‘টাটা গ্ৰুপ অব্ ইণ্ডাষ্ট্ৰীজ’ৰ অধ্যক্ষ ৰতন টাটা। বিশ্বৰ আগশাৰীৰ উদ্যোগপতি, মানৱতাবাদী। ল’লে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ স্বাস্থ্যৰ বুজ। আচৰিত যেন লগা এটা সত্য। এই প্ৰতিবেদনত ৰতন টাটাৰ ইটো-সিটো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ