

July 15, 2026
Next Post
অৰুণোদয় আঁচনিত নাম সন্নিবিষ্ট কৰিবলৈকে ৱাৰ্ড মেম্বাৰক লাগে ১৫০০ টকা, মুখ্যমন্ত্ৰীৰ সন্মুখত সকলো উদঙালে ভুক্তভোগী মহিলাই…

অৰুণোদয় আঁচনিত নাম সন্নিবিষ্ট কৰিবলৈকে ৱাৰ্ড মেম্বাৰক লাগে ১৫০০ টকা, মুখ্যমন্ত্ৰীৰ সন্মুখত সকলো উদঙালে ভুক্তভোগী মহিলাই...

২০২৩ চনৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সময়সূচী ঘোষণা

২০২৩ চনৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সময়সূচী ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.