অসম লাইভ ২৪ ঃ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া। ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া কংগ্ৰেছ নেতাগৰাকীৰ। শোকসন্তপ্ত পৰিয়াললৈ ৰাহুল গান্ধীৰ সমবেদনা। সত্য সাংবাদিকৰ টেঁটু চেপি ধৰাৰ লগতে তামচা দেখুওৱা সাংবাদিকে সুৰক্ষা লাভ কৰে বুলি কয় ৰাহুল গান্ধীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ