অসম লাইভ২৪ঃ
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলক লৈ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া।
মন্ত্ৰী পীয়ুষে কয়, ‘ছাত্র-ছাত্রীক এই অৱস্থা যিয়ে কৰিছে তাৰ পাপ লাগিব।’
‘সকলো বিষয়ৰে তদন্ত হ’ব, আমি বিষয়টো গুৰুত্ব সহকাৰে লৈছো।’
‘চৰকাৰক বদনাম কৰিবলৈও এনে কাম কৰে।’
‘দুষ্ট চক্র জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে হাজৰিকাই।’
নিজৰ দোষ মানি লৈ মন্ত্ৰীগৰাকীয়ে কয় যে এই ঘটনাৰ বাবে তেওঁলোক দুখিত আৰু সেই দোষ মানি লৈছে।
এনে ভুল হ’ব নালাগিছিল বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ