• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বছৰৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ কেতিয়া? গ্ৰহণত কি কি প্ৰভাৱ পৰিব?

বছৰৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ কেতিয়া? গ্ৰহণত কি কি প্ৰভাৱ পৰিব?

3 years ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

22 minutes ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

44 minutes ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

1 hour ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

2 hours ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

4 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

5 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

5 hours ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

6 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

7 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

18 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

19 hours ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বছৰৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ কেতিয়া? গ্ৰহণত কি কি প্ৰভাৱ পৰিব?

editor by editor
July 12, 2023
in বিবিধ, বিশ্ব
0
বছৰৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ কেতিয়া? গ্ৰহণত কি কি প্ৰভাৱ পৰিব?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দুধৰ্মত চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণৰ বিশেষ মহত্ব আছে। সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণক অশুভ ঘটনা বুলিয়েই মনা হয় হিন্দু শাস্ত্ৰত। ২০২৩ চনত মুঠ ৪টা গ্ৰহণ আছে। দুটা চন্দ্ৰগ্ৰহণ আৰু দুটা সূৰ্যগ্ৰহণ। ইতিমধ্যে দুটা চন্দ্ৰগ্ৰহণ আৰু দুটা সূৰ্যগ্ৰহণ হৈয়েই গৈছে। আন দুটা গ্ৰহণ কেতিয়া?

বছৰৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ আছে ২৯ অক্টোবৰত। হিন্দু কেলেণ্ডাৰ অনুযায়ী চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব দুপৰীয়া ১.০৬ মিনিটৰ পৰা আৰু শেষ হ’ব দুপৰীয়া ২.২২ মিনিটত। বিশেষকৈ ভাৰতত এই গ্ৰহণ স্পষ্টভাৱে দৃশ্যমান হ’ব। এই গ্ৰহণ হ’ব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ।

ভাৰতৰ ওপৰিও ক’ত ক’ত এই গ্ৰহণ দৃশ্যমান হ’ব?

ভাৰতৰ ওপৰিও এই গ্ৰহণ দৃশ্যমান হ’ব ইউৰোপ, এছিয়া, অষ্ট্ৰেলিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, উত্তৰ আৰু পূব দক্ষিণ আমেৰিকা, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, এণ্টাৰ্টিকাত দৃশ্যমান হ’ব এই গ্ৰহণ।

দ্বিতীয় সূৰ্যগ্ৰহণ কেতিয়া?
এই বৰ্ষৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ আছে ১৪অক্টোবৰত। সূৰ্যগ্ৰহণৰ নিশা ৮.৩৪ মিনিটৰ পৰা আৰম্ভ হৈ দুপৰীয়া ২.৫৫মিনিটলৈ থাকিব এই গ্ৰহণ। দ্বিতীয় সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহ’ব? এই সূৰ্যগ্ৰহণ দেখা যাব পশ্চিম আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, আটলাণ্টিক আৰু আৰ্কাটিক অঞ্চলত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24Best news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ
অসম

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

August 31, 2026
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল
প্ৰযুক্তি

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

August 31, 2026
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক
বাণিজ্য

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

August 31, 2026
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক
জীৱনশৈলী

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

August 31, 2026
Next Post
চেনেলত এক মিলিয়ন ছাবস্ক্ৰাইবাৰ! এক মিলিয়ন ছাবস্ক্ৰাইবাৰ থাকিলে কিমান ধন লাভ কৰে এজন ইউটিউবাৰে?

চেনেলত এক মিলিয়ন ছাবস্ক্ৰাইবাৰ! এক মিলিয়ন ছাবস্ক্ৰাইবাৰ থাকিলে কিমান ধন লাভ কৰে এজন ইউটিউবাৰে?

দাম বাঢ়িব তেলৰ! বন্ধু দেশ ভাৰতক আৰু অপৰিশোধিত তেলত ৰেহাই নিদিয়ে ৰাছিয়াই, আঁৰত কি অংক কৰিছে পুটিনে?

দাম বাঢ়িব তেলৰ! বন্ধু দেশ ভাৰতক আৰু অপৰিশোধিত তেলত ৰেহাই নিদিয়ে ৰাছিয়াই, আঁৰত কি অংক কৰিছে পুটিনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.