• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

6 months ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

11 minutes ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

43 minutes ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

1 hour ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

2 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

3 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

4 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

5 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

5 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

5 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

6 hours ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

6 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

editor by editor
April 24, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা
0
SHARES
287
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহৰ পাছতেই বিদেশলৈ হানিমুন যোৱাৰ প্লেন কৰিছে৷ আৰু হানিমুন মানেই ৰোমান্সত ডুবি থকাৰ কেইটামান দিন৷ সেই কেইটা দিন নিশ্চিন্তে ৰোমান্স কৰক৷ ভিছাৰ কাগজপত্ৰক লৈ সময় নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই৷ বিদেশত গন্তব্য হিচাপে ভিছামুক্ত দেশ হিচাপে বাচি লৈছে৷ ভাৰতীয়সকলৰ বাবে কেইবাখনো দেশত প্ৰৱেশৰ বাবে অনুমতি নালাগে৷ সেয়ে নিশ্চিন্তে হানিমুন যাব পাৰে সেইকেইখন দেশত৷

মৰিছাচ

পূৰ্ব আফ্ৰিকাৰ মৰিছাচ দেশখন এক কথাত অপূৰ্ব সুন্দৰ৷ প্ৰাচীন সমুদ্ৰ সৈকত, সেউজীয়া পাহাৰ আৰু সমৃদ্ধ সংস্কৃতিৰ বন্ধন থকা এই দেশ হানিমুনৰ বাবে এক আদৰ্শ স্থান৷ মৰিছাচৰ জলাশয়ৰ পৰা আৰম্ভ কৰি ছবিৰ দৰে সুন্দৰ চা বাগান সকলোবোৰ যেন সপোনৰ দৰেই৷ দেশখনক ভালধৰণে চাবলৈ গ’লে ১০ দিন সময়ো কম হয়৷ বিচাৰিলে বিলাসবহুল ক্ৰুজৰ ৰোমাণ্টিক ভ্ৰমণৰো তাত সুবিধা আছে৷ এই সকলোবোৰ সুবিধা আপুনি ভিছা অবিহনে ল’ব পাৰে৷

ভুটান

ভুটানক কোৱা হয় সুখৰ দেশ৷ অপাৰ শান্তি, প্ৰাকৃতি সৌন্দৰ্য আৰু সাংস্কৃতিক সমৃদ্ধিৰে ভৰপুৰ এই দেশ অসমৰ নিচেই কাষত৷ ইয়াত যাবলৈকো কোনো ভিছাৰ প্ৰয়োজন নাই৷ ভাৰতীয় পৰিচয়পত্ৰ থাকিলেই হ’ব৷ সুন্দৰ বৌদ্ধ মঠ, নিৰ্মল উপত্যকা আৰু বিশালকায় পৰ্বতসমূহৰ ওপৰিও শীতৰ ৰোমাণ্টিক ভ্ৰমণ হিচাপে যথাযথ৷

নেপাল

এডভেঞ্চাৰ প্ৰিয় দম্পত্তিৰ বাবে ভাল ঠাই নেপাল৷ দুঃসাহসিকতাৰ ওপৰিও এইদেশৰ আধ্যাত্মিকতাও আপোনাক আকৰ্ষণ কৰিব৷ হিমালয় ট্ৰেকিং, প্ৰাচীন মন্দিৰ দৰ্শন, পাহাৰীয়া চহৰ ফুৰি আহিব পাৰে৷ ইয়াতো ভিছাৰ প্ৰয়োজন নাই৷

ডোমিনিকা

নিৰ্জনতা প্ৰিয়সকলৰ বাবে ডোমিনিকা এক সুন্দৰ ঠাই৷ ডোমিনিকা এটা দ্বীপ৷ ৰেইনফৰেষ্ট আৰু পুৰণি বিচ্চ ইয়াৰ প্ৰধান আকৰ্ষণ৷ নিৰিবিলি হ’লেও ইয়ালৈ গ’লে আপোনাৰ মন সতেজতাৰে উপচি পৰিব৷

হংকং

হানিমুন কাপলসকলৰ বাবে ভাল ঠাই হংকং৷ এই চহৰৰ মাজত অপাৰ সৌন্দৰ্য থাকিব৷ ইয়াৰ প্ৰাকৃতিক দৃশ্যসমূহো অভিনৱ৷ ইয়াত ১৪ দিনৰ বাবে থাকিবলৈ কোনো ভিছা নালাগে৷ হংকঙলৈ গ’লে তাৰ সংস্কৃতিৰ প্ৰেমত পৰিবই৷ সংগীৰ সৈতে ভিক্টোৰিয়া পিক চোৱাৰ মজাই বেলেগ৷ ৰোমাণ্টিকভাৱে ক্ৰুজলৈ যোৱাৰ সুবিধাও আপুনি ল’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন
জীৱনশৈলী

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

October 13, 2026
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?
ৰাজনীতি

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

October 13, 2026
বিজেপি নেতাৰ গৃহত ডকাইতি
ৰাজনীতি

বিজেপি নেতাৰ গৃহত ডকাইতি

October 13, 2026
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী
ভাৰত

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

October 13, 2026
Next Post
SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.