• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছায়েনায়েড ব্যৱহাৰ কৰি প্ৰাক্তন প্ৰেমিকসহ ১২ বন্ধুৰ প্ৰাণ কাঢ়িলে অন্তঃসত্ত্বাই! আঁৰৰ কাৰণ কি?

ছায়েনায়েড ব্যৱহাৰ কৰি প্ৰাক্তন প্ৰেমিকসহ ১২ বন্ধুৰ প্ৰাণ কাঢ়িলে অন্তঃসত্ত্বাই! আঁৰৰ কাৰণ কি?

3 years ago
বীৰৰ দৰে বিদায়, মেচত জয়ী হ’ল আৰ্জেণ্টিনা, হৃদয় জিনিলে কেপ ভাৰ্ডেই

বীৰৰ দৰে বিদায়, মেচত জয়ী হ’ল আৰ্জেণ্টিনা, হৃদয় জিনিলে কেপ ভাৰ্ডেই

2 minutes ago
আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?

আপুনি নজনাকৈয়ে Toothbrushডালেও আনিব পাৰে ভয়ংকৰ বিপদ? টুথব্ৰাছ ক’ত, কেনেকৈ ৰাখিব?

1 hour ago
ৰাশিফল অনুযায়ী কেনে যাব আজি আপোনাৰ দিনটো?

ৰাশিফল অনুযায়ী কেনে যাব আজি আপোনাৰ দিনটো?

2 hours ago
শনিবাৰৰ দিনটো কেনেকুৱা যাব আপোনাৰ? ৩ ৰাশিয়ে পাব নতুন সুযোগ!

শনিবাৰৰ দিনটো কেনেকুৱা যাব আপোনাৰ? ৩ ৰাশিয়ে পাব নতুন সুযোগ!

9 hours ago
“তুমি বডিছুট খুলিব লাগিব!” ঋষিৰ সৈতে বাথৰুমট কি ঘটিছিল অভিনেত্ৰীৰ?

“তুমি বডিছুট খুলিব লাগিব!” ঋষিৰ সৈতে বাথৰুমট কি ঘটিছিল অভিনেত্ৰীৰ?

10 hours ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

10 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

বলীউডকো প্ৰত্যাহ্বান জনাইছে অসমীয়া ছবি ‘চুপা চুপি’য়ে! গঢ়িছে নতুন ৰেকৰ্ড

11 hours ago
শনিয়ে নিৰ্ধাৰণ কৰিব কৰ্ম আৰু কুবেৰে মুকলি কৰিব ভাগ্য! ধনী হোৱাৰ সহজ উপায় জানক

শনিয়ে নিৰ্ধাৰণ কৰিব কৰ্ম আৰু কুবেৰে মুকলি কৰিব ভাগ্য! ধনী হোৱাৰ সহজ উপায় জানক

12 hours ago
আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

12 hours ago
হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!

হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!

13 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ৰে’লৱেত ওলাইছে চাকৰি, ৪০৯৮ পদৰ বাবে কৰক আবেদন

14 hours ago
কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ছায়েনায়েড ব্যৱহাৰ কৰি প্ৰাক্তন প্ৰেমিকসহ ১২ বন্ধুৰ প্ৰাণ কাঢ়িলে অন্তঃসত্ত্বাই! আঁৰৰ কাৰণ কি?

editor by editor
April 27, 2023
in অপৰাধ, বিশ্ব
0
ছায়েনায়েড ব্যৱহাৰ কৰি প্ৰাক্তন প্ৰেমিকসহ ১২ বন্ধুৰ প্ৰাণ কাঢ়িলে অন্তঃসত্ত্বাই! আঁৰৰ কাৰণ কি?
0
SHARES
5.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ধৰ্মীয় অনুষ্ঠানত যোগ দিবলৈ গৈ হেৰাই গৈছিল দুই বন্ধু৷ মৃত অৱস্থাত উদ্ধাৰ হৈছিল দুই বন্ধুৰ দেহ৷ মৰোণোত্তৰ পৰীক্ষাৰ অন্তত ভয়ংকৰ ছায়েনায়েড পোৱা গৈছিল দেহত৷ কিন্তু কোনে ছায়েনায়েড দি হত্যা কৰিলে দুই বন্ধুক? এই দুই বন্ধুৰ শৰীৰত ছায়েনায়েড পোৱাৰ পাছতেই আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত৷ তদন্তত পোহৰলৈ অহা অনুসৰি আৰক্ষীয়ে এগৰাকী মহিলাই এই হত্যাকাণ্ড সংঘটিত কৰিছে৷ এজন দুজন নহয় প্ৰায় ১১ জন লোকক এনেদৰে হত্যা কৰাৰ অভিযোগ উঠিছে মহিলাগৰাকীৰ বিৰুদ্ধে৷ মৃত ১১ গৰাকীৰেই মহিলাগৰাকীৰ সৈতে ঘনিষ্ঠ বন্ধুত্ব আছিল৷ একেই বিষ ছায়েনায়েড দিয়েই এই হত্যাকাণ্ড সংঘটিত কৰিছে মহিলাগৰাকীয়ে৷

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি চিৰিয়েল কিলাৰগৰাকী অন্তঃসত্ত্বাও৷ ৩২ বছৰীয়া চিৰিয়েল কিলাৰগৰাকীক গ্ৰেপ্তাৰ কৰিছে থাইলেণ্ড আৰক্ষীয়ে৷ তেওঁৰ বিৰুদ্ধে থকা অভিযোগ অনুসৰি প্ৰাক্তন প্ৰেমিকসহ মুঠ ১২ জন বন্ধুক ছায়েনায়েড দি হত্যা কৰিছে মহিলাগৰাকীয়ে৷ এই ১২ গৰাকীৰ প্ৰায় কেইজনেই যুৱক৷ কোনোৱা যদি ৩৩ বছৰীয়া, কোনোবা আকৌ ৪৪ বছৰৰ ভিতৰৰ৷ ২০২০-২০২৩ৰ এপ্ৰিলৰ ভিতৰত এই হত্যাকাণ্ড সংঘটিত কৰিছে মহিলাগৰাকীয়ে৷ বিগত ১৪ এপ্ৰিলত শেষৰটো হত্যাকাণ্ড সংঘটিত কৰিছে মহিলাগৰাকীয়ে৷

আৰক্ষীয়ে জনোৱা অনুসৰি এই ১২ মৃতদেহৰ পৰা ফোন, টকা, বেগ একোৱেই লাভ কৰা নাই আৰক্ষীয়ে৷ আৰক্ষীয়ে প্ৰকাশ কৰামতে ৩২ বছৰীয়া চাৰাৰত নামৰ মহিলাগৰাকীয়ে চুৰি কৰাৰ বাবেই এই হত্যাকাণ্ড কৰি আহিছে৷ কিন্তু এই সন্দৰ্ভত আৰক্ষীও নিশ্চিত নহয়৷ ইপিনে চৰাৰত নামৰ অভিযুক্ত মহিলাগৰাকী অন্তঃসত্ত্বা৷ আদালতত চৰাৰতে সকলো অভিযোগ অস্বীকাৰ কৰিছে৷ তেওঁৰ অধিবক্তাই জনোৱা অনুসৰি এইদৰে গৰ্ভৱতী মহিলাক মানসিক শাস্তি দিলে গৰ্ভস্থ ভ্ৰুণৰ ক্ষতিৰ সম্ভাৱনা বাঢ়ি যায়৷ গতিকে তেওঁক এইদৰে চাপ দিয়াটো অনুচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বীৰৰ দৰে বিদায়, মেচত জয়ী হ’ল আৰ্জেণ্টিনা, হৃদয় জিনিলে কেপ ভাৰ্ডেই
বিনোদন

বীৰৰ দৰে বিদায়, মেচত জয়ী হ’ল আৰ্জেণ্টিনা, হৃদয় জিনিলে কেপ ভাৰ্ডেই

July 4, 2026
আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে
বিশ্ব

আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

July 3, 2026
মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!
বিশ্ব

মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

July 3, 2026
পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল
বিবিধ

পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল

July 3, 2026
Next Post
কেৰালাত পৰিবৰ্তনৰ কথা কৈছিল মোদীয়ে! কেৰালাৰ জনতাই দিল্লী নৌপাওতেই প্রধানমন্ত্ৰীৰ বিৰুদ্ধে কাষ চাপিল আৰক্ষীৰ

কেৰালাত পৰিবৰ্তনৰ কথা কৈছিল মোদীয়ে! কেৰালাৰ জনতাই দিল্লী নৌপাওতেই প্রধানমন্ত্ৰীৰ বিৰুদ্ধে কাষ চাপিল আৰক্ষীৰ

প্ৰয়াত গেংষ্টাৰ আতিকৰ দখলীকৃত ভূমিত নিৰ্মাণ কৰা হ’ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ, প্ৰয়াগৰাজত ৭৬ গৃহহীন পৰিয়ালে পাব ঘৰ

প্ৰয়াত গেংষ্টাৰ আতিকৰ দখলীকৃত ভূমিত নিৰ্মাণ কৰা হ’ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ, প্ৰয়াগৰাজত ৭৬ গৃহহীন পৰিয়ালে পাব ঘৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.