• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫ মে’ত জোনমণি ৰাভাৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ থানাত আমিনা খাতুনে দিয়া এজাহাৰত কি আছিল? এজাহাৰৰ A To Z…

১৫ মে’ত জোনমণি ৰাভাৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ থানাত আমিনা খাতুনে দিয়া এজাহাৰত কি আছিল? এজাহাৰৰ A To Z…

3 years ago
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

33 minutes ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

1 hour ago
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

1 hour ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

15 hours ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

15 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

16 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

16 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

17 hours ago
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

17 hours ago
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

18 hours ago
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

20 hours ago
গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

১৫ মে’ত জোনমণি ৰাভাৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ থানাত আমিনা খাতুনে দিয়া এজাহাৰত কি আছিল? এজাহাৰৰ A To Z…

editor by editor
May 16, 2023
in অপৰাধ, অসম
0
১৫ মে’ত জোনমণি ৰাভাৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ থানাত আমিনা খাতুনে দিয়া এজাহাৰত কি আছিল? এজাহাৰৰ A To Z…
0
SHARES
8.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৬ মে’ত লখিমপুৰৰ পৰা ৬ লাখ টকা কিয় আনিছিল জোনমণি ৰাভাই? লখিমপুৰত জোনমণিৰ বিৰুদ্ধে ১৫ মে’ত ৰুজু হৈছিল গোচৰ৷ ভাৰতীয় দণ্ডবিধি ১২০(বি), ৩৯৫, ৩৯৭, ৩৪২ আৰু ৩৮৭ ধাৰাৰ অধীনত জোনমনিৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। অসম আৰক্ষীৰ ৱেবচাইটত থকা সেই এজাহাৰ এতিয়া সকলোতে ভাইৰেল হৈ পৰিছে। এই ভাইৰেল এজাহাৰক লৈ উত্থাপিত হৈছে কেইবাটাও প্ৰশ্ন?

কিয় হঠাতেই লখিমপুৰলৈ গৈছিল জোনমণি ৰাভা? আমিনা খাতুনৰ পৰিয়ালৰ সৈতে জোনমণিৰ কি সম্পৰ্ক? আমিনাৰ পৰা জোনমণিয়ে কিয় লৈছিল ৬ লাখ টকা?
জোনমণিৰ মৃত্যুক যেন কোনেও এতিয়া সহজভাৱে ল’ব পৰা নাই। মৃত্যুৰ পূৰ্বে লখিমপুৰ থানাত জোনমণিৰ বিৰুদ্ধে ৰুজু হৈছিল ৬ লাখ টকা ধনদাবীৰ এক গোচৰ। চলিত মাহৰেই ১৫ মে’ ত আমিনা খাতুন নামৰ এগৰাকী মহিলাই জোনমণিৰ বিৰুদ্ধে তৰিছিল গোচৰ। লখিমপুৰৰ বৰচলা আমিনা খাতুনৰ এজাহাৰৰ পাছতেই জোনমণিৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ থানাত ৰুজু হৈছিল গোচৰ। আমিনা খাতুনে এজাহাৰত উল্লেখ কৰা অনুযায়ী ৬মে’ৰ নিশা প্ৰায় ২ বজাত SI জোনমণি উপস্থিত হৈছিল৷ লগত আছিল মুৰমহম্মদ কালিয়া, আজিমুদ্দিন, মুস্তাক আহমেদ, মুক্তাৰ হুছেইন, আটাবুৰ ৰহমান, নজৰুল ইছলাম৷ আমিনা খাতুনৰ ঘৰত উপস্থিত হওঁতে লগত লৈ গৈছিল ৬জনীয়া দল৷

সেই নিশাই আমিনা খাতুনৰ পুত্ৰক মাতৃৰ সন্মুখতে প্ৰহাৰ কৰাৰ লগতে আমিনাৰ পুত্ৰ আজগৰক লগত লৈ আহিছিল জোনমণিৰ দলটোৱে। কেৱল আজগৰক লৈ অনাই নহয় আমিনাৰ ঘৰৰ পৰা সেই নিশা জোনমণিৰ দলটোৱে ৮০ হাজাৰ টকাৰ লগতে ভোটাৰ আই ডি, পান কাৰ্ড আৰু সোণৰ অলংকাৰো লৈ অহা বুলি এজাহাৰত উল্লেখ কৰিছে আমিনাই। ইয়াৰোপৰি এজাহাৰত উল্লেখ থকামতে ৬ মে’ৰ নিশা আজগৰক লৈ অহাৰ পিছত পিছদিনা অৰ্থাৎ ৭ মে’ ৰ পুৱা SI জোনমণিয়ে আমিনাক ৬ লাখ টকাসহ গহপুৰৰ অৰুণাচল বাইপাছলৈ মাতে৷ জোনমণিয়ে ৬ লাখ টকা লৈ ব্ৰেজা বাহনসহ পুত্ৰ আজগৰক মুকলি কৰি দিয়ে৷ ইয়াৰে ৯০ হাজাৰ টকা তেওঁৰ সৈতে যোৱা ৰিয়াজুলৰ একাউণ্টত লয়৷

ইয়াৰোপৰি আমিনাই এজাহাৰত উল্লেখ কৰিছে যে জোনমণি ৰাভাই আজগৰক গুলীয়াই দিম বুলিও ভাবুকি দিছিল। এই কথা অইন কাকোৱেই যাতে নজনাই অন্যথা গুলীয়াই দিয়া হ’ব বুলি ভাবুকি দিছিল বুলিও এজাহাৰত আমিনাই উল্লেখ কৰিছে। ৬ মে’ ত এই ঘটনা সংঘটিত হোৱাৰ এসপ্তাহৰ পাছত আমিনা খাতুন কাষ চাপে আৰক্ষীৰ৷ আৰক্ষীয়ে এই এজাহাৰ ১৫ মে’ত ৰেজিষ্টাৰ কৰে৷ ১৫ মে’ ত জোনমণি আৰু তেওঁৰ ৬ সংগীৰ বিৰুদ্ধে ৰুজু হয় গোচৰ৷ ভাৰতীয় দণ্ডবিধি ১২০(বি), ৩৯৫, ৩৯৭, ৩৪২, ৩৮৭ ধাৰাৰ অধীনত ৰুজু হয় গোচৰ৷

জোনমণিয়ে সোমবাৰে নিশা মৃত্যুক সাবটি লোৱাৰ পাছতেই এতিয়া জনতাৰ মনত আহিছে হাজাৰটা প্ৰশ্ন। এই মৃত্যু দুৰ্ঘটনাত হ’লেও আঁৰত যেন সোমাই আছে বহু ৰহস্য! শেহতীয়াকৈ ভাইৰেল এজাহাৰো এই মৃত্যুৰ সৈতে সাঙোৰ খাই পৰাও পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত
অসম

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

May 23, 2026
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?
অসম

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

May 21, 2026
জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?
অসম

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

May 21, 2026
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
অসম

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

May 20, 2026
Next Post
বহিঃৰাজ্যত পুনৰ সন্ধানহীন অসমৰ যুৱক, ঘৰলৈ আহি থকাৰ সময়তে ট্ৰেইনৰ পৰা নিৰুদ্দেশ হৈছে যুৱকজন…

বহিঃৰাজ্যত পুনৰ সন্ধানহীন অসমৰ যুৱক, ঘৰলৈ আহি থকাৰ সময়তে ট্ৰেইনৰ পৰা নিৰুদ্দেশ হৈছে যুৱকজন...

একেবাৰেই অসুৰক্ষিত জোনমণিয়ে চলোৱা Suzuki S-Presso,সুৰক্ষা ৰেটিঙত এই বাহনে পাইছিল মাত্ৰ ১ পইণ্ট

একেবাৰেই অসুৰক্ষিত জোনমণিয়ে চলোৱা Suzuki S-Presso,সুৰক্ষা ৰেটিঙত এই বাহনে পাইছিল মাত্ৰ ১ পইণ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.