• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মে মাহৰ আৰম্ভণিতে ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

মে মাহৰ আৰম্ভণিতে ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

3 months ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

1 hour ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

2 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

3 hours ago
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

3 hours ago
মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

4 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

5 hours ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

6 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

6 hours ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

7 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

8 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

9 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মে মাহৰ আৰম্ভণিতে ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

মে মাহৰ আৰম্ভণিতে ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

editor by editor
April 24, 2026
in জীৱনশৈলী
0
মে মাহৰ আৰম্ভণিতে ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি ২০২৬ৰ ৭ মেত বুধে ভৰণী নক্ষত্ৰত প্ৰৱেশ কৰিব৷ বুধক বুদ্ধি, বাকশক্তি আৰু ব্যৱসায়ৰ অধিপতি হিচাপে বিবেচনা কৰা হয়৷ যেতিয়া বুধে তাৰ গতিপথ পৰিবৰ্তন কৰে তেতিয়া ব্যক্তিৰ জীৱনত গভীৰ প্ৰভাৱ পৰে৷ বুদ্ধি, ক্ষমতা আৰু সৃজনশীলতাৰ এক অসাধাৰণ সংমিশ্ৰণত ভৰি উঠিব কেইবাটাও ৰাশিৰ জাতকৰ জীৱন৷ বুধৰ স্থান পৰিবৰ্তনে কেনেকৈ জীৱন সলনি কৰিব ৫ ৰাশিৰ?

মেষ ৰাশি

ভৰণী নক্ষত্ৰত বুধৰ গোচৰে মেষ ৰাশিৰ জাতকৰ আত্মবিশ্বাস কেইবাগুণো বঢ়াই দিব৷ আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা নিৰ্ভুল হব ফলত কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰে৷ ব্যৱসায় থাকিলে নতুন কোনো অত্যন্ত লাভজনক চুক্তি চূড়ান্ত হব পাৰে৷ যিয়ে ভৱিষ্যতৰ বাবে উল্লেখযোগ্য মুনাফা আনি দিব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ অধিপতি গ্ৰহ স্বয়ং বুধ৷ ভৰণী নক্ষত্ৰত ইয়াৰ প্ৰৱেশে আপোনাৰ বাবে আৰ্থিক লাভৰ বহু উৎস তৈয়াৰ কৰিব৷ এই সময়ত জাতকৰ কমিউনিকেছন স্কিল উন্নত হব যিয়ে জটিল কামো সহজে সমাধান কৰাত সহায় কৰিব৷ ব্যৱসায়ত আৰ্থিক লাভ আৰু উন্নতিৰ সুযোগ আছে৷

সিংহ ৰাশি

এই সময়ে সিংহ ৰাশিৰ জাতকৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব৷ বুধে আপোনাৰ বুদ্ধি আৰু ক্ষুৰধাৰ কৰি তুলিব৷ বিনিয়োগ সংক্ৰান্তিয় বিষয়ত সাফল্য আহিব৷ পৈতৃক সম্পত্তি সংক্ৰান্তিয় বিবাদৰ সমাধান হব পাৰে৷ পৰিয়ালত কোনো শুভ ঘটনা ঘটিব পাৰে৷ ব্যৱসায়ত উল্লেখযোগ্য আৰ্থিক লাভৰ সম্ভাৱনা আছে৷

তুলা ৰাশি

ভৰণী নক্ষত্ৰৰ অধিপতি শুক্ৰ৷ তুলা ৰাশিও শুক্ৰৰ অধীন ৰাশি৷ সেয়ে এই গোচৰ তুলা ৰাশিৰ জাতকৰ বাবে সুবিধা আনি দিব৷ শিল্পকলা, গণমাধ্যম আৰু লেখামেলাৰ সৈতে জড়িত ব্যক্তিয়ে উল্লেখযোগ্য সাফল্য অৰ্জন কৰিব পাৰে৷ পাৰ্টনাৰশ্বিপৰ ব্যৱসায় থাকিলে প্ৰচুৰ মুনাফা লাভৰ সম্ভাৱনা আছে৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে বুধৰ এই গোচৰে তেওঁলোকৰ কৰ্মজীৱনত বৃহৎ পৰিবৰ্তনৰ সুযোগ আনি দিব৷ যিসকলে চাকৰি পৰিবৰ্তনৰ কথা ভাৱিছে তেওঁলোকে ভাল অফাৰ পাব পাৰে৷ শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য পাব৷ ব্যৱসায়ত উল্লেখযোগ্য আৰ্থিক লাভৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

July 28, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…
জীৱনশৈলী

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

July 28, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

July 28, 2026
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?
জীৱনশৈলী

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

July 27, 2026
Next Post
মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

পোষ্ট অফিচৰ MIS স্কিমত ১০ লাখ টকা ডিপজিট কৰিলে প্ৰতি মাহে কিমান টকা সুদ হিচাপে পাব?

পোষ্ট অফিচৰ MIS স্কিমত ১০ লাখ টকা ডিপজিট কৰিলে প্ৰতি মাহে কিমান টকা সুদ হিচাপে পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.