• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘৩০ বছৰীয়া বন্ধুত্ব আছিল আমাৰ, মিছাতেই কোনো নাৰীৰ কথাত বদনাম নকৰিব’ সতীশ কৌশিকৰ মৃত্যুক লৈ মুখ খুলিলে তেওঁৰ বন্ধু বিকাশ মালুৱে

‘৩০ বছৰীয়া বন্ধুত্ব আছিল আমাৰ, মিছাতেই কোনো নাৰীৰ কথাত বদনাম নকৰিব’ সতীশ কৌশিকৰ মৃত্যুক লৈ মুখ খুলিলে তেওঁৰ বন্ধু বিকাশ মালুৱে

3 years ago
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

9 minutes ago
চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

38 minutes ago
ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

2 hours ago
৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

2 hours ago
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

4 hours ago
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

4 hours ago
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

5 hours ago
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

6 hours ago
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

6 hours ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

7 hours ago
ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

7 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

কেতিয়াও বিপদত নপৰে, যদি মানে চাণক্যৰ এই কথা!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘৩০ বছৰীয়া বন্ধুত্ব আছিল আমাৰ, মিছাতেই কোনো নাৰীৰ কথাত বদনাম নকৰিব’ সতীশ কৌশিকৰ মৃত্যুক লৈ মুখ খুলিলে তেওঁৰ বন্ধু বিকাশ মালুৱে

editor by editor
March 13, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত, স্বাস্থ্য
0
‘৩০ বছৰীয়া বন্ধুত্ব আছিল আমাৰ, মিছাতেই কোনো নাৰীৰ কথাত বদনাম নকৰিব’ সতীশ কৌশিকৰ মৃত্যুক লৈ মুখ খুলিলে তেওঁৰ বন্ধু বিকাশ মালুৱে
0
SHARES
7.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৯ মাৰ্চত আহিছিল সেই দুখবৰটো। ৭ আৰু ৮ মাৰ্চত হোলীৰ ৰঙো বেৰঙী হৈ পৰিছিল কৌশিক পৰিয়ালত। সকলোৰে মাজৰ পৰা হঠাতেই বিদায় মাগিছিল অভিনেতা সতীশ কৌশিকে। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুৰ শীতল কোলাত ঢলি পৰিছিল অভিনেতাগৰাকী। তেওঁৰ মৃত্যুৰ এই খবৰক লৈ আৰম্ভ হৈছিল বিতৰ্কও। একাংশই দাবী কৰিছিল এই মৃত্যু স্বাভাৱিক নহয়। তেওঁক হত্যা কৰা হৈছে! সতীশ কৌশিকৰ বন্ধু তথা ব্যৱসায়ী বিকাশ মালুক বহুতেই অভিযুক্ত সজোৱাৰ মাজতেই অৱশেষত এই মৃত্যুক লৈ মুখ খুলিছে ব্যৱসায়ী বিকাশে। ইনষ্টাগ্ৰামত হোলি পাৰ্টীৰ ভিডিঅ’ পোষ্ট কৰিছে বিকাশ মালুৱে। ব্যৱসায়ী বিকাশ মালুৱে শ্বেয়াৰ কৰা ভিডিঅ’ত বিকাশ মালুৰ সৈতে একেলগে নাচি থকা দেখা গৈছে সতীশ কৌশিকক।

ৰঙেৰে ৰঙীন হৈ থকা সতীশৰ জীৱনৰ এয়াই শেষ হোলি কোনেনো ভাৱিছিল? বিকাশ মালুৱে বিশেষ ভিডিঅ’টো শ্বেয়াৰ কৰি কেপশ্ব্যনত লিখিছে, ‘মোৰ আৰু সতীশৰ বন্ধুত্ব প্ৰায় ৩০ বছৰ পুৰণি। আমি পাৰিবাৰিক বন্ধু। কম সময়তে মানুহে মোক সতীশৰ মৃত্যুৰ বাবে জগৰীয়া কৰিছে। হোলিৰ বিশেষ দুটা দিন আনন্দৰে পাৰ হোৱাৰ পাছতেই এই দুঃখবৰটো আহিল। এই দুৰ্ঘটনা খুবেই বেদনাদায়ক হৈ পৰিছে মোৰবাবেও।’ লগতে বিকাশ মালুৱে তেওঁৰ ওপৰত অহা অভিযোগ নস্যাৎ কৰি কয়, ‘মোৰ বিৰুদ্ধে বহু মিছা প্ৰচাৰ চলি আছে। দুৰ্ঘটনা কাকো সুধি নাহে। দুৰ্ঘটনাত কাৰো নিয়ন্ত্ৰণো নাথাকে। মই এটাই অনুৰোধ জনাম যে আপোনালোকও প্ৰত্যেকেই প্ৰত্যেকৰ আৱেগ অনুভূতিক সন্মান জনাওক। জীৱনত আহিবলগা প্ৰতিটো সুখৰ মুহূৰ্ত বা উৎসৱতেই মই সতীশৰ অভাৱ অনুভৱ কৰিম।’

উল্লেখ্য যে ব্যৱসায়ী বিকাশ মালুৰ পত্নীয়ে স্বামীৰ বিৰুদ্ধেই আনিছিল গুৰুত্বৰ অভিযোগ। বিকাশৰ পত্নীৰ অভিযোগ মতে তেওঁৰ স্বামীয়ে ১৫ কোটি টকা সতীশক উভতাই দিবলৈ আছিল যাৰ বাবে তেওঁক হত্যা কৰিলে। কালিৰ দিনটোত ভাইৰেল হৈ পৰা এই অভিযোগ মিছা বুলি প্ৰকাশ কৰিছে সতীশ কৌশিকৰ পত্নী শশীয়ে।
প্ৰয়াত অভিনেতাৰ পত্নীয়ে কয় যে তেওঁৰ স্বামী সতীশে কাকো এটকাও ধাৰ দিয়া নাছিল। সম্পূৰ্ণ মিছা অভিযোগ আনিছে সেইগৰাকী মহিলাই। ইয়াৰোপৰি সতীশৰ পত্নী শশীয়ে কয়, ‘মোৰ স্বামীয়ে কাৰো সৈতে কেতিয়াও বিবাদত সোমাই পৰা নাছিল। সেই মহিলাগৰাকীয়ে একেবাৰেই ভুৱা অভিযোগ আনিছে। সতীশজীৰ পোষ্ট মৰ্টেম ৰিপৰ্টত ৯৮ শতাংশ ব্লকেজ পোৱাৰ কথা চিকিৎসকে উল্লেখ কৰিছে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!
জীৱনশৈলী

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

August 10, 2026
ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?
ৰাজনীতি

ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

August 10, 2026
৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী
বিনোদন

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

August 10, 2026
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?
ৰাজনীতি

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

August 10, 2026
Next Post
৩০ মাৰ্চত পুনৰ অনুষ্ঠিত হ’ব সাধাৰণ বিজ্ঞানৰ পৰীক্ষা, টুইটযোগে শিক্ষামন্ত্ৰীৰ ঘোষণা

৩০ মাৰ্চত পুনৰ অনুষ্ঠিত হ’ব সাধাৰণ বিজ্ঞানৰ পৰীক্ষা, টুইটযোগে শিক্ষামন্ত্ৰীৰ ঘোষণা

এইখন অসমত নঘটে কি! কন্যাৰ প্ৰেমিকে পলুৱাই নিলে ৫ সন্তানৰ মাতৃক

এইখন অসমত নঘটে কি! কন্যাৰ প্ৰেমিকে পলুৱাই নিলে ৫ সন্তানৰ মাতৃক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.