• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৰালাত পৰিবৰ্তনৰ কথা কৈছিল মোদীয়ে! কেৰালাৰ জনতাই দিল্লী নৌপাওতেই প্রধানমন্ত্ৰীৰ বিৰুদ্ধে কাষ চাপিল আৰক্ষীৰ

কেৰালাত পৰিবৰ্তনৰ কথা কৈছিল মোদীয়ে! কেৰালাৰ জনতাই দিল্লী নৌপাওতেই প্রধানমন্ত্ৰীৰ বিৰুদ্ধে কাষ চাপিল আৰক্ষীৰ

3 years ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

34 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

53 minutes ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

12 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

13 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

13 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

13 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

14 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

15 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

16 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

17 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

18 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কেৰালাত পৰিবৰ্তনৰ কথা কৈছিল মোদীয়ে! কেৰালাৰ জনতাই দিল্লী নৌপাওতেই প্রধানমন্ত্ৰীৰ বিৰুদ্ধে কাষ চাপিল আৰক্ষীৰ

editor by editor
April 27, 2023
in অপৰাধ, ভাৰত, ৰাজনীতি
0
কেৰালাত পৰিবৰ্তনৰ কথা কৈছিল মোদীয়ে! কেৰালাৰ জনতাই দিল্লী নৌপাওতেই প্রধানমন্ত্ৰীৰ বিৰুদ্ধে কাষ চাপিল আৰক্ষীৰ
0
SHARES
697
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কেৰালা ভ্ৰমণলৈ গৈ কেইবাটাও প্ৰকল্পৰ উদ্বোধন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ বাম মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নেও মোদীক দিছে পৰ্যাপ্ত নিৰাপত্তা৷ কিন্তু মোদীয়ে এই আতিথ্যৰ মাজত ভুলতো ভৱা নাছিল যে দিল্লীলৈ উভতি যোৱাৰ পাছতেই তেওঁৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব কেৰালাৰ লোক৷

মোদীয়ে প্ৰত্যাশা নকৰা এক ঘটনাই সংঘটিত হৈছে৷ কেৰালাৰ এজন সাধাৰণ লোকে মোদীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ৷ ব্যক্তিজন বিৰোধী দলৰো সদস্য নহয়৷ কোছিৰ ৰোড শ্ব’ সম্বোধন কৰিবলৈ গৈয়েই বিপদৰ সন্মুখীন হৈছে৷ ৰোড শ্ব’ত এখন গাড়ীৰ দৰ্জা খুলি উপস্থিত জনতাক অভিবাদন জনাই আগবাঢ়িছিল মোদী৷ উপস্থিত জনতাক সম্ভাষন জনাবলৈ চলন্ত বাহনৰ দুৱাৰ খুলি থিয় হৈ লৈছিল মোদীয়ে৷ গাড়ীৰ কাষে কাষে আগবাঢ়িছিল দেহৰক্ষী কেইজন৷ ৰাস্তাত বিজেপিৰ কৰ্মকৰ্তা আৰু মানুহৰো যথেষ্ট ভীৰ আছিল৷ ফুলেৰে ঢকা বাহনেৰে ট্ৰেফিক ৰুল ভাঙি যাত্ৰা কৰা মোদীক দেখিয়েই ব্যক্তিজনে দাখিল কৰিছে এজাহাৰ৷

ত্ৰিশূৰৰ বাসিন্দা জয়কৃষ্ণানে মোদীৰ এই কাৰ্য বেআইনী বাবেই আৰক্ষীৰ কাষ চপা বুলি জনাইছে৷ মোদীয়ে কেৱল গাড়ীৰ দৰ্জাই খুলি ৰখা নাছিল, লগতে তেঁও যাত্ৰা কৰা বাহনখনৰ গ্লাছো ফুলেৰে ঢকা আছিল৷ যিটোও বেআইনী৷ চালকৰ এই ক্ষেত্ৰত ৰাস্তা দেখাত অসুবিধা হৈছিল৷ জয়কৃষ্ণানৰ মতে মোদীৰ এই কাৰ্য একেবাৰেই বেআইনী৷ সেয়ে এই ক্ষেত্ৰত প্ৰশাসন কঠোৰ হ’ব লাগে৷ নহ’লে সমাজৰ অইন লোকেও এই আইন মানি নচলিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স
বিশ্ব

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

October 18, 2026
Next Post
প্ৰয়াত গেংষ্টাৰ আতিকৰ দখলীকৃত ভূমিত নিৰ্মাণ কৰা হ’ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ, প্ৰয়াগৰাজত ৭৬ গৃহহীন পৰিয়ালে পাব ঘৰ

প্ৰয়াত গেংষ্টাৰ আতিকৰ দখলীকৃত ভূমিত নিৰ্মাণ কৰা হ’ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ, প্ৰয়াগৰাজত ৭৬ গৃহহীন পৰিয়ালে পাব ঘৰ

বোৱাৰী লাভাৰ ছাগলী বেপাৰী! ছাগলী কিনিবলৈ আহি পলোৱাই নিলে জাহাংগীৰৰ সুন্দৰী পত্নীক

বোৱাৰী লাভাৰ ছাগলী বেপাৰী! ছাগলী কিনিবলৈ আহি পলোৱাই নিলে জাহাংগীৰৰ সুন্দৰী পত্নীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.