• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যৌনশক্তি বঢ়াবলৈকে চিকাৰ কৰিছে পেঙ্গোলিন! লাখ লাখ টকাত বিক্ৰি হৈছে জন্তুবিধৰ মাংস আৰু ছাল

যৌনশক্তি বঢ়াবলৈকে চিকাৰ কৰিছে পেঙ্গোলিন! লাখ লাখ টকাত বিক্ৰি হৈছে জন্তুবিধৰ মাংস আৰু ছাল

3 years ago
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

35 minutes ago
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

55 minutes ago
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

2 hours ago
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

3 hours ago
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

4 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

5 hours ago
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

6 hours ago
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

7 hours ago
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

8 hours ago
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

9 hours ago
দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

9 hours ago
স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যৌনশক্তি বঢ়াবলৈকে চিকাৰ কৰিছে পেঙ্গোলিন! লাখ লাখ টকাত বিক্ৰি হৈছে জন্তুবিধৰ মাংস আৰু ছাল

editor by editor
April 27, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
যৌনশক্তি বঢ়াবলৈকে চিকাৰ কৰিছে পেঙ্গোলিন! লাখ লাখ টকাত বিক্ৰি হৈছে জন্তুবিধৰ মাংস আৰু ছাল
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পেঙ্গোলিন খুবেই শান্ত এবিধ জীৱ। এই জীৱবিধে মানুহৰ অপকাৰ নকৰে যদিও দিনকদিনে চিকাৰ হ’ব ধৰিছে এইবিধ জীৱ। এনভাইৰনমেণ্টেল ইনভেষ্টিগেছন এজেন্সিয়ে প্ৰকাশ কৰিছে এক ভয়ংকৰ তথ্য। পেঙ্গোলিনৰ শৰীৰৰ ওপৰৰ বাকলিৰ দৰে অংশ আৰু পেঙ্গোলিনৰ মাংস যৌনশক্তি বৃদ্ধিত সহায়ক বুলি বহুতেই দাবী কৰে। সেইবাবেই বিভিন্ন ঔষধ নিৰ্মাণকাৰী সংস্থাই এই প্ৰাণীবিধৰ মাংস ক্ৰয় কৰে।

যাৰবাবে বজাৰত এই প্রাণীৰ চাহিদা বৃদ্ধি হৈছে। প্ৰাণীবিধৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগেই পেঙ্গোলিনৰ চিকাৰীৰ সংখ্যাও বাঢ়িছে। যৌনশক্তি বৃদ্ধিৰ ঔষধ হিচাপে এই প্ৰাণীৰ শৰীৰৰ অংশ ব্যৱহাৰ হয় বুলি বিভিন্ন ঔষধ নিৰ্মাণকাৰী সংস্থাই অনুজ্ঞাপত্ৰও উলিয়াইছে। পেঙ্গোলিনৰ মাংসই পুৰুষৰ স্পাৰ্ম কাউণ্ট বৃদ্ধিত সহায় কৰে। দিনক দিনে এই জীৱ চিকাৰ কৰা লোকৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগেই জীৱবিধ প্ৰায় লুপ্তপ্ৰায় জীৱ হৈ পৰিছে।

কীট পতঙ্গ খাই জীয়াই থকা শান্ত স্বভাৱৰ এই প্ৰাণীবিধি প্ৰায় ৮ কোটি ৩০ লাখ বছৰ পূৰ্বেই এই প্ৰজাতিৰ প্ৰাণী পৃথিৱীত আছিল। মূলত আফ্ৰিকা আৰু এছিয়া মহাদেশত এই প্ৰাণী পোৱা যায়। জন্তু বিধৰ শৰীৰত থকা বাকলিৰ দৰে অংশই অন্য জন্তুৰ আক্ৰমণৰ পৰা প্ৰাণীবিধক ৰক্ষা কৰে। বাকলিসমূহ ইমানেই টান যে সেইসমূহে বাঘৰ দাতো ভাঙি পেলাই। পেঙ্গোলিনৰ মুঠ ৮ টা প্ৰজাতি আছিল যদিও ইয়াৰে ৫ প্ৰজাতি বৰ্তমান লুপ্ত হৈ পৰিছে।

পেঙ্গোলিনৰ ছাল আৰু মাংসৰ আন্তৰ্জাতিক বজাৰমূল্য কেইবালাখ টকা। মোটা অংকৰ দাম পোৱা হেতুকে এই জন্তুবিধ চিকাৰ কৰা চোৰাং চিকাৰীও বাঢ়িছে। চীনৰ বজাৰত এই জন্তুৰ চাহিদা অতি বেছি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?
জীৱনশৈলী

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

June 30, 2026
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?
ভাৰত

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

June 30, 2026
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা
বিবিধ

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

June 30, 2026
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?
বিশ্ব

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

June 30, 2026
Next Post
‘হিন্দীত নহয় তামিলত কথা ক’বা!’ অন কেমেৰা পত্নীক হিন্দীত ভাষণ নিদিবলৈ নিৰ্দেশ এ আৰ ৰহমানৰ

'হিন্দীত নহয় তামিলত কথা ক’বা!’ অন কেমেৰা পত্নীক হিন্দীত ভাষণ নিদিবলৈ নিৰ্দেশ এ আৰ ৰহমানৰ

তিনিদিন পাছত গাড়ী ঘূৰাই দিম বুলি চোৰে প্ৰতিশ্ৰুতি দিছিল! দুদিন পাছতেই আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰিলে চোৰ পিংকুক

তিনিদিন পাছত গাড়ী ঘূৰাই দিম বুলি চোৰে প্ৰতিশ্ৰুতি দিছিল! দুদিন পাছতেই আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰিলে চোৰ পিংকুক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.