• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মা তোমাৰ অ’ত বছৰৰ প্ৰাৰ্থনা সফল হ’ল’, ভাৰতীয় ক্ৰিকেট দলত অভিষেক ঘটাৰ পাছত কি ক’লে মুকেশ কুমাৰে

‘মা তোমাৰ অ’ত বছৰৰ প্ৰাৰ্থনা সফল হ’ল’, ভাৰতীয় ক্ৰিকেট দলত অভিষেক ঘটাৰ পাছত কি ক’লে মুকেশ কুমাৰে

3 years ago
‘হত শৈশৱ’

‘হত শৈশৱ’

25 minutes ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

1 hour ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

2 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

2 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

5 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

5 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

6 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

6 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

6 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

7 hours ago
বৈপৰীত্য

বৈপৰীত্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

‘মা তোমাৰ অ’ত বছৰৰ প্ৰাৰ্থনা সফল হ’ল’, ভাৰতীয় ক্ৰিকেট দলত অভিষেক ঘটাৰ পাছত কি ক’লে মুকেশ কুমাৰে

editor by editor
July 22, 2023
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
‘মা তোমাৰ অ’ত বছৰৰ প্ৰাৰ্থনা সফল হ’ল’, ভাৰতীয় ক্ৰিকেট দলত অভিষেক ঘটাৰ পাছত কি ক’লে মুকেশ কুমাৰে
0
SHARES
70
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ক্ৰিকেটাৰ হোৱাৰ সপোন দেখিয়েই এদিন ঘৰৰ পৰা আঁতৰি আহিছিল। ইয়াৰপাছতেই হাড়ভঙা পৰিশ্ৰম। কঁপালৰ ঘাম মাটিত পেলাই তেওঁ খেলত মনোনিৱেশ কৰিছিল। ক্লাব ক্ৰিকেটৰ পৰা ভাল খেলাৰ বাবেই ৰঞ্জী ট্ৰফি খেলাৰ সুযোগ লাভ কৰিছিল। ৰঞ্জী ট্ৰফীৰ পৰাই মুকেশ কুমাৰৰ আইপিএলত প্ৰৱেশ। তাৰপিছত আৰু উভতি চাব লগা হোৱা নাই মুকেশে।

মুকেশে এইবাৰ ইণ্ডিয়ান টীমৰ হৈ খেলাৰ সুযোগ লাভ কৰিছে। ক্লাব ক্ৰিকেটত ভাল খেলাৰ বাবে ৰঞ্জী ট্ৰফিত সুযোগ লাভ কৰিছিল। সেই পাৰ্ফৰমেন্স আজিও অটুত আছে। জাতীয় দলৰ হৈ আইপিএল খেলি থকাৰ সময়তো মুকেশৰ আৰ্থিক অৱস্থা বিশেষ ভাল নাছিল। সেয়ে মুকেশে এসময়ত ক্ৰিকেট বাদ দি আৰক্ষীত যোগদানৰো পৰিকল্পনা কৰিছিল। চিআৰপিএফ আৰু বিহাৰৰ আৰক্ষীয়ে চাকৰিৰ বাবে নিজকে প্ৰস্তুত কৰিও লৈছিল। কিন্তু ক্ৰিকেট তেওঁৰ প্ৰথম ভালপোৱা। সেয়ে অভাৱত থাকিও ক্ৰিকেট এৰা তেওঁৰ বাবে সম্ভৱ নহ’ল। এই কষ্টৰ ফল মুকেশে লাভ কৰিছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ইণ্ডিয়া টীমৰ হৈ খেলাৰ সুযোগ লাভ কৰিছে মুকেশে। বিহাৰত থকা তেওঁৰ পিতৃ-মাতৃক ফোনযোগে এই সুখবৰটো জনাইছে মুকেশে। BCCIৰ সেই ভিডিঅ’ টুইটাৰত শ্বেয়াৰো পৰিছে মুকেশে। আৱেগিক হৈ পৰা মুকেশে তেওঁৰ মাতৃক ফোনযোগে কি ক’লে?

BCCIয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোত দেখা গৈছে যে মুকেশ কুমাৰে তেওঁৰ মাতৃক কৈছে, ‘৩০৮ নম্বৰৰ এই কেপটো অশ্বিন ভাইয়ে মোক দিছে। আজি মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ দিন। ইমান বছৰৰ পৰিশ্ৰমৰ ফল মই আজি পাইছো।’ তাৰপাছতেই মুকেশে মাতৃক ফোনযোগে কয়, ‘মা তোমাৰ ইমান বছৰৰ পূজা অৰ্চনা আজি সফল হ’ল। দেশৰ হৈ খেলাৰ সুযোগ মই লাভ কৰিছো।’ মুকেশৰ কথা শুনা মাত্ৰতেই মাতৃয়েও আৱেগিক হৈ মুকেশক ভালধৰণে আগুৱাই যাবলৈ পৰামৰ্শ দিয়াৰ লগতে সুখী থাকিবলৈকো পুত্ৰক কয়। তাৰপিছতেই মুকেশে সংবাদমাধ্যমৰ সন্মুখত দিয়া মন্তব্যত কয়, ‘মায়ে কৈছে মই সকলোসময়তে যাতে সুখী থাকো। তেওঁ বিচাৰে মই জীৱনত যাতে আৰু উন্নতি কৰিব পাৰো। মই বহুত সুখী। মই বুজাব নোৱাৰো মই কিমান সুখী। আৰু মোৰ মায়ে মোক অত্যাধিক ভালপায়। সেয়ে আজি মাও বহুত সুখী। এই সুখৰ অনুভূতি কেনেকুৱা আপোনালোকক মই বুজায় ক’ব নোৱাৰিম।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

September 27, 2026
Next Post
দৈনিক চিগাৰেটত সুখটান, সন্তান কেইটিয়ে সীমাক বাইদেউ বুলি মাতে, সীমালৈ কিয় সন্দেহ বাঢ়িছে তদন্তকাৰী দলৰ?

দৈনিক চিগাৰেটত সুখটান, সন্তান কেইটিয়ে সীমাক বাইদেউ বুলি মাতে, সীমালৈ কিয় সন্দেহ বাঢ়িছে তদন্তকাৰী দলৰ?

শাওন মাহত ঘৰলৈ এই ৮বিধ সামগ্ৰী আনিলে ঘৰলৈ আহিব শান্তি, অৰ্থৰ অভাৱ নহ’ব, সংসাৰ ভৰি পৰিব, কি এই ৮ সামগ্ৰী?

শাওন মাহত ঘৰলৈ এই ৮বিধ সামগ্ৰী আনিলে ঘৰলৈ আহিব শান্তি, অৰ্থৰ অভাৱ নহ’ব, সংসাৰ ভৰি পৰিব, কি এই ৮ সামগ্ৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.