• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ব্যৰ্থ হ’ব চন্দ্ৰযান-৩!’, অধ্যাপকৰ এটা পোষ্টক লৈ সামাজিক মাধ্যমত বিতৰ্ক

‘ব্যৰ্থ হ’ব চন্দ্ৰযান-৩!’, অধ্যাপকৰ এটা পোষ্টক লৈ সামাজিক মাধ্যমত বিতৰ্ক

3 years ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

6 minutes ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

1 hour ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

2 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

3 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

3 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

4 hours ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

20 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

21 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

22 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

22 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

23 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘ব্যৰ্থ হ’ব চন্দ্ৰযান-৩!’, অধ্যাপকৰ এটা পোষ্টক লৈ সামাজিক মাধ্যমত বিতৰ্ক

editor by editor
July 19, 2023
in জীৱনশৈলী, প্ৰযুক্তি, ভাৰত
0
‘ব্যৰ্থ হ’ব চন্দ্ৰযান-৩!’, অধ্যাপকৰ এটা পোষ্টক লৈ সামাজিক মাধ্যমত বিতৰ্ক
0
SHARES
7.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চন্দ্ৰযান-৩ক লৈ দেশজুৰি অব্যাহত আছে চৰ্চা। শেহতীয়াকৈ চন্দ্ৰযান-৩ক লৈ বিতৰ্কিত পোষ্ট কৰিছে কৰ্ণাটকৰ এজন কলেজ অধ্যাপকে। তেঁও টুইটত লিখিছে, ‘বিফল হ’ব চন্দ্ৰযান-৩ৰো অভিযান।’ কৰ্ণাটকৰ মালেশ্বৰমৰ পিইউ কলেজৰ অধ্যাপক হুলিকুন্থ মূৰ্তিয়ে কৰিছে এই বিতৰ্কিত পোষ্ট। তেওঁ এজন দলিত সমাজকৰ্মী হিচাপেও পৰিচিত। কানাড়া ভাষাত তেওঁ কৰিছে বিশেষ টুইটটো।

উল্লেখ্য যে, ইছৰোয়ে দিয়া আপডেট অনুসৰি মঙলবাৰে পৃথিৱীৰ কক্ষপথত সফলভাৱে সোমাইছে। পৃথিৱীৰ নিকটতম কক্ষপথত ভূপৃষ্ঠৰ পৰা ২২৮ কিঃমিঃ দূৰত্বত অৱস্থান কৰিছে চন্দ্ৰযান-৩। এই মহাকাশযানখন বৰ্তমান পৃথিৱীৰ পৰা ৫১হাজাৰ ৪০০ কিঃমিঃ দূৰত্বলৈ গতি কৰিছে।

সকলো ঠিকে ঠাকে থাকিলে আগন্তুক ২৩ আগষ্টত বিশ্বৰ প্ৰথম দেশ হিচাপে চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত অৱতৰণ কৰিব এই মহাকাশযানখনে। পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব প্ৰায় ৩লাখ ৮৪হাজাৰ কিঃমিঃ। এই দূৰত্ব অতিক্ৰম কৰি চন্দ্ৰত উপস্থিত হ’বলৈ ৪২ দিন সময় লাগিব পাৰে এই মহাকাশযানখনৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি
ভাৰত

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

August 14, 2026
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?
ভাৰত

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

August 14, 2026
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!
বাণিজ্য

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

August 14, 2026
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!
প্ৰযুক্তি

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

August 14, 2026
Next Post
পানীৰ তলত ৰাস্তা, ভাহিছে দামী দামী বাহন! গুজৰাট, মহাৰাষ্ট্ৰ, মুম্বাইত বানৰ বাবেই ৰেড এলাৰ্ট জাৰি

পানীৰ তলত ৰাস্তা, ভাহিছে দামী দামী বাহন! গুজৰাট, মহাৰাষ্ট্ৰ, মুম্বাইত বানৰ বাবেই ৰেড এলাৰ্ট জাৰি

শিশুৰ বাবে নিৰ্মিত পাউডাৰৰ পৰা কৰ্কট! ১.৮৮ কোটি ডলাৰ ক্ষতিপুৰণ জনছন এণ্ড জনছনক

শিশুৰ বাবে নিৰ্মিত পাউডাৰৰ পৰা কৰ্কট! ১.৮৮ কোটি ডলাৰ ক্ষতিপুৰণ জনছন এণ্ড জনছনক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.