লাফিকুল হত্যাৰ ৪ বছৰ। ২০১৭ৰ ১ আগষ্টত লাফিকুল ইছলামক হত্যা। আততায়ীৰ গুলীত কোকৰাঝাৰ চহৰত মৃত্যু লাফিকুলৰ।