• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জোনমণিয়ে ১.৪৫ বজাত দুৰ্ঘটনাত পতিত হৈ থিতাতেই মৃত্যুক আঁকোৱালি ল’লে! জোনমণিৰ বাসগৃহত আৰক্ষীৰ অভিযান চলিল নিশা প্ৰায় ৩ বজাত, ৰহস্যৰ আৱৰ্তত এতিয়া সমগ্ৰ ঘটনা

জোনমণিয়ে ১.৪৫ বজাত দুৰ্ঘটনাত পতিত হৈ থিতাতেই মৃত্যুক আঁকোৱালি ল’লে! জোনমণিৰ বাসগৃহত আৰক্ষীৰ অভিযান চলিল নিশা প্ৰায় ৩ বজাত, ৰহস্যৰ আৱৰ্তত এতিয়া সমগ্ৰ ঘটনা

3 years ago
বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

10 minutes ago
আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

45 minutes ago
আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

2 hours ago
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

10 hours ago
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

10 hours ago
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

11 hours ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

11 hours ago
লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

12 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

12 hours ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

14 hours ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

14 hours ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জোনমণিয়ে ১.৪৫ বজাত দুৰ্ঘটনাত পতিত হৈ থিতাতেই মৃত্যুক আঁকোৱালি ল’লে! জোনমণিৰ বাসগৃহত আৰক্ষীৰ অভিযান চলিল নিশা প্ৰায় ৩ বজাত, ৰহস্যৰ আৱৰ্তত এতিয়া সমগ্ৰ ঘটনা

editor by editor
May 16, 2023
in অসম
0
জোনমণিয়ে ১.৪৫ বজাত দুৰ্ঘটনাত পতিত হৈ থিতাতেই মৃত্যুক আঁকোৱালি ল’লে! জোনমণিৰ বাসগৃহত আৰক্ষীৰ অভিযান চলিল নিশা প্ৰায় ৩ বজাত, ৰহস্যৰ আৱৰ্তত এতিয়া সমগ্ৰ ঘটনা
0
SHARES
4.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জোনমণি ৰাভাৰ মৃত্যুৰ পাছতেই সমগ্ৰ মৃত্যুৰ ঘটনাটোৱেই সোমাই পৰিছে ৰহস্যৰ আৱৰ্তত। বাগদানৰ পাছতেই হ’বলগীয়া স্বামী ৰাণা পগাগক গ্ৰেপ্তাৰ কৰাৰ পৰা বিধায়ক অমিয় কুমাৰ ভূঞাক ফোনযোগে ভুল আঙুলিয়াই দিয়ালৈকৈ এই সকলোবোৰৰ মাজতেই এগৰাকী সাহসী আৰক্ষী বিষয়াক দেখা পাইছিল অসমৰ ৰাইজেও। কিন্তু হঠাতেই জোনমণিৰ বিৰুদ্ধে আহিল কেইবাটাও বিস্ফোৰক অভিযোগ। জোনমণিৰ নাম পোনপটীয়াকৈ সাঙুৰ খাই পৰিল দুৰ্নীতিত। কাৰাগাৰলৈ পঠিওৱা হ’ল আৰক্ষী বিষয়া জোনমণিক।

কিছুদিন কাৰাগাৰত থকাৰ পাছত এই সকলোবোৰ তল পেলাই জোনমণি নগাওঁ মৰিকলং থানাৰ SI হিচাপে যোগদান কৰে। দায়িত্বভাৰ লৈয়েই পূৰ্ণগতিত কাম আৰম্ব কৰিলে জোনমণিয়ে। ড্ৰাগছ মাফিয়াৰ পৰা চোৰ ডকাইত সকলোৰে বাবে আতংকৰ নাম হৈ পৰিল SI জোনমণি ৰাভা। কিন্তু হঠাতেই এটা দুৰ্ঘটনা আৰু থিতাতে সকলো শেষ। সোমবাৰে দোভাগ নিশা অৰ্থাৎ প্ৰায় ১.৪৫ বজাত হোৱা পথ দুৰ্ঘটনাত মৃত্যুক আকোঁৱালি ল’লে জোনমণিয়ে। জোনমণিক দুৰ্ঘটনাৰ পাছতেই জখলাবন্ধা অসামৰিক চিকিৎসালয়ত ভৰ্তী কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ইয়াৰ পাছতেই কিন্তু বিগত নিশা প্ৰায় ৩ মান বজাত আৰক্ষীয়ে জোনমণিৰ বাসগৃহত তালাছি চলায়। তালাছিৰ বাবে জোনমণিৰ ঘৰত ডিএছপি, এছপি কে ধৰি কেইবাজনো আৰক্ষী বিষয়াই জোনমনিৰ বাসগৃহত অভিযান চলায় ১ লাখ টকা লৈ অনা বুলিও মাতৃয়ে জনাইছে। ইপিনে জোনমণিৰ মৃত্যুৰ পাছতেই কিয় হঠাৎ জোনমণিৰ বাসগৃহত তালাচি চলোৱা হ’ল সেই কথাও এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী
অসম

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

October 24, 2026
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক
অসম

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

October 23, 2026
হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?
অসম

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

October 22, 2026
Next Post
১৫ মে’ত জোনমণি ৰাভাৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ থানাত আমিনা খাতুনে দিয়া এজাহাৰত কি আছিল? এজাহাৰৰ A To Z…

১৫ মে’ত জোনমণি ৰাভাৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ থানাত আমিনা খাতুনে দিয়া এজাহাৰত কি আছিল? এজাহাৰৰ A To Z...

বহিঃৰাজ্যত পুনৰ সন্ধানহীন অসমৰ যুৱক, ঘৰলৈ আহি থকাৰ সময়তে ট্ৰেইনৰ পৰা নিৰুদ্দেশ হৈছে যুৱকজন…

বহিঃৰাজ্যত পুনৰ সন্ধানহীন অসমৰ যুৱক, ঘৰলৈ আহি থকাৰ সময়তে ট্ৰেইনৰ পৰা নিৰুদ্দেশ হৈছে যুৱকজন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.