ভাৰতীয় সেনাৰে বন্ধন বেংকৰ বুজাবুজি চুক্তি। সেনা বিষয়া-জোৱানক বন্ধন বেংকৰ বিশেষ সেৱা। ‘বন্ধন বেংক সৌর্য বেতন একাউণ্ট’ৰ জৰিয়তে এলানিমান বিশেষ সেৱা আগবঢ়োৱা হ’ব ত্যাগ, সৌৰ্য-বীৰ্য্যৰ প্ৰতীক সীমান্তৰ সদাজাগ্ৰত প্ৰহৰীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















