শিশু ধৰ্ষণকাৰী-হত্যাকাৰী মংগল পাইক ফাঁচিৰ নির্দেশ।বিশ্বনাথ জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়। ২০১৮ত এটি ৫ বছৰীয়া শিশুক ধৰ্ষণ-হত্যা কৰিছি মংগলে।