• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৈনিক চিগাৰেটত সুখটান, সন্তান কেইটিয়ে সীমাক বাইদেউ বুলি মাতে, সীমালৈ কিয় সন্দেহ বাঢ়িছে তদন্তকাৰী দলৰ?

দৈনিক চিগাৰেটত সুখটান, সন্তান কেইটিয়ে সীমাক বাইদেউ বুলি মাতে, সীমালৈ কিয় সন্দেহ বাঢ়িছে তদন্তকাৰী দলৰ?

3 years ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

32 minutes ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

2 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

3 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

3 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

4 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

17 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

17 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

18 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

19 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

20 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

21 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৈনিক চিগাৰেটত সুখটান, সন্তান কেইটিয়ে সীমাক বাইদেউ বুলি মাতে, সীমালৈ কিয় সন্দেহ বাঢ়িছে তদন্তকাৰী দলৰ?

editor by editor
July 22, 2023
in জীৱনশৈলী, ভাৰত
0
দৈনিক চিগাৰেটত সুখটান, সন্তান কেইটিয়ে সীমাক বাইদেউ বুলি মাতে, সীমালৈ কিয় সন্দেহ বাঢ়িছে তদন্তকাৰী দলৰ?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰেমে নামানে কাটাতাঁৰৰ বেৰ। সীমা হাইদৰ আৰু শচীন মীনাৰৰ প্ৰেম কাহিনীৰ চৰ্চা আজিও অব্যাহত আছে। এই প্ৰেম কাহিনীয়ে বলীউডৰ চিনেমাকো চেৰ পেলাব। প্ৰেমৰ টানতেই পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিছে সীমাই। এফালে যেনেকৈ তেওঁলোকৰ প্ৰেমকাহিনীৰ চৰ্চা আনফালে সীমাৰ প্ৰকৃত পৰিচয়ক লৈয়ো উঠিছে হাজাৰটা প্ৰশ্ন। সঁচায়ে এয়া প্ৰেমৰ টান নে সীমা পাকিস্তানী গুপ্তচৰ?

সীমাৰ পৰিচয় বিচাৰিয়েই উত্তৰপ্ৰদেশৰ বিশেষ তদন্তকাৰী দল ATSয়ে সীমাৰ ওপৰত চলাইছে বিশেষ তদন্ত। তদন্তত পোহৰলৈ আহিছে সীমাৰ কেইবাটাও তথ্য। তাৰমাজতেই সীমাৰ শচীনৰ সৈতে সম্পৰ্ক কেনেধৰণে চলিছে তাৰ ওপৰতো বিশেষ তদন্ত কৰিছে ATSয়ে। অন্যান্য সাধাৰণ দম্পত্তিৰ দৰেই সীমা আৰু শচীনৰ মাজতো কাজিয়া হয়। সম্পৰ্কৰ জটিলতাতকৈ সৰু সৰু কিছু দিশক লৈ সীমা-শচীনৰ মাজত সংঘাত। সীমাৰ এটা বদভ্যাষৰ কথা শচীনে সংবাদমাধ্যমৰ আগতো জনাইছে। সীমাই দৈনিক চিগাৰেট সেৱন কৰে। কিন্তু শচীনৰ এই অভ্যাস পছন্দ নহয়। সীমাক বাৰে বাৰে মানা কৰা স্বত্ত্বেও সীমাই এই অভ্যাস এৰা নাই।

ৰাবুপুৰাত অম্বেদকাৰ কলনিত শচীন আৰু সীমাই ভাড়া থাকে। সেই ঘৰৰেই মালিক গিৰিৰাজে জনোৱা অনুসৰি সীমাই প্ৰায় বিড়ি খাই থাকে। শচীনে বাৰে বাৰে বাধা দি থাকে যদিও সীমাই গুৰুত্ব নিদিয়ে। সেই বিষয়টোক লৈ প্ৰতিদিনেই কাজিয়া হয়। কেতিয়াবা তেওঁলোকৰ কাজিয়া মালিকেও ভাঙিব লগা হয়। ইয়াৰোপৰি সীমাৰ মালিকৰ বিস্ফোৰক তথ্য যে সীমাই সন্তান বুলি কোৱা ৪টা শিশুৱেই সীমাক বাইদেউ বুলি মাতে। তেওঁৰ শিশুকেইটাৰ সৈতে সীমাৰ শিশুকেইটাই খেলাধূলা কৰে। সীমাই স্থানীয় ভাষাও প্ৰায় শিকিছেই। সেয়ে প্ৰতিবেশীৰ সৈতেও সীমাৰ এটা ভাল সম্পৰ্ক গঢ়ি উঠা বুলিও জনাইছে সীমা-শচীন ভাড়াত থকা ঘৰৰ গৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

July 27, 2026
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক
জীৱনশৈলী

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

July 27, 2026
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

July 27, 2026
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!
জীৱনশৈলী

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

July 26, 2026
Next Post
শাওন মাহত ঘৰলৈ এই ৮বিধ সামগ্ৰী আনিলে ঘৰলৈ আহিব শান্তি, অৰ্থৰ অভাৱ নহ’ব, সংসাৰ ভৰি পৰিব, কি এই ৮ সামগ্ৰী?

শাওন মাহত ঘৰলৈ এই ৮বিধ সামগ্ৰী আনিলে ঘৰলৈ আহিব শান্তি, অৰ্থৰ অভাৱ নহ’ব, সংসাৰ ভৰি পৰিব, কি এই ৮ সামগ্ৰী?

বিতৰ্কৰ পাছতো কিয় বিশ্বৰ পৰ্যটনক্ষেত্ৰৰ ভিতৰত অনন্য খাজুৰাহো? দেশী বিদেশী পৰ্যটকে কিয় ভিৰ কৰে স্থানত কাৰণ জানিলে আপুনিও আচৰিত হ’ব

বিতৰ্কৰ পাছতো কিয় বিশ্বৰ পৰ্যটনক্ষেত্ৰৰ ভিতৰত অনন্য খাজুৰাহো? দেশী বিদেশী পৰ্যটকে কিয় ভিৰ কৰে স্থানত কাৰণ জানিলে আপুনিও আচৰিত হ’ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.