• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘সময় থাকোঁতে মই শুদ্ধ হোৱা প্ৰয়োজন আছে বুলি ভাবি এই সিদ্ধান্ত ললোঁ!’ দামবৃদ্ধিত অতিষ্ঠ হৈ বিজেপি দল এৰিলে বিজেপি কৰ্মী বৈকুণ্ঠ প্ৰিন্স পাঠকে

‘সময় থাকোঁতে মই শুদ্ধ হোৱা প্ৰয়োজন আছে বুলি ভাবি এই সিদ্ধান্ত ললোঁ!’ দামবৃদ্ধিত অতিষ্ঠ হৈ বিজেপি দল এৰিলে বিজেপি কৰ্মী বৈকুণ্ঠ প্ৰিন্স পাঠকে

3 years ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

51 minutes ago
কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

কৰ্মচাৰীয়ে কেতিয়া লাভ কৰিব DA? আহিছে ডাঙৰ আপডেট

1 hour ago
কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

3 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

3 hours ago
খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

4 hours ago
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

5 hours ago
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

6 hours ago
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

6 hours ago
জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

7 hours ago
মোৰ জনতাৰ ওপৰত বিশ্বাস আছে আজি অসমৰ জনতাই নতুন অসম গঢ়াৰ পক্ষতেই ভোট দিব, ভোটদানৰ বাবে ওলাই আহি কি ক’লে গৌৰৱ গগৈয়ে?

মোৰ জনতাৰ ওপৰত বিশ্বাস আছে আজি অসমৰ জনতাই নতুন অসম গঢ়াৰ পক্ষতেই ভোট দিব, ভোটদানৰ বাবে ওলাই আহি কি ক’লে গৌৰৱ গগৈয়ে?

7 hours ago
সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা

সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা

7 hours ago
‘ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিছপুৰত অৱধাৰিত!’ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী, নগাওঁৰ ভোটাৰ প্ৰদ্যুত বৰদলৈয়ে নগাওঁত সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

‘ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিছপুৰত অৱধাৰিত!’ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী, নগাওঁৰ ভোটাৰ প্ৰদ্যুত বৰদলৈয়ে নগাওঁত সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

‘সময় থাকোঁতে মই শুদ্ধ হোৱা প্ৰয়োজন আছে বুলি ভাবি এই সিদ্ধান্ত ললোঁ!’ দামবৃদ্ধিত অতিষ্ঠ হৈ বিজেপি দল এৰিলে বিজেপি কৰ্মী বৈকুণ্ঠ প্ৰিন্স পাঠকে

editor by editor
August 6, 2023
in Uncategorized
0
‘সময় থাকোঁতে মই শুদ্ধ হোৱা প্ৰয়োজন আছে বুলি ভাবি এই সিদ্ধান্ত ললোঁ!’ দামবৃদ্ধিত অতিষ্ঠ হৈ বিজেপি দল এৰিলে বিজেপি কৰ্মী বৈকুণ্ঠ প্ৰিন্স পাঠকে
0
SHARES
393
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দামবৃদ্ধিত অতিষ্ঠ হৈ বিজেপি দল ত্যাগ কৰিলে এজন কৰ্মীয়ে। কৰ্মীগৰাকী আন কোনো নহয় তেওঁ হৈছে অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠক। অভিনেতাগৰাকীয়ে সামাজিত মাধ্যমযোগে প্ৰকাশ কৰিলে বিজেপি দলৰ পৰা পদত্যাগৰ কাৰণ।

অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠকে সামাজিক মাধ্যমত লিখিছে, ‘মই এজন অভিনেতা গতিকে এজন অভিনেতা তথা সাংস্কৃতি কৰ্মী হিচাপে জীয়াই থাকিব বিচাৰোঁ । আজিৰে পৰা মই কোনো ৰাজনৈতিক দলৰ লগত জড়িত নহয়। সকলো ত্যাগ কৰিলোঁ। বিজেপি দলৰ প্ৰাথমিক পদৰ পৰা ও বিদায় ললোঁ। লখিমপুৰ জিলা ৰ সাংস্কৃতিক সমন্বয় ক পদৰ পৰা ও বিদায় ললোঁ। কাকো পত্ৰ নিদিওঁ কাৰণ মোকো একো পত্ৰ দি মতা নাছিল। প্ৰতি জন বিজেপি দলৰ কৰ্মী ৰ ভাল কামৰ লগত সদায় আছোঁ থাকিম কিন্তু ৰাজনীতি আমাৰ বাবে নহয়। ধন্যবাদ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ককাইদেউ, ধন্যবাদ ৰঞ্জিত দাস ডাঙৰীয়া, আশা বৰদলৈ, যতীন দা, চুৰঞ্জন দা।

সময় থাকোঁতে মই শুদ্ধ হোৱা প্ৰয়োজন আছে বুলি ভাবি এই সিদ্ধান্ত ললোঁ। অসমৰ ৰাইজে মোক ৰাজনৈতিক ব্যক্তি হিচাপে ভাল নাপায়। গতিকে সাংস্কৃতিক কৰ্মী হিচাপে ৰাইজৰ বিপদ আপদত মাত মাতি আহিছোঁ মাটি যাম। জাতি টোত কৈ ডাঙৰ মোৰ ৰাজনীতি নহয়। এটা ভুলৰ বাবে মই জীৱন তো গালি খাই জীয়াই থাকিব নোৱাৰো। ৰাইজ মোৰ বাবে ৰজা। মোৰ ভুলৰ বাবে অসম ৰ ৰাইজে ক্ষমা কৰি দিব বুলি সেৱা জনালোঁ। লখিমপুৰ বিজেপি ৰ সকলোকে ধন্যবাদ জনালোঁ। ইমান মৰম আদৰ দিলে। ভাল কৰ্ম ত সদায় লগত আছোঁ। বেয়া ত নাই। সময় থাকোতেই মই মোৰ নিজৰ পথত আহিলোঁ কাৰো প্ৰতি বেয়া ভাব নাই নাথাকে। দলত থাকি মই যদি কাকো সহায় কৰিব নোৱাৰো কিয় থাকিম ? মূল্যবৃদ্ধি অন্য এক কাৰক দল এৰাৰ। জয় আই অসম। আজিৰে পৰা, বৈকুণ্ঠ প্ৰিন্স অভিনেতা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য
Uncategorized

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

April 9, 2026
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ
Uncategorized

হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

April 2, 2026
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
Uncategorized

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 20, 2026
Next Post
সাংসদ হৈ লোকসভা চৌহদলৈ ৰাহুল! লোকসভাৰ অধ্যক্ষই সাংসদ পদ উভতাই দিলে ৰাহুল গান্ধীক

সাংসদ হৈ লোকসভা চৌহদলৈ ৰাহুল! লোকসভাৰ অধ্যক্ষই সাংসদ পদ উভতাই দিলে ৰাহুল গান্ধীক

বুধে ৰাশি পৰিবৰ্তন কৰিব! এই মাহতেই তিনি ৰাশিৰ হাতলৈ আহিব ধন, ব্যৱসায়ৰ উন্নতিৰ লগতে চাকৰিৰো পদোন্নতি

বুধে ৰাশি পৰিবৰ্তন কৰিব! এই মাহতেই তিনি ৰাশিৰ হাতলৈ আহিব ধন, ব্যৱসায়ৰ উন্নতিৰ লগতে চাকৰিৰো পদোন্নতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.