• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
NEETত উজ্বলিল দুই দৰিদ্ৰ কৃষকৰ সন্তান! মফিয়াল আলম আৰু আল ফাৰুকৰ সফলতাক লৈ উত্ফুল্লিত মানকাছৰবাসী

NEETত উজ্বলিল দুই দৰিদ্ৰ কৃষকৰ সন্তান! মফিয়াল আলম আৰু আল ফাৰুকৰ সফলতাক লৈ উত্ফুল্লিত মানকাছৰবাসী

3 years ago
AIIMS ত ওলাইছে চাকৰি, ১৪৮৪ টা পদৰ বাবে কৰক আবেদন

AIIMS ত ওলাইছে চাকৰি, ১৪৮৪ টা পদৰ বাবে কৰক আবেদন

39 seconds ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

34 minutes ago
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

12 hours ago
তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

12 hours ago
অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

12 hours ago
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

13 hours ago
‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

14 hours ago
দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

15 hours ago
জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

16 hours ago
পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

17 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission: ফিটমেণ্ট ফেক্টৰ পৰিৱৰ্তনৰ ফলত আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব?

18 hours ago
বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

NEETত উজ্বলিল দুই দৰিদ্ৰ কৃষকৰ সন্তান! মফিয়াল আলম আৰু আল ফাৰুকৰ সফলতাক লৈ উত্ফুল্লিত মানকাছৰবাসী

editor by editor
June 14, 2023
in অসম, শিক্ষা
0
NEETত উজ্বলিল দুই দৰিদ্ৰ কৃষকৰ সন্তান! মফিয়াল আলম আৰু আল ফাৰুকৰ সফলতাক লৈ উত্ফুল্লিত মানকাছৰবাসী
0
SHARES
611
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মানকাচৰৰ সুখচৰত দুই দৰিদ্ৰ কৃষকৰ পুত্ৰ উত্তীৰ্ণ হৈছে নীট পৰীক্ষাত। দিনহাজিৰা আৰু গাখীৰ বিক্ৰীৰে পুত্ৰৰ বাবে পিতৃয়ে উলিয়াইছিল পঢ়াৰ খৰচ। সৰ্বভাৰতীয় NEETত মানকাচৰৰ সুখচৰ অঞ্চলত দুগৰাকী দৰিদ্ৰ কৃষকৰ পুত্ৰ সুখ্যাতীৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। সুখচৰ এলেকাৰ ফাত্তাপাৰা গাঁৱৰ হাছিনুৰ ইছলামৰ পুত্ৰ আল ফাৰুক সৰ্বভাৰতীয় NEETত ৫৬৯ নম্বৰ পাই উত্তীৰ্ণ হৈছে হোৱাৰ লগতে ছুৰত জামাল শ্বেখৰ পুত্ৰ মফিয়াল আলম ৫৯৬ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।

দুয়োগৰাকী মেধাবী ছাত্ৰ সুখচৰ জাতীয় বিদ্যালয়ৰ পৰা ৯০ শতাংশতকৈ অধিক নম্বৰ পাই মেট্ৰিকত উত্তীৰ্ণ হৈছিল। দুয়োৱেই আজমল ছুপাৰ-৪০ত হায়াৰচেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাচত নীট পৰীক্ষাৰ বাবে ক’চিং কৰে। আল ফাৰুকৰ পিতৃ হাছিনুৰ ইছলামে দিন হাজিৰা যেনেতেনে পেটেভাতে খাই আছে। ফাৰুকৰ তিনিও খুৰাকেহে পঢ়াৰ খৰচ বহন কৰিছিল ফাৰুকৰ। একেদৰে ছুৰুত জামাল শ্বেখ এগৰাকী কৃষক। তেওঁ কৃষিকাৰ্য কৰাৰ লগতে গৰুৰ গাখীৰ বিক্ৰী কৰি পুত্ৰ মফিয়াল আলমক পঢ়াৰ বাবে খৰচ যোগাৰ কৰি দিছিল। দুয়োগৰাকী দৰিদ্ৰ মেধাৱী ছাত্ৰই বিগত বৰ্ষতো NEETত অৱতীৰ্ণ হৈছিল যদিও ফলাফল ভাল নোহোৱাত পুনৰ এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হয়। দুয়োগৰাকীয়ে দ্বিতীয়বাৰত NEET ক্লেয়াৰ কৰিবলৈ সক্ষম হৈছে। ছাত্ৰ দুগৰাকীৰ সফলতাৰ বাবে সুখচৰ জাতীয় বিদ্যালয়ৰ পৰা দুয়োক ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাও পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP
অসম

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

June 28, 2026 - Updated on June 29, 2026
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?
অসম

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

June 24, 2026
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা
অসম

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

June 23, 2026
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?
অসম

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

June 23, 2026
Next Post
আশা কৰামতেই তদন্ত আৰম্ভ কৰিছে CBIৰ দলে! জখলাবন্ধালৈ ৰাওনা IPS বিষয়া লাভলী কাটিয়াৰৰ নেতৃত্বত অহা CBIৰ দলটো

আশা কৰামতেই তদন্ত আৰম্ভ কৰিছে CBIৰ দলে! জখলাবন্ধালৈ ৰাওনা IPS বিষয়া লাভলী কাটিয়াৰৰ নেতৃত্বত অহা CBIৰ দলটো

মন্ত্ৰীয়েই সুৰক্ষিত নহয় মণিপুৰত! মণিপুৰৰ একমাত্ৰ মহিলা মন্ত্ৰীৰ ঘৰত অগ্নিসংযোগ দুষ্কৃতিকাৰীৰ, তদন্ত আৰম্ভ সেনাৰ

মন্ত্ৰীয়েই সুৰক্ষিত নহয় মণিপুৰত! মণিপুৰৰ একমাত্ৰ মহিলা মন্ত্ৰীৰ ঘৰত অগ্নিসংযোগ দুষ্কৃতিকাৰীৰ, তদন্ত আৰম্ভ সেনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.