• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্ৰদ্ধা হত্যাকাণ্ডৰ লগত জড়িত তদন্তকাৰী দলে পৰীক্ষা কৰিলে বন্দনাৰ স্বাস্থ্য! বন্দনা পাগল নহয় জনালে ফৰেনচিক দলে

শ্ৰদ্ধা হত্যাকাণ্ডৰ লগত জড়িত তদন্তকাৰী দলে পৰীক্ষা কৰিলে বন্দনাৰ স্বাস্থ্য! বন্দনা পাগল নহয় জনালে ফৰেনচিক দলে

3 years ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

2 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

2 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

3 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

3 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

4 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

5 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

5 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

6 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

6 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

7 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

7 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

শ্ৰদ্ধা হত্যাকাণ্ডৰ লগত জড়িত তদন্তকাৰী দলে পৰীক্ষা কৰিলে বন্দনাৰ স্বাস্থ্য! বন্দনা পাগল নহয় জনালে ফৰেনচিক দলে

editor by editor
April 26, 2023
in অপৰাধ, অসম
0
শ্ৰদ্ধা হত্যাকাণ্ডৰ লগত জড়িত তদন্তকাৰী দলে পৰীক্ষা কৰিলে বন্দনাৰ স্বাস্থ্য! বন্দনা পাগল নহয় জনালে ফৰেনচিক দলে
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বন্দনা কলিতা, ডাবল মাৰ্ডাৰত জড়িত বন্দনাই মানসিক বিকাৰগ্ৰস্থ বাবেই দুজনকৈ লোকক হত্যা কৰিছিল নেকি? এই বিষয়টোক লৈ বহুতেই চৰ্চাও চলাইছিল৷ বন্দনাই নিজেও নিজৰ মানসিক অৱস্থা ঠিকে নাছিল বুলি আৰক্ষীৰ সন্মুখত দিয়া ভাষ্যত প্ৰকাশো কৰিছিল৷ শেহতীয়াভাৱে অসম আৰক্ষীৰ বিশেষ দলে বন্দনাৰ মানসিক স্বাস্থ্যৰ পৰীক্ষা কৰোৱাইছে৷ শ্ৰদ্ধা হত্যাকাণ্ডৰ তদন্তকাৰী এটা দলে বন্দনা কলিতাক গুৱাহাটীত আহি সোধ-পোচ কৰাৰ পাছতেই দিছে প্ৰতিবেদন। ফৰেনচিক এটি দলৰ লগতে তদন্তকাৰী এই দলটোৱে বন্দনাক সোধ-পোচ কৰি দিয়া প্ৰতিবেদনমতে, বন্দনা কলিতা মানসিকভাৱে দুৰ্বল নহয়। শীতল মস্তিষ্কৰেই বন্দনাই দুটাকৈ হত্যা সংঘটিত কৰিছিল।প্ৰতিবেদনত উল্লেখ কৰামতে বন্দনা কলিতা মানসিক বিকাৰগ্ৰস্থ নহয়৷ শীতল মস্তিষ্কৰেই বন্দনাই এই দুটা হত্যাকাণ্ড কৰিছে৷

তদন্তকাৰী দলটোৱে দিয়া এই প্ৰতিবেদনৰ ভিত্তিতেই এতিয়া নুনমাটি আৰক্ষী সাজু হৈছে পৰবৰ্তী পদক্ষেপৰ বাবে৷ আৰক্ষীয়ে কৰ্টত দাখিল কৰিব চাৰ্জশ্বীটো৷ বন্দনাক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ বাবে অসম আৰক্ষীয়ে সুৰুঙাহীন চাৰ্জশ্বিট প্ৰস্তুত কৰা বুলিও এক সূত্ৰই সদৰি কৰিছে। লগতে আৰক্ষীৰ এক সূত্ৰই জনোৱা অনুসৰি জে’লত থকাৰ সময়তো বন্দনাৰ মনত নাই কোনো অনুশোচনা। ৭৫ গৰাকী আন মহিলা কয়দীৰ সৈতে সময় কটাইছে বন্দনাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী
অপৰাধ

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

October 1, 2026
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা
অসম

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

October 1, 2026
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ
অসম

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

October 1, 2026
সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ
অসম

সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

October 1, 2026
Next Post
কোন কোন ক্ষেত্ৰত পৃথিৱীতকৈ মঙল পৃথক? ৰঙাগ্ৰহৰ ভিতৰৰ ছবি মুকলি কৰিলে নাছাৰ বিজ্ঞানীয়ে

কোন কোন ক্ষেত্ৰত পৃথিৱীতকৈ মঙল পৃথক? ৰঙাগ্ৰহৰ ভিতৰৰ ছবি মুকলি কৰিলে নাছাৰ বিজ্ঞানীয়ে

যৌনশক্তি বঢ়াবলৈকে চিকাৰ কৰিছে পেঙ্গোলিন! লাখ লাখ টকাত বিক্ৰি হৈছে জন্তুবিধৰ মাংস আৰু ছাল

যৌনশক্তি বঢ়াবলৈকে চিকাৰ কৰিছে পেঙ্গোলিন! লাখ লাখ টকাত বিক্ৰি হৈছে জন্তুবিধৰ মাংস আৰু ছাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.