• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত্যুৰ পূৰ্বে কিয় Whatsapp প্ৰফাইল ক’লা কৰিছিল SI জোনমণি ৰাভাই? মৃত্যুৰ সম্ভেদ আগতীয়াকৈ পাইছিল নেকি জোনমনিয়ে?

মৃত্যুৰ পূৰ্বে কিয় Whatsapp প্ৰফাইল ক’লা কৰিছিল SI জোনমণি ৰাভাই? মৃত্যুৰ সম্ভেদ আগতীয়াকৈ পাইছিল নেকি জোনমনিয়ে?

3 years ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

57 minutes ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

1 hour ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

2 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

2 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

3 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

4 hours ago
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

4 hours ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

18 hours ago
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

18 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

19 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

20 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মৃত্যুৰ পূৰ্বে কিয় Whatsapp প্ৰফাইল ক’লা কৰিছিল SI জোনমণি ৰাভাই? মৃত্যুৰ সম্ভেদ আগতীয়াকৈ পাইছিল নেকি জোনমনিয়ে?

editor by editor
May 16, 2023
in অসম, গুৱাহাটী, জীৱনশৈলী
0
মৃত্যুৰ পূৰ্বে কিয় Whatsapp প্ৰফাইল ক’লা কৰিছিল SI জোনমণি ৰাভাই? মৃত্যুৰ সম্ভেদ আগতীয়াকৈ পাইছিল নেকি জোনমনিয়ে?
0
SHARES
11.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হেৰাই যোৱাৰ এয়া সময় নাছিল। কোনেও ভৱাও নাছিল। সৌ সিদিনালৈকে ৰঙালীৰ আনন্দত নাচি বাগি আছিল জোনমনিয়ে। মৃত্যুৰ খবৰ এনেকৈ হঠাতেই আহিব বুলি কোনেনো কল্পনা কৰিছিল! সোমবাৰে দোভাগ নিশা এটা দুৰ্ঘটনাই থিতাতে শেষ কৰি দিলে এক সম্ভাৱনাময় জীৱন। জোনমনি গুচি গ’ল উভতি নহাৰ বাটেৰে। সোমবাৰে নিশা জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক সাবটি ল’লে SI জোনমণি ৰাভাই।

ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষ হৈছিল জোনমনি ৰাভাৰ মাৰুতি বাহনৰ। নিশা নিজা মাৰুটি এছপ্ৰেছ’ বাহনেৰে উজনিৰ দিশেৰে গৈ থাকোতেই সংঘটিত হয় এই দুৰ্ঘটনাৰ। নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰবেগী UP-78UT4518 বাহনত খুন্দা মাৰে জোনমনিৰ বাহনখনে। খুন্দা মৰাৰ ফলতেই থিতাতে মৃত্যু হয়
SI জোনমণি ৰাভাৰ।

নশ্বৰদেহ মৰোণোত্তৰ পৰীক্ষাৰ পাছত জোনমনিৰ কাহিলীপাৰাস্থিত বাসগৃহলৈ লৈ অনা হয়। জোনমনিৰ নশ্বৰদেহ কাহিলীপাৰাৰ বাসগৃহলৈ লৈ অনাৰ পাছতেই সৃষ্টি হৈছে শোকাকুল পৰিবেশৰ। ইপিনে মৃত্যুৰ পূৰ্বে জোনমণিয়ে তেওঁৰ Whatsapp প্ৰফাইল ক’লা কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক
জীৱনশৈলী

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

July 26, 2026
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?
জীৱনশৈলী

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

July 26, 2026
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!
জীৱনশৈলী

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

July 26, 2026
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য
জীৱনশৈলী

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

July 26, 2026
Next Post
যাৰ ভৰসাত জনতা, তেওঁলোকৰেই নাই নেকি নিৰাপত্তা? জোনমনি ৰাভাৰ মৃত্যুত সামাজিক মাধ্যমত উত্থাপিত কেইটামান বিশেষ প্ৰশ্ন

যাৰ ভৰসাত জনতা, তেওঁলোকৰেই নাই নেকি নিৰাপত্তা? জোনমনি ৰাভাৰ মৃত্যুত সামাজিক মাধ্যমত উত্থাপিত কেইটামান বিশেষ প্ৰশ্ন

জোনমণিয়ে ১.৪৫ বজাত দুৰ্ঘটনাত পতিত হৈ থিতাতেই মৃত্যুক আঁকোৱালি ল’লে! জোনমণিৰ বাসগৃহত আৰক্ষীৰ অভিযান চলিল নিশা প্ৰায় ৩ বজাত, ৰহস্যৰ আৱৰ্তত এতিয়া সমগ্ৰ ঘটনা

জোনমণিয়ে ১.৪৫ বজাত দুৰ্ঘটনাত পতিত হৈ থিতাতেই মৃত্যুক আঁকোৱালি ল’লে! জোনমণিৰ বাসগৃহত আৰক্ষীৰ অভিযান চলিল নিশা প্ৰায় ৩ বজাত, ৰহস্যৰ আৱৰ্তত এতিয়া সমগ্ৰ ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.