• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

3 months ago
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

17 minutes ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

1 hour ago
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

2 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যই দেখুৱাব যাদু! কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য জানক

3 hours ago
ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

13 hours ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

14 hours ago
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

15 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

15 hours ago
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

16 hours ago
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

16 hours ago
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

17 hours ago
২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

editor by editor
April 24, 2026
in বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?
0
SHARES
56
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাস্তাঘাটত ট্ৰেফিক আমাৰ দেশৰ প্ৰধান সমস্যা। বিশেষকৈ ডাঙৰ চহৰসমূহত ট্ৰেফিকৰ সমস্যা দিনকদিনে বৃদ্ধি পাইছে। কিন্তু এইবাৰ মহাকাশতো ট্ৰেফিক বৃদ্ধি পাইছে। বিভিন্ন দেশৰ পৰা পঠিওৱা যানসমূহে মহাকাশত যানজঁটৰ সৃষ্টি কৰিছে।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এটা সমীক্ষাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। ইছৰোৱে মহাকাশত ধৰা পেলাইছে যাৰ ভিতৰত ২৭ হাজাৰ পাৰ্থিৱ বস্তু যাৰ ভিতৰত ৮০ শতাংশই আৱৰ্জনা। ইছৰোৰ চেয়াৰমেনৰ মতে ৫০০ কিঃমিঃ তলত থকা পৃথিৱীক কক্ষপথটো এটা অতিশয় গুৰুত্বপূৰ্ণ কক্ষপথ। এই কক্ষপথক যিমানদূৰ সম্ভৱ মুক্ত কৰি ৰাখিব লাগে। পিএছ এল ভিৰ চতুৰ্থ অংশটো অৰ্থাৎ বৰ্জ্য অংশটো তুলনামূলকভাৱে পৃথিৱীৰ তলৰফালে থকা শেষৰটো কক্ষপথলৈ নমাই অনা হৈছে। ৩০ দিনৰ ভিতৰতেই পৃথিৱীত প্ৰৱেশ কৰিব পাৰিব বা তাৰভিতৰতেই পুৰি নষ্টও কৰিব পাৰিব। পূৰ্বে এটা ছেটেলাইট নষ্ট কৰিবলৈ ১৮ বছৰ সময় লাগিছিল, কাৰণ ছেটেলাইটসমূহ পৃথিৱীৰ কক্ষপথত দূৰত্বত অৱস্থান কৰিছিল। ভাৰতে ম্যাদ পাৰ হৈ যোৱা কেইবাটাও ছেটেলাইট ‘ডি অৰবিট’ কৰিছে। অৰ্থাৎ সেইসমূহক কক্ষপথৰ পৰা বাহিৰলৈ ওলিয়াই দিয়া হৈছে। মাজে মাজে সমূদ্ৰৰ পাৰত ‘স্পেছ জাঙ্ক’ পৰিয়েই থাকে। কেইবাদিন পূৰ্বেও অষ্ট্ৰেলিয়াৰ সমূদ্ৰ তীৰত উদ্ধাৰ হৈছিল মহাকাশৰ বৰ্জ্য পদাৰ্থ।

মহাকাশত থকা এই পাৰ্থিৱ সামগ্ৰীসমূহৰ মাজত ৪০ শতাংশই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ, ২৮ শতাংশ ৰাছিয়াৰ, ১৯ শতাংশ চীনৰ। মাৰ্চ মাহত প্ৰকাশিত মহাকাশ পৰিস্থিতি মূল্যাংকনৰ প্ৰতিবেদনো প্ৰকাশ কৰিছে ইছৰোই। মহাকাশত ভাৰতৰ বৰ্জিত পদাৰ্থ এইকেইখন দেশতকৈ কম। মাত্ৰ ২১৭ টা বৰ্জিত পদাৰ্থহে আছে। মহাকাশত আৱৰ্জনা সৃষ্টিৰ ক্ষেত্ৰত ভাৰতৰ অনুদান মাত্ৰ ০.৮শতাংশ।

এই পদাৰ্থসমূহে কেনেতৈ ক্ষতি কৰিব?

মহাকাশযানৰ পৰা ছিটিকি অহা কোনো অংশই ভাঙি চূৰমাৰ কৰি দিব পাৰে আন কোনো কোনো মহাকাশযানকো।
দীৰ্ঘ দিন মহাকাশত বিজ্ঞানীসকলৰ থাকিলে তেওঁলোকৰ খাদ্যৰ পেকেট, ডিছপজেৱল কাপোৰ, কাগজ আদি প্ৰচুৰ পৰিমানে মহাকাশযানত জমা হৈ পৰিছে। সেইসমূহে কেতিয়াবা ভয়াৱহ অগ্নিৰ সূত্ৰপাত কৰিব পাৰে।
যদি বেটাৰী বা আন কোনো ইলেক্ট্ৰনিক যন্ত্ৰপাতি খুব গৰম হৈ যায় তেন্তে মহাকাশলৈ গৈ থকা যানতো অগ্নিৰ সূচনা কৰিব পাৰে।
গাণিতিক হিচাপৰ সামান্য ভুলতো ডাঙৰ বিপদ হ’ব পাৰে। বিভিন্ন দেশৰ পৰা পঠোৱা মহাকাশযানৰ কক্ষপথ বেছি কাষত হ’লেও এটাই আনটোৰ কক্ষপথত প্ৰৱেশ কৰিব পাৰে।এনেকৈ প্ৰৱেশ কৰিলে ধাক্কা লগাৰ সম্ভাৱনা থাকে।
কোনো উল্কাপিণ্ড বা অইন কোনো মহাজাগতিক বস্তুৰ পৰা চিটিকি অহা কোনো অংশই মহাকাশযানত ভাঙি চুৰমাৰ কৰি দিব পাৰে।

মহাকাশৰ ট্ৰেফিক কেনেকৈ কমাব?

মহাকাশৰ যান-যঁট কমাবৰ বাবে ‘বিকল্প ৰুট’ বা নতুন নতুন কক্ষপথ ওলিয়াব লাগিব। বিশ্বৰ মহাকাশ গৱেষণা সংস্থাসমূহে এই পদক্ষেপ ল’ব লাগিব। এতিয়াৰে পৰা সতৰ্ক নহ’লে এদিন মানৱ সভ্যতা মহাবিপদত পৰিব। ট্ৰেফিকৰ কাৰণে অদূৰ ভৱিষ্যতে হয়তো মহাকাশত ডাঙৰ কোনো দূৰ্ঘটনা ঘটিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 
অসম

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

July 13, 2026
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি
বিশ্ব

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

July 13, 2026
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!
জীৱনশৈলী

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

July 13, 2026
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব
জীৱনশৈলী

আজি ভাগ্যই দেখুৱাব যাদু! কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য জানক

July 13, 2026
Next Post
পোষ্ট অফিচৰ MIS স্কিমত ১০ লাখ টকা ডিপজিট কৰিলে প্ৰতি মাহে কিমান টকা সুদ হিচাপে পাব?

পোষ্ট অফিচৰ MIS স্কিমত ১০ লাখ টকা ডিপজিট কৰিলে প্ৰতি মাহে কিমান টকা সুদ হিচাপে পাব?

বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.