• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘হিন্দীত নহয় তামিলত কথা ক’বা!’ অন কেমেৰা পত্নীক হিন্দীত ভাষণ নিদিবলৈ নিৰ্দেশ এ আৰ ৰহমানৰ

‘হিন্দীত নহয় তামিলত কথা ক’বা!’ অন কেমেৰা পত্নীক হিন্দীত ভাষণ নিদিবলৈ নিৰ্দেশ এ আৰ ৰহমানৰ

3 years ago
এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

5 hours ago
১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

5 hours ago
স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

6 hours ago
৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

6 hours ago
চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

7 hours ago
গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

8 hours ago
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

8 hours ago
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

10 hours ago
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

11 hours ago
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

11 hours ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

1 day ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘হিন্দীত নহয় তামিলত কথা ক’বা!’ অন কেমেৰা পত্নীক হিন্দীত ভাষণ নিদিবলৈ নিৰ্দেশ এ আৰ ৰহমানৰ

editor by editor
April 27, 2023
in জীৱনশৈলী, বিনোদন, ভাৰত, সংগীত
0
‘হিন্দীত নহয় তামিলত কথা ক’বা!’ অন কেমেৰা পত্নীক হিন্দীত ভাষণ নিদিবলৈ নিৰ্দেশ এ আৰ ৰহমানৰ
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশৰ তেওঁ নামজ্বলা সংগীত পৰিচালক। বিশ্বজুৰি খ্যাতি আছে তেঁওৰ। অস্কাৰৰ দৰে সন্মানো দেশলৈ কঢ়িয়াই আনিছিল তেওঁ। গীতৰ বাবেই বিশ্বৰ চিনাকী এ আৰ ৰহমান। স্বভাৱগতভাৱে কম কথা কোৱা এ আৰ ৰহমানে প্ৰায় প্ৰতিখন মঞ্চত কেৱল গীতৰ মাজত এটা দুটা কথা কয়। এইবাৰ কিন্তু কথাৰ বাবেই বিতৰ্কত সোমাই পৰিছে এ আৰ ৰহমান। ৰহমানে এক অনুষ্ঠানত পত্নী চায়ৰা বানুৰ সৈতে উপস্থিত আছিল।

বিশেষভাৱে পুৰস্কৃত কৰাৰ বাবে এ আৰ ৰহমানক অনুষ্ঠানটোত নিমন্ত্ৰণ জনোৱা হৈছিল। পুৰস্কাৰ গ্ৰহণ কৰি পোনতেই ভাষণ প্ৰদান কৰে ৰহমানে। ৰহমানে ভাষণত কয়, ‘মই নিজৰ সাক্ষাৎকাৰ চাই একেবাৰেই ভাল নাপাও। কিন্তু মোৰ পত্নীয়ে পুৰণি সাক্ষাৎকাৰসমূহ খুচৰি চাই থাকে। তেওঁৰ হেনো মোৰ কণ্ঠস্বৰ খুবেই পছন্দৰ।’ ৰহমানে পত্নী চায়েৰালৈ ভাষণৰ বাবে মাইক্ৰফোনটো আগুৱাই দিয়ে। মাইক্ৰফোনটো দিয়েই পত্নীক সঁকিয়াইয়ো দিয়ে, ‘হিন্দীত কথা নকবা, তামিলত ক’বা।’ ৰহমানৰ এই নিৰ্দেশ শুনাৰ পাছতেই পত্নীয়ে কিছু থতমত খাই ইংৰাজীতেই ভাষণ আৰম্ভ কৰে।

চায়েৰাই কয়, ‘মোক ক্ষমা কৰিব, তামিলত কথা ক’বলৈ মই তামিল বহুত ভালকৈ ক’ব নোৱাৰো। মই সুখী মোৰ স্বামীয়ে পুৰস্কাৰ লাভ কৰিছে। তেওঁৰ কণ্ঠ মোৰো খুব পছন্দৰ। তেওঁৰ কণ্ঠৰ প্ৰেমত পৰিয়েই মই তেওঁৰ কাষ চাপিছিলো। প্ৰেমত পৰিছিলো।’ চায়েৰাই ভাষণ প্ৰদান কৰোতেও স্বামীক লৈ কৰা গৌৰৱ ফুঁটি উঠিছিল। তামিলৰ সমান্তৰালকৈ হিন্দী চিনেমা ইণ্ডাষ্ট্ৰীত ৰহমানৰ আছে বিশেষ স্থান।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী
ভাৰত

এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

June 11, 2026
১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’
বিনোদন

১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

June 11, 2026
৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট
বিনোদন

৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

June 11, 2026
গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা
ভাৰত

গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

June 11, 2026
Next Post
তিনিদিন পাছত গাড়ী ঘূৰাই দিম বুলি চোৰে প্ৰতিশ্ৰুতি দিছিল! দুদিন পাছতেই আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰিলে চোৰ পিংকুক

তিনিদিন পাছত গাড়ী ঘূৰাই দিম বুলি চোৰে প্ৰতিশ্ৰুতি দিছিল! দুদিন পাছতেই আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰিলে চোৰ পিংকুক

Quantum Technology, টাইম ট্ৰেভেল সঁচায়ে সম্ভৱ নেকি? কোৱাণ্টামৰ ভেল্কি চাবলৈকে মোদী চৰকাৰে কৰিব ৬ হাজাৰ কোটি খৰচ

Quantum Technology, টাইম ট্ৰেভেল সঁচায়ে সম্ভৱ নেকি? কোৱাণ্টামৰ ভেল্কি চাবলৈকে মোদী চৰকাৰে কৰিব ৬ হাজাৰ কোটি খৰচ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.