• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Quantum Technology, টাইম ট্ৰেভেল সঁচায়ে সম্ভৱ নেকি? কোৱাণ্টামৰ ভেল্কি চাবলৈকে মোদী চৰকাৰে কৰিব ৬ হাজাৰ কোটি খৰচ

Quantum Technology, টাইম ট্ৰেভেল সঁচায়ে সম্ভৱ নেকি? কোৱাণ্টামৰ ভেল্কি চাবলৈকে মোদী চৰকাৰে কৰিব ৬ হাজাৰ কোটি খৰচ

3 years ago
এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

6 hours ago
১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

6 hours ago
স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

7 hours ago
৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

7 hours ago
চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

8 hours ago
গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

9 hours ago
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

9 hours ago
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

11 hours ago
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

12 hours ago
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

12 hours ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

1 day ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

Quantum Technology, টাইম ট্ৰেভেল সঁচায়ে সম্ভৱ নেকি? কোৱাণ্টামৰ ভেল্কি চাবলৈকে মোদী চৰকাৰে কৰিব ৬ হাজাৰ কোটি খৰচ

editor by editor
April 27, 2023
in প্ৰযুক্তি, বিবিধ, ভাৰত
0
Quantum Technology, টাইম ট্ৰেভেল সঁচায়ে সম্ভৱ নেকি? কোৱাণ্টামৰ ভেল্কি চাবলৈকে মোদী চৰকাৰে কৰিব ৬ হাজাৰ কোটি খৰচ
0
SHARES
126
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কোৱাণ্টাম টাইম ট্ৰেভেলক লৈ সকলোৰে আছে বিশেষ কৌতুহল৷ কমিকথ বা এভেঞ্জাৰ্ছৰ চিনেমাত এই ধৰণৰ দৃশ্য বহুতেই দেখুৱাই৷ তাৎক্ষণিক বিনোদনত দেখুওৱা এই টাইম ট্ৰেভেল সঁচায়ে সম্ভৱ নেকি? যদি সম্ভৱেই নহয় তেন্তে মানুহৰ কল্পনাত যুগ যুগ ধৰি এই কথা কিয় সোমাই আছে? উত্তৰ এটাই Quantum Technologyৰ সহায়তেই এই সপোন দেখা আৰম্ভ কৰিছে বিশ্ববাসীয়ে৷ এই কোৱাণ্টাম প্ৰযুক্তিৰ গৱেষণাৰ বাবে এইবাৰ অগ্ৰণী ভূমিকা লৈছে মোদী নেতৃত্বাধীন চৰকাৰেও৷ কোৱাণ্টামৰ বিষয়ে গৱেষণা কৰিবৰ বাবেই কোৱাণ্টাম মিছন ঘোষণা কৰিছে ভাৰতে৷ এই প্ৰকল্পৰ বাবে ৬০০৩ কোটি টকা খৰচ কৰাৰো সিদ্ধান্ত লৈছে কেন্দ্ৰীয় কেবিনেটে৷

কি থাকিব এই ৬০০০ কোটি টকীয়া প্ৰকল্পত?
NQM প্ৰকল্পৰ অধীনত ৮ বছৰৰ ভিতৰত ১০০০ কিউবিটৰ কোৱাণ্টাম কম্পিউটাৰ গঢ়ি তোলাৰ লক্ষ্য বান্ধি লৈছে মোদী নেতৃত্বাধীন চৰকাৰে৷ এই কোৱাণ্টাম কম্পিউটাৰ আমাৰ লেপটপ নহয়৷ ইয়াতকৈ ১০০ গুণতকৈ অধিক ক্ষমতাশালী হ’ব৷ পদাৰ্থবিজ্ঞানৰ কোৱাণ্টাম মেকানিক্স অনুসৰি এয়া তৈয়াৰ কৰা হ’ব৷ প্ৰাথমিক অৱস্থাত গৱেষণাৰ সময়ত ৫০-১০০ কিউবিট আৰু ধীৰে ধীৰে এই ক্ষমতা বঢ়াই ১০০০ কিউবীটৰ কোৱাণ্টাম কম্পিউটাৰ পৰ্যন্ত কৰা হ’ব৷ উল্লেখ্য যে ২০২০ চনৰ বাজেটতেই এই প্ৰকল্পৰ ঘোষণা কৰিছিল মোদী চৰকাৰে৷ সেই সময়ত প্ৰকল্পৰ ম্যাদ ৫ বছৰ ধাৰ্য্য কৰিছিল মোদী চৰকাৰে৷ বাজেটো তুলনাত বেছি আছিল৷ চলিত বছৰৰ এপ্ৰিলৰ তুলনাত কম খৰচতেই এইয়া সম্ভৱ হ’ব বুলিও জনাইছে বিজ্ঞানীয়ে৷

কোৱাণ্টাম কম্পিউটাৰ কি বস্তু?
সহজ ভাষাত ক’বলৈ হ’লে বৰ্তমান চলি থকা কম্পিউটাৰতকৈ এই কম্পিউটাৰৰ কাৰ্যক্ষমতা ১০০ লাখ কোটি গুণ দ্ৰুততৰ হ’ব৷ এয়া এনে এক প্ৰযুক্তি যি হেক কৰাও অসম্ভৱ৷ ইয়াৰ মাধ্যমেৰে কোনো তথ্যৰ গৱেষণা আৰু বিশ্লেষণো সম্ভৱ৷ নিখুত আৰু নিৰাপদো৷ চুপাৰ কণ্ডাক্টিং আৰু ফ’টনিক প্ৰযুক্তিৰ বিভিন্ন বিষয়ৰ বাবে এই কোৱাণ্টাম কম্পিউটাৰ উপযোগী হৈ পৰিব৷ উন্নততৰ আৰু অধিক গতিসম্পন্ন কম্পিউটাৰ তৈয়াৰ কৰাটোৱেই কোৱাণ্টাম প্ৰযুক্তিৰ লক্ষ্য৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী
ভাৰত

এটি ৰহস্যময় গুহা, য’ত সোমাই আজিলৈ উভতি নাহিল বিয়াৰ যাত্ৰী

June 11, 2026
১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’
বিনোদন

১২ জুনত সমগ্ৰ অসমৰ ছবিগৃহত ‘চুপা চুপি’

June 11, 2026
স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল
অপৰাধ

স্থানীয় লোকক ছু*ৰীকাঘাত বহিৰাগতৰ, আয়াৰলেণ্ডত হিং*সাৰ দাৱানল

June 11, 2026
৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট
বিনোদন

৮ লাখ টকা খৰচ কৰিও নাপালে ফুটবল বিশ্বকাপৰ এটাও টিকট

June 11, 2026
Next Post
ব’হাগতেই এইবাৰ কইনাৰ সাজ পিন্ধিব ৰিম্পীয়ে! পিছে দৰা কোন, জানেনে?

ব’হাগতেই এইবাৰ কইনাৰ সাজ পিন্ধিব ৰিম্পীয়ে! পিছে দৰা কোন, জানেনে?

ছায়েনায়েড ব্যৱহাৰ কৰি প্ৰাক্তন প্ৰেমিকসহ ১২ বন্ধুৰ প্ৰাণ কাঢ়িলে অন্তঃসত্ত্বাই! আঁৰৰ কাৰণ কি?

ছায়েনায়েড ব্যৱহাৰ কৰি প্ৰাক্তন প্ৰেমিকসহ ১২ বন্ধুৰ প্ৰাণ কাঢ়িলে অন্তঃসত্ত্বাই! আঁৰৰ কাৰণ কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.