• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিশুৰ বাবে নিৰ্মিত পাউডাৰৰ পৰা কৰ্কট! ১.৮৮ কোটি ডলাৰ ক্ষতিপুৰণ জনছন এণ্ড জনছনক

3 years ago
ভাৰতীয় ৰে’লবিভাগে বিশেষভাৱে সক্ষম লোকৰ বাবে আনিছে নতুন নিয়ম, কি কি লাভলাভ পাব তেওঁলোকে?

9 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

10 hours ago
ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

মোটা অংকৰ দৰমহা, আছিল নিশ্চিত কেৰিয়াৰ! চাকৰি এৰি কিয় বলীউডলৈ আহিল, বিকি, জন, তাপসীৰ দৰে এইসকল অভিনেতা?

11 hours ago
বিনোদন জগতলৈ আকৌ দুঃসংবাদ! ৩০ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰী দিব্যাংকাই

কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

12 hours ago
নিশাটো পাৰ হ’লেই গংগা সপ্তমী, এই দিনটোতেই গজকেশৰী যোগো, অন্ধকাৰ ভেদি জিলিকি উঠিব এই ৪ৰাশি

গুৰুবাৰে দেৱী লক্ষ্মীৰ কৃপা আছে ৫ৰাশিত, বৃহৎ লাভৰ যোগ কাৰ কাৰ?

13 hours ago
বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

কেইটামান দিনৰ পিছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব কোনে কোনে?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শিশুৰ বাবে নিৰ্মিত পাউডাৰৰ পৰা কৰ্কট! ১.৮৮ কোটি ডলাৰ ক্ষতিপুৰণ জনছন এণ্ড জনছনক

editor by editor
July 19, 2023
in বিবিধ, বিশ্ব
0
শিশুৰ বাবে নিৰ্মিত পাউডাৰৰ পৰা কৰ্কট! ১.৮৮ কোটি ডলাৰ ক্ষতিপুৰণ জনছন এণ্ড জনছনক
0
SHARES
564
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শিশুৰ প্রসাধন সামগ্ৰী নিৰ্মাতা সংস্থা জনছন এণ্ড জনছনৰ জনপ্ৰিয়তা বিশ্বজুৰি আছে। শিশুৰ নানান প্রসাধনীয়সমূহৰ ভিতৰত আছে জনছন এণ্ড জনছন বেবী পাউডাৰ। কেলিফোৰ্নিয়াৰ এজন ব্যক্তিয়ে এই প্ৰসাধন সামগ্ৰী নিৰ্মাতা কোম্পানীটোৰ বিৰুদ্ধে অভিযোগ আনিছিল যে এই বেবী পাউডাৰৰ পৰাই মেছোথেলিয়ামত আক্ৰান্ত হৈছে ব্যক্তিজন। মঙলবাৰে কেলিফোৰ্ণিয়াৰ একলেণ্ডৰ ষ্টেট কোৰ্টে তেওঁৰ এই অভিযোগনামাৰ ওপৰত দিছে বিশেষ ৰায়দান।

এমৰয় হাৰ্নানডেজ ভালাডেজ নামৰ ব্যক্তিজনক ১ কোটি ৮৮লাখ ডলাৰ ক্ষতিপুৰণ দিব লাগিব জনছন এণ্ড জনছনে। কেৱল সেয়াই নহয় এই ধৰণৰ টেলকম বেছড যিমান অভিযোগ আছিল এই সকলোবোৰৰেই দ্ৰুত নিষ্পত্তিৰো নিৰ্দেশ দিছে আদালতে। আমেৰিকাত ১০ হাজাৰৰো অধিক অভিযোগ আছে এই সংস্থাৰ বিৰুদ্ধে।

অৱশ্যে জনছন এণ্ড জনছনে তেওঁলোকৰ প্ৰডাক্টৰ পৰা কৰ্কট হোৱাৰ কথা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে। সংস্থাটোৰ দাবী, বিশ্বজুৰি অসংখ্য মানুহৰ ওপৰত তেওঁলোকে পৰীক্ষা কৰিছে। এই প্ৰডাক্ট সম্পূৰ্ণ সুৰক্ষিত হোৱাৰ লগতে এছবেষ্ট মুক্ত প্ৰডাক্ট। শুনানিৰ সময়ত তেওঁলোকৰ বিৰুদ্ধে উঠা অভিযোগৰ সপক্ষে দিয়া প্ৰমাণৰ বিৰুদ্ধে আৱেদনো জনোৱাৰ কথা উল্লেখ কৰিছে জনছন এণ্ড জনছন কোম্পানীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়
জীৱনশৈলী

April 22, 2026
ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে
জীৱনশৈলী

ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

April 22, 2026
কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?
জীৱনশৈলী

কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

April 22, 2026
বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?
বিশ্ব

Next Post
এইবাৰ কুকুৰৰ বাবেও আধাৰকাৰ্ড! ডিঙিত থকা আধাৰকাৰ্ড স্কেন কৰিলেই যাৱতীয় তথ্য পোৱা যাব একোটা কুকুৰৰ

ধনৰ অভাৱত হিন্দু যুৱকক বহিঃৰাজ্যত দিয়া হ’ল কবৰ! কামৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা জোনাৰামৰ কৰুণ কাহিনীয়ে সেমেকাব আপোনাৰো দুচকু

ধনৰ অভাৱত হিন্দু যুৱকক বহিঃৰাজ্যত দিয়া হ'ল কবৰ! কামৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা জোনাৰামৰ কৰুণ কাহিনীয়ে সেমেকাব আপোনাৰো দুচকু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন