• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাতৃয়ে সৰু গেলামাল দোকান চলায়েই আলিক যোগান ধৰিছিল শিক্ষাৰ খৰচ! সৰ্বভাৰতীয় NEET পৰীক্ষাত উজলিল মৈৰাবাৰীৰ আলি হুছেইন

মাতৃয়ে সৰু গেলামাল দোকান চলায়েই আলিক যোগান ধৰিছিল শিক্ষাৰ খৰচ! সৰ্বভাৰতীয় NEET পৰীক্ষাত উজলিল মৈৰাবাৰীৰ আলি হুছেইন

3 years ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

8 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

9 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

10 hours ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

10 hours ago
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

11 hours ago
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

13 hours ago
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

13 hours ago
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

14 hours ago
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

15 hours ago
বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

16 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ বৃহৎ পৰিৱৰ্তন, আহিছে নতুন আপডেট

1 day ago
চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মাতৃয়ে সৰু গেলামাল দোকান চলায়েই আলিক যোগান ধৰিছিল শিক্ষাৰ খৰচ! সৰ্বভাৰতীয় NEET পৰীক্ষাত উজলিল মৈৰাবাৰীৰ আলি হুছেইন

editor by editor
June 14, 2023
in অসম, শিক্ষা
0
মাতৃয়ে সৰু গেলামাল দোকান চলায়েই আলিক যোগান ধৰিছিল শিক্ষাৰ খৰচ! সৰ্বভাৰতীয় NEET পৰীক্ষাত উজলিল মৈৰাবাৰীৰ আলি হুছেইন
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পদুম বোকাতেই ফুলে। বোকাত পদুম ফুলাৰ দৰে ফুলি উঠিল মৈৰাবাৰীৰ উৰলকটা গাঁওৰ আবুল কালাম পুত্ৰ আলি হুছেইন। সৰ্বভাৰতীয় NEET পৰীক্ষাত উজলিল মৈৰাবাৰীৰ আলি হুছেইন। ৫৯৮ নম্বৰ লাভ কৰি স্থান দখল কৰে আলি হুছেইনে।

সৰ্বভাৰতীয় পৰীক্ষাত উজলিল মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ এগৰাকী মেধাৱী ছাত্ৰ। সদ্যঘোষিত National Eligibility cum Entrance Test (NEET) ২০২৩ ৰ ফলাফলত নগাঁওৰ এক্সেলৰ ছাত্ৰ আছিল আলি হুছেইন। আলি হুছেইনে চহৰীয়া গাঁও জ্ঞান জোতি বিদ্যাপীঠ নামৰ এখন ব্যক্তিগত স্কুলৰ পৰা স্কুলীয়া জীৱন আৰম্ভ কৰিছিল। ৫৯৮ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ মৈৰাবাৰী অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিছে আলি হুছেইনে। দেউতাকে ফেৰী আৰু মাকে সৰু গেলমাল দোকান চলাই আলি হুছেইনৰ খা খৰচ দিছিলে। শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হব নোৱাৰে তাৰেই এক উদাহৰণ দাঙি ধৰিছে আলিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম
শিক্ষা

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

June 16, 2026
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ
অসম

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

June 15, 2026
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

June 15, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

June 14, 2026
Next Post
NEETত উজ্বলিল দুই দৰিদ্ৰ কৃষকৰ সন্তান! মফিয়াল আলম আৰু আল ফাৰুকৰ সফলতাক লৈ উত্ফুল্লিত মানকাছৰবাসী

NEETত উজ্বলিল দুই দৰিদ্ৰ কৃষকৰ সন্তান! মফিয়াল আলম আৰু আল ফাৰুকৰ সফলতাক লৈ উত্ফুল্লিত মানকাছৰবাসী

আশা কৰামতেই তদন্ত আৰম্ভ কৰিছে CBIৰ দলে! জখলাবন্ধালৈ ৰাওনা IPS বিষয়া লাভলী কাটিয়াৰৰ নেতৃত্বত অহা CBIৰ দলটো

আশা কৰামতেই তদন্ত আৰম্ভ কৰিছে CBIৰ দলে! জখলাবন্ধালৈ ৰাওনা IPS বিষয়া লাভলী কাটিয়াৰৰ নেতৃত্বত অহা CBIৰ দলটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.