• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেয়া দিনতেই ঘটিল ঘটনা! বিজেপিৰ কাৰ্যালয়ত সোমাল সাপ, তাৰপিছত…

বেয়া দিনতেই ঘটিল ঘটনা! বিজেপিৰ কাৰ্যালয়ত সোমাল সাপ, তাৰপিছত…

3 years ago
শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

1 hour ago
বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

2 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

3 hours ago
গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

3 hours ago
ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

4 hours ago
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

5 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

5 hours ago
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

6 hours ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

19 hours ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

19 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

20 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বেয়া দিনতেই ঘটিল ঘটনা! বিজেপিৰ কাৰ্যালয়ত সোমাল সাপ, তাৰপিছত…

editor by editor
May 13, 2023
in ভাৰত, ৰাজনীতি
0
বেয়া দিনতেই ঘটিল ঘটনা! বিজেপিৰ কাৰ্যালয়ত সোমাল সাপ, তাৰপিছত…
0
SHARES
275
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কৰ্ণাটকত এইবাৰ বিজেপিৰ পতন৷ মেজিক নম্বৰ পাৰ কৰি কংগ্ৰেছ আগবাঢ়িছে বিজয়ৰ দিশেৰে৷ শেহতীয়া খবৰ অনুসৰি বৰ্তমানলৈ কংগ্ৰেছ দল ১৩৩ খন আসনত আগবাঢ়ি আছে৷ ভোটৰ জটিল অংকৰ মাজতেই কৰ্ণাটকৰ বিজেপি কাৰ্যালয়ত ঘটিল আন এক অঘটন৷ শনিবাৰে BJPক কেম্প অফিচত এডাল সাপ সোমাই৷ সাপ সোমোৱাৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে৷

নিৰ্বাচনী ফলাফল ঘোষণাৰ দিনাই বিজেপি অফিচত বহু মানুহ গোট খাইছিল৷ সাপ দেখিয়েই কাৰ্যালয়ত সৃষ্টি হয় আতংকময় পৰিবেশৰ৷ গেৰুৱা শিবিৰৰ কেম্পত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়৷ লগে লগেই সেই স্থানত আৰক্ষী উপস্থিত হৈ বনবিভাগৰ লোকক খবৰ দিয়ে৷ বনবিভাগে সাপটো উদ্ধাৰ কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছে৷

উল্লেখ্য যে কৰ্ণাটকৰ ছিগগাওঁতেই আছে বিজেপিৰ ৰাজ্যিক অফিচ৷ ছিগগাওঁ আসনলৈ দৃষ্টি ৰাখিছে দেশৰ সমূহ জনতাই কাৰণ তাত বিজেপিৰ হৈ ভোটযুদ্ধত নামিছে মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই৷ ইপিনে সেই সমষ্টিত কংগ্ৰেছৰ ইয়াছিক আহমেজ খান পাঠানে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল৷ ইতিমধ্যে বিজেপিক লজ্জাৰ পাৰ মুক্ত কৰি সেই সমষ্টিটোত বুম্মাইয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ মুঠ আসন হৈছে ২২৪ খন৷ মেজিক নম্বৰ হৈছে ১১৩৷ কংগ্ৰেছে মেজিক নম্বৰ অতিক্ৰম কৰিছে৷

ইতিমধ্যে ৰিজাল্ট ঘোষণা নহ’লেও কংগ্ৰেছৰ জয় নিশ্চিত হৈ পৰিছে৷ ইতিমধ্যে ৰাহুল গান্ধীয়েও মন্তব্য প্ৰকাশ কৰিছে৷ ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলিবলৈ কংগ্ৰেছ সাজু হৈছে৷ এই যাত্ৰা সমগ্ৰ দেশলৈ বিয়পি পৰিব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি
জীৱনশৈলী

নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি

May 23, 2026
জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ
জীৱনশৈলী

জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

May 23, 2026
সেই মায়াবী চকু, বয়স বাঢ়িলেও সৌন্দৰ্য্য কমা লাই তিলমানো, কাঁৰ আধৰুৱা মঞ্চক পূৰ্ণতা দিলে ঐশ্ব্যৰ্যই, ২০ বছৰে কাঁৰ ৰেডকাৰ্পেটত অকলে যোৱা ঐশ্ব্যৰ্যৰ হাতত হাত ধৰি কোনে দিলে খোঁজ?
জীৱনশৈলী

সেই মায়াবী চকু, বয়স বাঢ়িলেও সৌন্দৰ্য্য কমা লাই তিলমানো, কাঁৰ আধৰুৱা মঞ্চক পূৰ্ণতা দিলে ঐশ্ব্যৰ্যই, ২০ বছৰে কাঁৰ ৰেডকাৰ্পেটত অকলে যোৱা ঐশ্ব্যৰ্যৰ হাতত হাত ধৰি কোনে দিলে খোঁজ?

May 23, 2026
২৫মেৰ পৰা ৮জুনলৈকে শুভ সময় এই ৩ৰাশিৰ, অৰ্থ আহিব কাৰ কাৰ হাতলৈ?
জীৱনশৈলী

২৫মেৰ পৰা ৮জুনলৈকে শুভ সময় এই ৩ৰাশিৰ, অৰ্থ আহিব কাৰ কাৰ হাতলৈ?

May 23, 2026
Next Post
কৰ্ণাটকত কংগ্ৰেছৰ বিজয়েৰে দক্ষিণৰ ৫ খন ৰাজ্যই এতিয়া বিজেপিমুক্ত! মোদী মেজিক নহয় এইবাৰ ৰাহুলৰ প্ৰেমৰ ৰাজনীতিত মুগ্ধ জনতা

কৰ্ণাটকত কংগ্ৰেছৰ বিজয়েৰে দক্ষিণৰ ৫ খন ৰাজ্যই এতিয়া বিজেপিমুক্ত! মোদী মেজিক নহয় এইবাৰ ৰাহুলৰ প্ৰেমৰ ৰাজনীতিত মুগ্ধ জনতা

কামত নাহিল হিজাব, টিপু চুলতান, মুছলমান সংৰক্ষণ, বজৰং বিতৰ্ক! মেৰুকৰণৰ ধৰাল অস্ত্ৰইয়ো কাটিব নোৱাৰিলে কংগ্ৰেছৰ ভোট

কামত নাহিল হিজাব, টিপু চুলতান, মুছলমান সংৰক্ষণ, বজৰং বিতৰ্ক! মেৰুকৰণৰ ধৰাল অস্ত্ৰইয়ো কাটিব নোৱাৰিলে কংগ্ৰেছৰ ভোট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.