• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাটি খান্দিলেই পোৱা যায় কোটি কোটি টকাৰ হীৰা, বৰ্ষা আহিলেই ভাৰতৰ এই ৰাজ্যত মাটি খান্দিবলৈ ভিৰ কৰে বহুলোকেই

মাটি খান্দিলেই পোৱা যায় কোটি কোটি টকাৰ হীৰা, বৰ্ষা আহিলেই ভাৰতৰ এই ৰাজ্যত মাটি খান্দিবলৈ ভিৰ কৰে বহুলোকেই

3 years ago
মনোনয়ন দাখিলৰ অন্তিম দিনটোতেই আহিল প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

মনোনয়ন দাখিলৰ অন্তিম দিনটোতেই আহিল প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

25 seconds ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

40 minutes ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

2 hours ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

2 hours ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

3 hours ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

4 hours ago
পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

5 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

ধন আগমনৰ যোগ! কোন ৰাশিৰ কেনে যাব দিনটো?

5 hours ago
এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

13 hours ago
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

13 hours ago
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

14 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাটি খান্দিলেই পোৱা যায় কোটি কোটি টকাৰ হীৰা, বৰ্ষা আহিলেই ভাৰতৰ এই ৰাজ্যত মাটি খান্দিবলৈ ভিৰ কৰে বহুলোকেই

editor by editor
July 22, 2023
in জীৱনশৈলী, ভাৰত
0
মাটি খান্দিলেই পোৱা যায় কোটি কোটি টকাৰ হীৰা, বৰ্ষা আহিলেই ভাৰতৰ এই ৰাজ্যত মাটি খান্দিবলৈ ভিৰ কৰে বহুলোকেই
0
SHARES
194
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২ঃ গ্ৰীষ্মৰ দিন আৰম্ভ হোৱাৰ লগে লগেই আৰম্ভ হয় ভাল দিন। দিন হাজিৰা কৰা শ্ৰমিকসকলৰ বাবে এই দিনকেইটা খুবেই বিশেষ। দিনহাজিৰা কৰিও ভাগ্য ঘূৰিছে বহু শ্ৰমিকৰ। মাটি খান্দোতেই পোৱা গৈছে টুকুৰা-টুকুৰ হীৰা। অন্ধ্ৰপ্ৰদেশত পোৱা গৈছে হীৰাৰ এই বিশেষ খনি। বৰ্তমানলৈ অন্ধ্ৰপ্ৰদেশৰ এইসকল শ্ৰমিকে বিক্ৰি কৰিছে ২কোটি টকাৰ হীৰা।

অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুল জিলাত পোৱা গৈছে এই হীৰাৰ খনি। গ্ৰীষ্ম কালত বৰষুণ হোৱাৰ বাবেই মাটি কিছু কোমল হৈ পৰে যাৰ বাবে খান্দিবলৈ সহজ। মূলত অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰৰ কুৰ্নুল জিলাত মধ্যকাৰ এলেকাত হীৰাৰ খনি আছে। বৰ্ষাকালত এই এলেকাত থকা দিনহাজিৰা কৰা লোকসকলে প্ৰতিদিনে মাটি খন্দাত ব্যস্ত হৈ পৰে। তাৰেই বাসিন্দা এজনে জনোৱা অনুসৰি ২০২১ চনত তেওঁ ২ কোটি ৪লাখ টকাৰ হীৰা বিক্ৰি কৰিছে। বিগত বৰ্ষতো এজন কৃষকে লাভ কৰিছএ ৪০লাখ টকা। ইয়াৰোপৰি আন দুজন খেতিয়কৰো ভাগ্য সলনি কৰিছে হীৰাই। ২০১৯ চনক তেওঁলোক দুয়োৱেই হীৰাৰ বাবে ৬০লাখ টকা লাভ কৰিবলৈ সক্ষম হৈছে।

ৰায়লসীমা এলেকাত দামী ৰত্ন পোৱাটো স্বাভাৱিক বুলিয়েই প্ৰায়সকলেই দাবী কৰে। মধ্যযুগত বিজয়নগৰ সাম্ৰাজ্য থকাৰ সময়তো ৰায়লসীমা অঞ্চলতেই হীৰাৰ খনি আছিল। তেতিয়াৰে পৰাই দশকৰ পাছত দশক ধৰি কুৰ্নুল জিলাৰ তুগ্গলি, জন্নাগিৰি, মদ্দিকেৰা আৰু অনন্তপুৰৰ বজ্ৰকৰুৰ এলেকাত বৰ্ষাকালত হীৰা খন্দা কামত ব্যস্ত হৈ পৰে সকলো লোকেই। স্থানীয় লোকসকলৰ ওপৰিও চুবুৰীয়া ৰাজ্য কৰ্ণাটক, তেলেংগানাৰ পৰাও বহু লোক আহে কেৱল হীৰা খান্দিবলৈকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: andhra pradeshaxom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamdiamondindia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!
জীৱনশৈলী

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

March 23, 2026
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

March 23, 2026
পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব
জীৱনশৈলী

পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

March 23, 2026
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

ধন আগমনৰ যোগ! কোন ৰাশিৰ কেনে যাব দিনটো?

March 23, 2026
Next Post
এই ৫ৰাশি শনিৰ অত্যন্ত প্ৰিয়, শনিৰ কৃপাতেই ধনৰ সমস্যাত নপৰে এই ৫ৰাশিৰ ব্যক্তি

এই ৫ৰাশি শনিৰ অত্যন্ত প্ৰিয়, শনিৰ কৃপাতেই ধনৰ সমস্যাত নপৰে এই ৫ৰাশিৰ ব্যক্তি

‘মা তোমাৰ অ’ত বছৰৰ প্ৰাৰ্থনা সফল হ’ল’, ভাৰতীয় ক্ৰিকেট দলত অভিষেক ঘটাৰ পাছত কি ক’লে মুকেশ কুমাৰে

'মা তোমাৰ অ’ত বছৰৰ প্ৰাৰ্থনা সফল হ’ল’, ভাৰতীয় ক্ৰিকেট দলত অভিষেক ঘটাৰ পাছত কি ক’লে মুকেশ কুমাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.