• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংবাদমেল পাতি বদৰুদ্দিন আজমলে ৰিজাইন দিবলৈ ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক, কিন্তু কিয়?

সংবাদমেল পাতি বদৰুদ্দিন আজমলে ৰিজাইন দিবলৈ ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক, কিন্তু কিয়?

3 years ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

6 minutes ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

8 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

8 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

9 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

10 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

11 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

11 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

12 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

13 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

13 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

14 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সংবাদমেল পাতি বদৰুদ্দিন আজমলে ৰিজাইন দিবলৈ ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক, কিন্তু কিয়?

editor by editor
July 11, 2023
in অসম, ৰাজনীতি
0
সংবাদমেল পাতি বদৰুদ্দিন আজমলে ৰিজাইন দিবলৈ ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক, কিন্তু কিয়?
0
SHARES
79
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সংবাদমেল পাতি মুখ্যমন্ত্ৰীক ৰিজাইন দিয়াৰ দাবী বদৰুদ্দিন আজমলৰ
১২ খন জিলা বাংলাদেশীৰ কৱলত বুলি মুখ্যমন্ত্ৰীয়ে কৰিছিল মন্তব্য
মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰত্ত্যুত্তৰ দিছে সাংসদ বদৰুদ্দিন আজমলে
‘জিলা ধৰি ৰাখিব পৰা নাই যদি মুখ্যমন্ত্ৰীয়ে ৰিজাইন দিয়ক’
‘দুবাৰকৈ বিজেপিয়ে অসমত শাসন কৰিছে’
‘দুজনকৈ মুখ্যমন্ত্ৰীও হ’ল বিজেপিৰ’
‘বিজেপিৰ দিনত অসমত কেনেকৈ বাংলাদেশী আহিছে?’
‘বাংলাদেশীৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে অসমৰ পৰা বিজেপিয়ে ৰিজাইন দিয়ক’
অসম বাংলাদেশীৰ কৱলত পৰা শুনি লাজ পাইছো বুলিও মন্তব্য আজমলৰ
সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰাকলৈয়ো সৰৱ AIUDF প্ৰধান বদৰুদ্দিন আজমল
‘CMয়ে অসমৰ মুছলমান অধ্যুষিত এলেকাৰ ১০ টা চীট কাটিছে’
‘নিৰ্বাচনী আয়োগে যদি কৰিছে আমাৰ অসুবিধা নাই’
‘CMয়ে বাৰে বাৰে আমি কৰিছো, আমি কৰিছো কৈ আছে’
‘আমি কৰিছো কৈছে বাবেই আমি আদালতৰ কাষ চাপিছো’
‘সমষ্টি পুনঃনিৰ্ধাৰণে আমাৰ একো প্রভাৱ পেলাব নোৱাৰে’
‘৩টা সমষ্টিত চিউৰ নিৰ্বাচন খেলিম, ৫খনো হৈ যাব পাৰে’
‘ৰাইজৰ ওপৰত আস্থা আছে মই এইবাৰ দুগুণ ভোট পাম’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
Next Post
বছৰৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ কেতিয়া? গ্ৰহণত কি কি প্ৰভাৱ পৰিব?

বছৰৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ কেতিয়া? গ্ৰহণত কি কি প্ৰভাৱ পৰিব?

চেনেলত এক মিলিয়ন ছাবস্ক্ৰাইবাৰ! এক মিলিয়ন ছাবস্ক্ৰাইবাৰ থাকিলে কিমান ধন লাভ কৰে এজন ইউটিউবাৰে?

চেনেলত এক মিলিয়ন ছাবস্ক্ৰাইবাৰ! এক মিলিয়ন ছাবস্ক্ৰাইবাৰ থাকিলে কিমান ধন লাভ কৰে এজন ইউটিউবাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.