শীত প্ৰৱাহৰ কবলত উত্তৰ ভাৰত। কাশ্মীৰত বৰফ, দিল্লীত বৰষুণ। ৬ ডিচেম্বৰত দিল্লীত ৪.৭ মিলি মি. বৰষুণ। বৰষুণৰ বাবে বাধাগ্ৰস্ত কৃষক আন্দোলন।