• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘শৃংখলক মই বেয়া পাইছো কিন্তু মই শৃংখলৰ পক্ষত আছো’ শৃংখল চলিহাৰ গ্ৰেপ্তাৰৰ প্ৰসংগত বিধায়ক অখিল গগৈৰ পোষ্ট

‘শৃংখলক মই বেয়া পাইছো কিন্তু মই শৃংখলৰ পক্ষত আছো’ শৃংখল চলিহাৰ গ্ৰেপ্তাৰৰ প্ৰসংগত বিধায়ক অখিল গগৈৰ পোষ্ট

3 years ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

2 hours ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

2 hours ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

2 hours ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

3 hours ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

3 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

4 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

4 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

5 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

5 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

7 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

8 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

‘শৃংখলক মই বেয়া পাইছো কিন্তু মই শৃংখলৰ পক্ষত আছো’ শৃংখল চলিহাৰ গ্ৰেপ্তাৰৰ প্ৰসংগত বিধায়ক অখিল গগৈৰ পোষ্ট

editor by editor
May 2, 2023
in অপৰাধ, অসম, ৰাজনীতি
0
‘শৃংখলক মই বেয়া পাইছো কিন্তু মই শৃংখলৰ পক্ষত আছো’ শৃংখল চলিহাৰ গ্ৰেপ্তাৰৰ প্ৰসংগত বিধায়ক অখিল গগৈৰ পোষ্ট
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ১ মে’ ৰ সন্ধিয়া চলিহাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ৷ অভিযোগ অনুসৰি শৃংখল চলিহাই বিহুৰ চান্দা তুলিবলৈ যাওঁতে এগৰাকী ব্যৱসায়ীক টেক্স বিচাৰিছিল৷ মানিক চান্দ কেডিয়া নামৰ ব্যৱসায়ীজনে টেক্স দিবলৈ মান্তি নোহোৱাত মুখত থুৱাই দিয়ে৷ এই থুৱাই দিয়াৰ সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হৈ পৰাৰ লগতে ব্যৱসায়ীজনে থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শৃংখল চলিহাক৷

আৰক্ষীয়ে ২ মে’ ৰ পুৱা চলিহাক এই গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে। শিৱসাগৰৰ নিজা বাসগৃহৰ পৰাই চলিহাক আটক কৰি থানালৈ অনা হয়। ইপিনে শিৱসাগৰ জিলাত AJYCPৰ মাহমৰা আঞ্চলিকৰ সম্পাদক লক্ষী দাস পানিকাক প্ৰহাৰ কৰা ঠিকাদাৰ নিৰ্মল ম’ৰক কেন্দ্ৰ কৰি ইতিমধ্যে জিলাখন উত্তাল হৈ আছিল। এই ঘটনাৰ বাবে শৃংখল চলিহায়ো ম’ৰক ধমকি দিছিল। চলিহাক ধমক দিয়া ঘটনাৰ বাবে ঘৰতে গৃহবন্দী কৰা হৈছিল। এই ঘটনাক লৈ গ্ৰেপ্তাৰ নহ’লেও ২৮ এপ্ৰিলত মাণিক চান্দ কেডিয়াক থুওৱাক লৈ গোচৰ ৰুজু হোৱাত শৃংখল চলিহাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে এই ঘটনাক লৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়েও মন্তব্য প্ৰকাশ কৰিছ৷ শৃংখল চলিহাক গ্ৰেপ্তাৰ সন্দৰ্ভত অখিল গগৈয়ে সামাজিক মাধ্যমত লিখিছে, ‘মই শৃংখল চলিহাক বেয়া পাইছো কিন্তু তাৰ পাছতো শৃংখলৰ পক্ষত আছোঁ৷ জাতীয় সংগঠনৰ নেতাক মাৰপিট কৰা বহিৰাগত ঠিকাদাৰক গ্ৰেপ্তাৰ কৰিবলৈ থানাত ধৰ্ণা দিব লাগে আৰু বিহুৰ চান্দা বিচাৰি যাওঁতে সংঘাত হোৱা জাতীয় সংগঠনৰ নেতাৰ ওপৰত বহিৰাগতই এজাহাৰ দিলে লগে লগে গ্ৰেপ্তাৰ কৰে। এয়াই “খিলঞ্জীয়া চৰকাৰ”ৰ আচল স্বৰূপ। গুণ্ডা ঠিকাদাৰক এতিয়ালৈকে জে’ললৈ নপঠিয়াই থানাত ৰাখি থোৱা হৈছে আৰু শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰি বিতৰ্কিত ঠিকাদাৰক বচাব খোজা হৈছে। অভিযোগ অনুসৰি শৃংখল চলিহাই যদিহে মানুহক থুৱাইছে তেন্তে তেওঁ বেয়া কৰিছে। আমি শৃংখলক গৰিহনা দিছো, কিন্তু একেটা সময়তে চৰকাৰৰ বৈষম্য দৃষ্টিকটু হৈছে। বীৰ লাচিত সেনাৰ নেতা শৃংখলক অনতি বিলম্বে মুক্তি দিবলৈ আমি দাবী জনালোঁ।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

October 14, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?
ৰাজনীতি

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

October 13, 2026
বিজেপি নেতাৰ গৃহত ডকাইতি
ৰাজনীতি

বিজেপি নেতাৰ গৃহত ডকাইতি

October 13, 2026
Next Post
ৰাতি টোপনি আহিলেও দিনটো ক্লান্ত যেনেই লাগে? শৰীৰত কি কি ৰোগে দেখা দিলে এনে ভাৱ আহে?

ৰাতি টোপনি আহিলেও দিনটো ক্লান্ত যেনেই লাগে? শৰীৰত কি কি ৰোগে দেখা দিলে এনে ভাৱ আহে?

ক্ষমতালৈ আহিলেই কৰ্ণাটকত সম্পূৰ্ণ নিষিদ্ধ হ’ব বজৰং দল! নিৰ্বাচনী ইস্তাহাৰতো এই কথা উল্লেখ কৰিলে কংগ্ৰেছ দলে

ক্ষমতালৈ আহিলেই কৰ্ণাটকত সম্পূৰ্ণ নিষিদ্ধ হ’ব বজৰং দল! নিৰ্বাচনী ইস্তাহাৰতো এই কথা উল্লেখ কৰিলে কংগ্ৰেছ দলে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.