• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

4 months ago
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

16 hours ago
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

17 hours ago
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

17 hours ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

18 hours ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

19 hours ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

20 hours ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

20 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

21 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

22 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

23 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

23 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

editor by editor
April 24, 2026
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি
0
SHARES
194
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত সোণৰ প্ৰকৃত মূল্যৰ ওপৰত কৰ লোৱা হয়৷ সেয়ে ইয়াত সোণৰ দাম বহুত বেছি৷ বিদেশত সোণৰ ওপৰত টেক্স লোৱা নহয়৷ যিকেইখন দেশত লয় সেইকেইখন দেশতো খুবেই কম৷ সেই কাৰণেই উপসাগৰীয় দেশসমূহলৈ যোৱা পৰ্যটকসকলে প্ৰায়ই তাৰ পৰা সোণ ক্ৰয় কৰে৷

সোণ ক্ৰয়ৰ ক্ষেত্ৰত ভাৰত এক নম্বৰত

ভাৰতীয়সকলৰ বাবে সোণৰ প্ৰতি পৃথক এক উন্মাদনা আছে৷ কিছু লোকে ইয়াক সম্পদ হিচাপে সংৰক্ষণ কৰে, কোনোৱে আকৌ বিনিয়োগৰ মাধ্যম হিচাপে সোণক বিবেচনা কৰে৷ ভাৰতীয় সংস্কৃতিত সোণত বিনিয়োগত মহিলাসকল আগবাঢ়ি থাকে৷ সেই কাৰণেই সোণৰ ক্ৰেতাৰ সংখ্যাৰে ভাৰত বিশ্বৰ এক নম্বৰত আছে৷ ভাৰতত সোণৰ আমদানিৰ সীমা কিমান?

পাছপোৰ্ট আইন ১৯৬৭ অনুসৰি ভাৰতীয় নাগৰিকে বিদেশৰ পৰা সোণৰ গহনা, প্লেট আৰু সোণৰ মুদ্ৰা আনিব পাৰে৷ নাৰী আৰু পুৰুষ ভেদে কিমান সোণ আনিব পৰা যায়? চেন্ট্ৰেল বৰ্ড অফ ইনডায়ৰেক্ট টাক্সেছ এণ্ড কাষ্টমছ সোণ অনাৰ ক্ষেত্ৰত প্ৰত্যেকৰে বাবে সীমা আৰু শুল্ক নিৰ্ধাৰণ কৰিছে৷ বিদেশৰ পৰা অহাৰ পাছত নিৰ্ধাৰিত সীমাতকৈ বেছি সোণ অনাৰ তথ্য আপুনি দিব লাগিব৷ যি কোনো পুৰুষে ২০ গ্ৰাম আৰু যিকোনো নাৰীয়ে ৪০ গ্ৰাম সোণ আনিব পাৰে৷ এই সীমা কাষ্টম শুল্ক মুক্ত৷ ১৫ বছৰৰ বেছি বয়সীয়া শিশুসকলেও ৪০গ্ৰাম সোণ আনিব পাৰে৷ ইয়াৰবাবে অৱশ্যে সম্পৰ্ক এটেষ্টেড কৰিব লাগিব৷

ডুবাইয়ে সীমা ৰাখিছে ১ কিঃগ্ৰাঃ

ভাৰতীয় যাত্ৰীয়ে ডুবাইৰ পৰা ১ কিঃগ্ৰাঃ সোণ আনিব পাৰে৷ পুৰুষ যাত্ৰীয়ে ২০ গ্ৰাম পৰ্যন্ত আৰু মহিলাই ৪০ গ্ৰাম পৰ্যন্ত আনিব পাৰে কোনো চাৰ্জ অবিহনেই৷ ইয়াৰ পাছত ৫০গ্ৰাম পৰ্যন্ত ৩শতাংশ, ১০০ গ্ৰাম পৰ্যন্ত ৬শতাংশ আৰু তাৰ ওপৰত সোণৰ ১০শতাংশ কাষ্টম শুল্ক প্ৰযোজ্য হব৷

কোন দেশৰ পৰা সবাতোকৈ বেছি সোণ আনিব পাৰি?

ভাৰতলৈ বেছিভাগ সোণ আহে সংযুক্ত আৰৱ আমিৰৰ পৰা৷ সংযুক্ত আৰৱ আমিৰতৰ পাছতেই দ্বিতীয় দেশ ম্যানমাৰ৷ ইয়াৰ পাছতেই ডুবাইৰ পৰা অহা সোণ আহে৷ শুল্ক অধিকাৰীসকলৰ মতে বিদেশৰ পৰা সোণ অনাৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰ আৰু তামিলনাডু আগুৱাই আছে৷ এই ৰাজ্যসমূহত সোণ চোৰ চালানৰ ৬০শতাংশ গোচৰ নথিভুক্ত৷ ইয়াৰ মাজত মাত্ৰ ১০শতাংশ সোণ ধৰা পৰে৷

সোণ চোৰকৈ আনি ধৰা পৰিলে শাস্তি কি?

সোণ চোৰকৈ আনি ধৰা পৰিলে সেই ব্যক্তিৰ বিৰুদ্ধে বি এন এছৰ বিভিন্ন ধাৰাত গোচৰ তৰা হয়৷ দোষী প্ৰমাণিত হলে যাৱজ্জীৱন কাৰাদণ্ড হব পাৰে৷ ৫লাখ টকাৰ জৰিমনাও কৰা হয়৷ ইয়াৰোপৰি বিদেশ ভ্ৰমণত আজীৱন নিষেধাজ্ঞা জাৰি কৰা হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

August 14, 2026
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা
ৰাজনীতি

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

August 14, 2026
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!
জীৱনশৈলী

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

August 14, 2026
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’
বিনোদন

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

August 14, 2026
Next Post
হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.